গোলাপীমূৰীয়া হাঁহ
অৱয়ব
| গোলাপীমূৰীয়া হাঁহ | |
|---|---|
| Mounted specimen at National Museum of Scotland | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| Unrecognized taxon (ঠিক কৰক): | Rhodonessa |
| প্ৰজাতি: | R. caryophyllacea |
| দ্বৈৰাশিক নামকৰণ | |
| Rhodonessa caryophyllacea (Latham, 1790)[2] | |
| Distribution of records of this species | |
| সমাৰ্থক | |
|
Anas caryophyllacea | |
গোলাপীমূৰীয়া হাঁহ (ইংৰাজী: Pink-headed duck) হৈছে উত্তৰ-পূব ভাৰতৰ এবিধ বিপন্ন পক্ষী। গোলাপীমূৰীয়া হাঁহৰ বৈজ্ঞানিক নাম ৰ’ড’নেছা কেৰিঅ’ফাইলেচিয়া (Rhodonessa caryophyllacea)।[3] হিন্দীত “গুলাব চিৰ” আৰু বঙালী ভাষাত “লাল শিৰ” বুলি কোৱা হয়।
অতীতত গংগা আৰু ব্ৰহ্মপুত্ৰ নদী দুখনৰ নামনি ভাগৰ দ অঞ্চলবোৰত বসতি কৰিছিল। বৰ্তমানৰ বাংলাদেশৰ জনবসতি নথকা অঞ্চলত এই পক্ষীবিধ পোৱা গৈছিল বুলি জনা যায়।[4]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). Rhodonessa caryophyllacea. https://www.iucnredlist.org/details/22680344/0। আহৰণ কৰা হৈছে: 26 November 2013.
- ↑ Latham, John (1790). Index ornithologicus, sive Systema Ornithologiae; complectens avium divisionem in classes, ordines, genera, species, ipsarumque varietates: adjectis synonymis, locis, descriptionibus, &c.. প্ৰকাশক London: Leigh & Sotheby. https://archive.org/details/bub_gb_UPZAAAAAcAAJ.
- ↑ "Pink-headed Duck". Globalwildlife.org. https://www.globalwildlife.org/pink-headed-duck/। আহৰণ কৰা হৈছে: 12 june 2020.
- ↑ "জিজ্ঞাস". 17 jul, 2013. পৃষ্ঠা 10.