নিউজ ১৮ অসম-নৰ্থ ইষ্ট
নিউজ ১৮ অসম-নৰ্থ ইষ্ট News18 অসম-North East | |
---|---|
![]() | |
নিউজ ১৮ অসম-নৰ্থ ইষ্টৰ ল'গ' | |
উদ্বোধন | ২৪ জুন, ২০১৬ |
গৰাকী | নেটৱৰ্ক ১৮ |
শ্ল'গান | আমাৰ পৰিধি, আপোনাৰ শক্তি |
দেশ | ভাৰত |
ভাষা | অসমীয়া, ইংৰাজী |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
ভগ্নী কেন্দ্ৰসমূহ | চি এন এন-নিউজ ১৮ নিউজ ১৮ ইণ্ডিয়া নিউজ ১৮ কেৰালা নিউজ ১৮ তামিল নাডু নিউজ ১৮ লোকমত |
ৱেবছাইট | news18assam.com |
উপলদ্ধতা | |
কৃত্ৰিম উপগ্ৰহ | |
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল নং ৬৪৪ |
ডিছ টিভি (ভাৰত) | চেনেল নং ১৫৩৩ |
টাটা স্কাই (ভাৰত) | চেনেল নং ১৯৭১ |
ৰিলায়েন্স ডিজিটেল টিভি (ভাৰত) | চেনেল নং ৯৬৭ |
ভিডিঅ'কন ডি টু এইচ (ভাৰত) | চেনেল নং ৮৫২ |
নিউজ ১৮ অসম-নৰ্থ ইষ্ট (ইংৰাজী: News18 Assam-North East) উত্তৰ-পূব ভাৰতৰ এক ২৪ ঘণ্টীয়া ছেটেলাইট নিউজ চেনেল। ২০১৬ চনৰ ২৪ জুন তাৰিখে এই চেনেলৰ উদ্বোধন হয়। এই চেনেলটো নেটৱৰ্ক১৮ গোষ্ঠীৰ।[1] ইয়াত অসমীয়া আৰু ইংৰাজী ভাষাত অসম তথা উত্তৰ-পূব ভাৰতৰ খবৰৰ উপৰিও দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰো পৰিৱেশন কৰা হয়।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "আনুষ্ঠানিক ৱেবছাইট". News18. http://www.news18.com/newstopics/assam.html। আহৰণ কৰা হৈছে: মে' 1, 2021.
|