সমললৈ যাওক

কলিয়াবৰ (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা পুনঃনিৰ্দেশিত)

কাজিৰঙা (কলিয়াবৰ) লোকসভা সমষ্টি (ইংৰাজী: Kaziranga (Kaliabor) Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

[সম্পাদনা কৰক]

কলিয়াবৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:

  • গোলাঘাট বিধানসভা সমষ্টি
  • দেৰগাঁও বিধানসভা সমষ্টি
  • বোকাখাট বিধানসভা সমষ্টি
  • ধিঙ বিধানসভা সমষ্টি
  • বটদ্ৰবা বিধানসভা সমষ্টি
  • ৰূপহীহাট বিধানসভা সমষ্টি
  • চামগুৰি বিধানসভা সমষ্টি
  • কলিয়াবৰ বিধানসভা সমষ্টি
  • সৰুপথাৰ বিধানসভা সমষ্টি
  • খুমটাই বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১৯৬৭বেদব্ৰত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১বেদব্ৰত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭বেদব্ৰত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮০বিষ্ণু প্ৰসাদভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৪ভদ্ৰেশ্বৰ তাঁতিঅসম গণ পৰিষদ
১৯৯১তৰুণ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬কেশৱ মহন্তঅসম গণ পৰিষদ
১৯৯৮তৰুণ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৯তৰুণ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০২০০৪দীপ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১১২০০৪দীপ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১২২০১৪গৌৰৱ গগৈ[2]ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩২০১৯গৌৰৱ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf আহৰণ কৰা হৈছে: 2008-10-06.
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232519/http://eciresults.nic.in/ConstituencywiseS0311.htm?ac=11 আহৰণ কৰা হৈছে: 7 জুন 2014.