সাঁচ:WW2InfoBox

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্বিতীয় বিশ্বযুদ্ধ

ঘড়ীৰ কাঁটাৰ দিশত বাঁওহাতৰ পৰা: ৱানঝিয়ালিং যুদ্ধত চীনা সৈন্যবাহিনী, এল এলামেৰিনৰ প্ৰথম যুদ্ধত অষ্ট্ৰেলিয় ২৫ পাউণ্ডাৰ বন্দুকৰ ব্যৱহাৰ, ১৯৪৩-১৯৪৪ চনৰ শীতকালত পুব প্ৰান্তত জাৰ্মান ষ্টুকা ডাইভ বোমাৰু, লিংগায়েন উপসাগৰত আমেৰিকাৰ নৌসেনা, ৱিলহেল্ম কিয়েটেলে জাৰ্মানীৰ হৈ অম্তসমৰ্পন চুক্তি স্বাক্ষৰ কৰিছে, ষ্টেলিনগ্ৰে’ডৰ যুদ্ধৰ চোভিয়েট সৈন্যদল।
তাৰিখ ১ ছেপ্টেম্বৰ, ১৯৩৯ – ২ ছেপ্টেম্বৰ, ১৯৪৫ (৬ বছৰ ১ দিন)
অৱস্থান ইউৰোপ, পেছিফিক, আটলাণ্টিক, দক্ষিণ-পূব এছিয়া, চীন, মধ্য পূব, ভূমধ্যসাগৰীয় আৰু আফ্ৰিকা, চমুকৈউত্তৰ আমেৰিকা
ফলাফল মিত্ৰপক্ষৰ জয়লাভ
যুজাৰু
মিত্ৰপক্ষ

 ছ'ভিয়েট সংঘ(১৯৪১–৪৫)[nb 1]
 আমেৰিকা যুক্তৰাষ্ট্ৰ(১৯৪১-৪৫)
 ব্ৰিটিছ সাম্ৰাজ্য

টাইৱান চীন (১৩৩৭–৪৫’ৰ যুদ্ধৰ সময়ত)

 ফ্ৰান্স[nb 2]
 পোলেণ্ড
 কানাডা
 অষ্ট্ৰেলিয়া
 নিউজিলেণ্ড
 দক্ষিণ আফ্ৰিকা
 য়ুগ’শ্লোভিয়া(১৯৪১–৪৫)
 গ্ৰীছ(১৯৪০–৪৫)
 নৰৱে(১৯৪০–৪৫)
 নেডাৰলেণ্ডচ (১৯৪০–৪৫)
 বেলজিয়াম (১৯৪০–৪৫)
 চেক’শ্লভাকিয়া
 ব্ৰাজিল(১৯৪২–৪৫)
...আৰু অন্যান্যসমূহ


Client and puppet states
ফিলিপাইনফিলিপাইনছ(১৯৪১–৪৫)
মংগোলিয়ামঙ্গোলিয়(১৯৪১–৪৫)
...আৰু অন্যান্যসমূহ

অক্ষ শক্তিসমূহ

 জাৰ্মানী
 জাপান(১৯৩৭-৪৫ ৰ যুদ্ধৰ সময়ৰ)

 ইটালী(১৯৪০-৪৩)

 হাংগেৰী (১৯৪০–৪৫)
 ৰোমানিয়া(১৯৪১–৪৪)
 বুলগেৰিয়া(১৯৪১–৪৪)


Co-belligerents
 ফিনলেণ্ড (১৯৪১–৪৪)
 থাইলেণ্ড (১৯৪২–৪৫)
 ইৰাক(১৯৪১)


Client and puppet states
 মানচুকুঅ’
 ইটালিয়ান ছছিয়েল ৰিপাব্লিক(১৯৪৩-৪৫)
 ক্ৰয়েছিয়া(১৯৪১–৪৫)
 শ্ল’ভাকিয়া
...আৰু অন্যান্যসমূহ

কমাণ্ডাৰ আৰু দলপতিসকল
মিত্ৰপক্ষৰ দলপতিসকল

ছ'ভিয়েট সংঘ যোচেফ ষ্টেলিন
আমেৰিকা যুক্তৰাষ্ট্ৰ ফ্ৰেংকলিন ৰুচভেল্ট
যুক্তৰাজ্য ৱিনষ্টন চাৰ্ছিল
টাইৱান চিয়াং কাই-চেক
...আৰু অন্যান্যসকল

অক্ষৰ দলপতিসকল

নাজী জাৰ্মানী এডল্ফ হিটলাৰ
জাপান সাম্ৰাজ্য হিৰোহিটো
ইটালী প্ৰদেশ বেনিট মুছোলিনী
...আৰু অন্যান্যসকল

ক্ষয়ক্ষতিৰ পৰিমাণ
সামৰিক মৃতকৰ সংখ্যা:
১৬,০০০,০০০ তকৈ অধিক
নিহত জনসাধাৰন:
৪৫,০০০,০০০ তকৈ অধিক
মুঠ মৃতকৰ সংখ্যা:
৬১,০০০,০০০ তকৈ অধিক(১৯৩৭–৪৫)
...অধিক বিৱৰণ
সামৰিক মৃতকৰ সংখ্যা:
৮,০০০,০০০ তকৈ অধিক
নিহত জনসাধাৰন:
৪,০০০,০০০ তকৈ অধিক
মুঠ মৃতকৰ সংখ্যা:
১২,০০০,০০০ তকৈ অধিক (১৯৩৭–৪৫)
...অধিক বিৱৰণ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

পাদটীকা
  1. 23 August 1939, the USSR and Germany sign non-aggression pact, secretly dividing Eastern Europe into spheres of influence. USSR armistice with Japan 16 September 1939; invades Poland 17 September 1939; attacks Finland 30 September 1939; forcibly incorporates Baltic States June 1940; takes eastern Romania 4 July 1940. 22 June 1941, USSR is invaded by European Axis; USSR aligns with countries fighting Axis.
  2. After the fall of the Third Republic in 1940, the de facto government was the Vichy Regime. It conducted pro-Axis policies until November 1942 while remaining formally neutral. The Free French Forces, based out of London, were recognized by all Allies as the official government in September 1944.