ইণ্ডিগ' গন্তব্যস্থলসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইণ্ডিগ' Airbus A320-232; ছিংগাপুৰৰ চাংগী বিমানবন্দৰ

২০১৬ চনৰ মাৰ্চ মাহৰ তথ্য অনুযায়ী ইণ্ডিগ'ই ৪১ টা স্থানলৈ ইয়াৰ বিমান সেৱা আগবঢ়ায়। [1]

¤ মুখ্য হাব
¤¤ দ্বৈতয়িক হাব
^ ভৱিষ্যতৰ গন্তব্যস্থান
[T] সম্প্ৰতি সেৱা বন্ধ স্থান
মহানগৰ দেশ IATA ICAO বিমানবন্দৰ Refs
আগৰতলা  ভাৰত IXA VEAT আগৰতলা বিমানবন্দৰ
আহমেদাবাদ  ভাৰত AMD VAAH চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
বাগডোগ্ৰা  ভাৰত IXB VEBD বাগডোগ্ৰা বিমানবন্দৰ
বাংগালোৰ  ভাৰত BLR VOBL কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰ
বেংকক  থাইলেণ্ড BKK VTBS সূৱৰ্ণভূমি বিমানবন্দৰ
ভুৱনেশ্বৰ  ভাৰত BBI VEBS বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
চণ্ডীগড়  ভাৰত IXC VICG চণ্ডীগড় বিমানবন্দৰ
চেন্নাই  ভাৰত MAA VOMM চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
ক'ইম্বটোৰ  ভাৰত CJB VOCB ক'ইম্বটোৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
দিল্লী  ভাৰত DEL VIDP ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ¤
ডেৰাাডুন  ভাৰত DED VIDN জ্বলী গ্ৰাণ্ট বিমানবন্দৰ
ডিব্ৰুগড়  ভাৰত DIB VEMN ডিব্ৰুগড় বিমানবন্দৰ
ডিমাপুৰ  ভাৰত DMU VEMR ডিমাপুৰ বিমানবন্দৰ
ডুবাই  সংযুক্ত আৰৱ আমিৰাত DXB OMDB ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
গোৱা  ভাৰত GOI VAGO ডাব'লিম বিমানবন্দৰ
গুৱাহাটী  ভাৰত GAU VEGT লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
হায়দৰাবাদ  ভাৰত HYD VOHS ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
ইম্ফাল  ভাৰত IMF VEIM ইম্ফাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
ইন্দ'ৰ  ভাৰত IDR VAID দেৱী অহল্যাবাই হ'লকাৰ বিমানবন্দৰ
জয়পুৰ  ভাৰত JAI VIJP জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
জম্মু  ভাৰত IXJ VIJU জম্মু বিমানবন্দৰ
কাঠমাণ্ডু  নেপাল KTM VNKT ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
কোচি  ভাৰত COK VOCI কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
ক'লকাতা  ভাৰত CCU VECC নেতাজী সুভাষ চন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ¤¤
কঝিক'ড  ভাৰত CCJ VOCL কঝিক'ড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
লক্ষ্ণৌ  ভাৰত LKO VILK চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰ্ৰীয় বিমানবন্দৰ
মুম্বাই  ভাৰত BOM VABB ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ¤¤
মাছক'ট  ওমান MCT OOMS মাছক'ট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ [2]
যোৰহাট  ভাৰত JRH VEJT যোৰহাট বিমান বন্দৰ
নাগপুৰ  ভাৰত NAG VANP ড° বালাচাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
পাটনা  ভাৰত PAT VEPT লোকনায়ক জয়প্ৰকাশ বিমানবন্দৰ
পুনে  ভাৰত PNQ VAPO পুনে বিমানবন্দৰ
প'ৰ্ট ব্লেয়াৰ  ভাৰত IXZ VOPB বীৰ চাৱাৰকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
ৰায়পুৰ  ভাৰত RPR VARP ৰায়পুৰ বিমানবন্দৰ
ৰাঁচী  ভাৰত IXR VERC ৰাঁচী বিমানবন্দৰ [3]
ছিংগাপুৰ  ছিংগাপুৰ SIN WSSS ছিংগাপুৰ চেংগী বিমানবন্দৰ
শ্ৰীনগৰ  ভাৰত SXR VISR শ্ৰীনগৰ বিমানবন্দৰ
তিৰুৱনন্তপুৰম  ভাৰত TRV VOTV ত্ৰিবান্দ্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
উদয়পুৰ  ভাৰত UDR VAUD মহাৰাণা প্ৰতাপ বিমানবন্দৰ
ৱদোদৰা  ভাৰত BDQ VABO হাৰ্নি অসামৰিক বিমানবন্দৰ
বিশাখাপত্তনম  ভাৰত VTZ VEVZ বিশাখাপত্তনম বিমানবন্দৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]