গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


গগৈ বা ক'ক্ৱই (ইংৰাজী ভাষা:Gogoi or Kukwoy) হ'ল আহোম ভাষাৰ পৰা অহা এটা সম্বন্ধ যাক বৰ্তমান উপাধি হিচাপেও ব্যৱহাৰ কৰা হয়[1]। ইয়াৰ অৰ্থ আহোম ভাষামৰমৰ ডেকা। সাতঘৰীয়া আহোমৰ লোকেহে ইজনে-সিজনক বা দেওৰসকলক গগৈদেও বুলি সম্বোধন কৰিছিল। কিন্তু ১৮৯৩ চনৰ আহোম সভাত প্ৰস্তাৱ কৰি গগৈ উপাধিটো সকলোৱে লিখিব পৰা ব্যৱস্থা কৰি দিয়া হয়। যাৰ বাবে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত আহোমৰ বিভিন্ন খেলৰ লোকসকলে গগৈটো উপাধি হিচাপে লিখিবলৈ আৰম্ভ কৰে। বিভিন্ন ফৈদৰ আহোম মানুহে গগৈক উপাধি হিচাপে ব্যৱহাৰ কৰে। কিছু বুৰঞ্জীবিদৰ মতে হাবুংৰ বলিয়া বুঢ়াগোহাঁইৰ বংশধৰ সকলে গগৈ উপাধি ব্যৱহাৰ কৰিছিল। গগৈ শব্দটো ‘ৰজাৰ ল’ৰা’ অৰ্থতো ব্যৱহাৰ হয়।

উল্লেখযোগ্য গগৈ[সম্পাদনা কৰক]

গগৈ উপাধিৰ কেইজনমান উল্লেখযোগ্য ব্যক্তি হ'ল-

লগতে চাওক[সম্পাদনা কৰক]

আহোম জনগোষ্ঠী

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Kumar, D. P.. Challenge to India's unity : Assam students' agitation and government. প্ৰকাশক Delhi: B.R. Pub. Corp.. ISBN 9788170185932.