দেশ অনুসাৰে কয়লা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০০৯ চনত BTUৰ কয়লা খনিসমূহ
২০০৫ চনত কয়লাৰ উৎপাদন

এই প্ৰৱন্ধত দেশ অনুসাৰে কয়লা খনি আৰু কয়লা উৎপাদনৰ তালিকা দিয়া হৈছে। সকলো তথ্য ব্ৰিটিছ পেট্ৰ'লিয়ামৰ পৰা লোৱা হৈছে।

কয়লা খনিৰ তালিকাখনত সকলো ধৰণৰ কয়লাকে ধৰা হৈছে আৰু বিশ্বৰ মুঠ কয়লাখনিৰ ০.১% কয়লা খনি থকা দেশসমূহক অন্তৰ্ভূক্ত কৰা হৈছে।

কয়লা উৎপাদনৰ তালিকাখনত ১ মিলিয়ন টন বা ততোধিক কয়লা উৎপাদনকাৰী দেশসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।

কয়লা উৎপাদন সম্বন্ধীয় অন্যান্য তালিকাসমূহ:

২০০৬ চনলৈকে প্ৰমাণিত কয়লা খনি
(মিলিয়ন মেট্ৰিকটন)
[1]
২০০৭ চনৰ কয়লা উৎপাদন
(মিলিয়ন মেট্ৰিকটন)
[2]
স্থান দেশ বিটুমিনচ আৰু এনথ্ৰাচাইট ছাব-বিটুমিনচ আৰু লিগনাইট মুঠ অংশ
 আমেৰিকা যুক্তৰাষ্ট্ৰ ১১১,৩৩৮ ১৩৫,৩০৫ ২৪৬,৬৪৩ ২৩.৩
 পাকিস্তান ১৮৫,০৫০ ১৮৫,০৫০ ১৯.৩
 ৰাছিয়া ৪৯,০৮৮ ১০৭,৯২২ ১৫৭,০১০ ১৪.৯
 চীন ৬২,২০০ ৫২,৩০০ ১১৪,৫০০ ১২.৬
 ভাৰত ৯০,০৮৫ ২,৩৬০ ৯২,৪৪৫ ১০.২
 অষ্ট্ৰেলিয়া ৩৮,৬০০ ৩৯,৯০০ ৭৮,৫০০ ৭.৪
 দক্ষিণ আফ্ৰিকা ৪৮,৭৫০ ৪৮,৭৫০ ৪.৭
 ইউক্ৰেইন ১৬,২৭৪ ১৭,৮৭৯ ৩৪,১৫৩ ৩.৩
 কাজাখাস্তান ২৮,১৫১ ৩,১২৮ ৩১,২৭৯ ৩.০
১০  পোলেণ্ড ১৪,০০০ ১৪,০০০ ১.৩
১১  ব্ৰাজিল ১০,১১৩ ১০,১১৩ ১.০
১২  জাৰ্মানী ১৮৩ ৬,৫৫৬ ৬,৭৩৯ ০.৭
১৩  কলম্বিয়া ৬,২৩০ ৩৮১ ৬,৬১১ ০.৬
১৪  কানাডা ৩,৪৭১ ৩,১০৭ ৬,৫৭৮ ০.৬
১৫  চেক গণৰাজ্য ২,০৯৪ ৩,৪৫৮ ৫,৫৫২ ০.৫
১৬  ইণ্ডোনেছিয়া ৭৪০ ৪,২২৮ ৪,৯৬৮ ০.৫
১৭  তুৰস্ক ২৭৮ ৩,৯০৮ ৪,১৮৬ ০.৪
১৮  গ্ৰীচ ৩,৯০০ ৩,৯০০ ০.৪
১৯  হাংগেৰী ১৯৮ ৩,১৫৯ ৩,৩৫৭ ০.৩
২০  বুলগেৰিয়া ২,১৮৩ ২,১৮৭ ০.২
২১  থাইলেণ্ড ১,৩৫৪ ১,৩৫৪ ০.১
২২  উত্তৰ কোৰিয়া ৩০০ ৩০০ ৬০০ ০.১
২৩  নিউজিলেণ্ড ৩৩ ৫৩৮ ৫৭১ ০.১
২৪  স্পেইন ২০০ ৩৩০ ৫৩০ ০.১
২৫  জিম্বাৱৱে ৫০২ ৫০২ ০.১
২৬  ৰোমানিয়া ২২ ৪৭২ ৪৯৪ ০.১
২৭  ভেনিজুৱেলা ৪৭৯ ৪৭৯ ০.১
সৰ্বমুঠ ৪৭৮,৭৭১ ৫৭৮,০৮১ ১,০৫৬,৮৫২ ১০০.০
  • পাকিস্তানৰ থৰ অঞ্চলত শেহতীয়াকৈ কয়লা খনি আৱিষ্কৃত হৈছে আৰু কয়লাৰ পৰিমাণ প্ৰায় ১৮৫ বিলিয়ন টন। [1]
স্থান দেশ উৎপাদন অংশ
  পৃথিৱী ৬,৩৯৫.৬ ১০০
 চীন ২,৫৩৬.৭ ৩৯.৭
 আমেৰিকা যুক্তৰাষ্ট্ৰ ১,০৩৯.২ ১৬.২
 ইউৰোপিয়ান ইউনিয়ন ৫৯০.৫ ৯.২
 ভাৰত ৪৭৮.২ ৭.৫
 অষ্ট্ৰেলিয়া ৩৯৩.৯ ৬.২
 ৰাছিয়া ৩১৪.২ ৪.৯
 দক্ষিণ আফ্ৰিকা ২৬৯.৪ ৪.২
 জাৰ্মানী ২০১.৯ ৩.২
 ইণ্ডোনেছিয়া ১৭৪.৮ ২.৭
 পোলেণ্ড ১৪৫.৮ ২.৩
১০  কাজাখাস্তান ৯৪.৪ ১.৫
১১  তুৰস্ক ৭৬.৬ ১.২
১২  ইউক্ৰেইন ৭৬.৩ ১.২
১৩  কলম্বিয়া ৭১.৭ ১.১
১৪  কানাডা ৬৯.৪ ১.১
১৫  চেক গণৰাজ্য ৬২.৬ ১.০
১৬  গ্ৰীচ ৬২.৫ ১.০
১৭  ভিয়েটনাম ৪১.২ ০.৬
১৮  ৰোমানিয়া ৩৫.৪ ০.৬
১৯  বুলগেৰিয়া ৩০.৪ ০.৫
২০  থাইলেণ্ড ১৮.৩ ০.৩
২১  স্পেইন ১৮.২ ০.৩
২২  যুক্তৰাজ্য ১৭.০ ০.৩
২৩  মেক্সিকো ১২.২ ০.২
২৪  হাংগেৰী ৯.৮ ০.২
২৫  ভেনিজুৱেলা ৮.০ ০.১
২৬  ব্ৰাজিল ৫.৯ ০.১
২৭  নিউজিলেণ্ড ৪.৬ ০.১
২৮  পাকিস্তান ৩.৬ ০.১
২৮  জিম্বাৱৱে ৩.৩
২৯  দক্ষিণ কোৰিয়া ৩.২
৩১  জাপান ১.৩
৩২  ফ্ৰান্স ০.৯

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]