চেৰেছ
অৱয়ব
(Ceres (dwarf planet)ৰ পৰা পুনঃনিৰ্দেশিত)
হাবল মহাকাশ দূৰবীণযোগে প্ৰাপ্ত চেৰেছ গ্ৰহৰ চিত্ৰ | |||||||||
| আৱিষ্কাৰ[1] | |||||||||
|---|---|---|---|---|---|---|---|---|---|
| আৱিষ্কাৰক | Giuseppe Piazzi | ||||||||
| আৱিষ্কাৰৰ তাৰিখ | 1 January 1801 | ||||||||
| বিৱৰণ | |||||||||
| এমপিচি পদমৰ্যাদা | 1 Ceres | ||||||||
| উচ্চাৰণ | /ˈsɪəriːz/[2][3] or as লেটিন: Cerēs | ||||||||
| নামকৰণৰ উৎস | Ceres | ||||||||
| বিকল্প নামসমূহ | A899 OF; 1943 XB | ||||||||
| ক্ষুদ্ৰ গ্ৰহসমূহৰ শ্ৰেণী | dwarf planet main belt | ||||||||
| বিশেষণ | Cererian /sɨˈrɪəri.ən/[4] | ||||||||
| কক্ষপথৰ বৈশিষ্ট্য[6] | |||||||||
| যুগ June 18, 2009 (JD 2455000.5) | |||||||||
| অপসূৰ | 446669320km(446,669,320km) | ||||||||
| অনুসূৰ | 380995855km(380,995,855km) | ||||||||
| অৰ্ধ-মুখ্য অক্ষ | 413832587km(413,832,587km) | ||||||||
| উৎকেন্দ্ৰতা | 0.07934 | ||||||||
| কক্ষীয় পৰ্যায়কাল | 4.60 yr 1680.5 d | ||||||||
| গড় কক্ষীয় দ্ৰুতি | 17.882 km/s | ||||||||
| গড় দ্ৰুতি | 27.448° | ||||||||
| নতি | 10.585° to Ecliptic 9.20° to Invariable plane[5] | ||||||||
| উদ্বিন্দুৰ দ্ৰাঘিমা | 80.399° | ||||||||
| অনুসূৰৰ উৎপত্তি | 72.825° | ||||||||
| উপযুক্ত কক্ষপথৰ উপাদান[7] | |||||||||
| উপযুক্ত অৰ্ধ-মুখ্য অক্ষ | 2.7670962 AU | ||||||||
| উপযুক্ত উৎকেন্দ্ৰতা | 0.1161977 | ||||||||
| উপযুক্ত নতি | 9.6474122° | ||||||||
| উপযুক্ত গড় গতি | 78.193318 ডিগ্ৰী / বছৰ | ||||||||
| উপযুক্ত কক্ষীয় পৰ্যায়কাল | 4.60397 বছৰ (1681.601 দি) | ||||||||
| অনুসূৰৰ অয়নচলন | 54.070272 আৰ্কছেকেণ্ড / বছৰ | ||||||||
| ঊৰ্ধ্বগামী নোডৰ অয়নচলন | −59.170034 আৰ্কছেকেণ্ড / বছৰ | ||||||||
| ভৌতিক বৈশিষ্ট্যসমূহ | |||||||||
| বিষুৱীয় ব্যাসাৰ্ধ | 487.3 ± 1.8 km | ||||||||
| মেৰু ব্যাসাৰ্ধ | 454.7 ± 1.6 km | ||||||||
| পৃষ্ঠৰ ক্ষেত্ৰফল | 2,850,000 sq km | ||||||||
| ভৰ | 9.43 ± 0.07×1020 kg 0.00015 Earths 0.0128 Moons | ||||||||
| গড় ঘনত্ব | 2.077 ± 0.036 g/cm3 | ||||||||
| বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | 0.27 m/s2 0.028 g[8] | ||||||||
| পলায়ন বেগ | 0.51 km/s[8] | ||||||||
| নাক্ষত্ৰিক ঘূৰ্ণনকাল | 0.3781 d 9.074170 h[9] | ||||||||
| অক্ষীয় ঢাল | about 3° | ||||||||
| উত্তৰ মেৰুৰ বিষুৱাংশ | 19 h 24 min 291° | ||||||||
| উত্তৰ মেৰুৰ বিষুৱলম্ব | 59° | ||||||||
| প্ৰতিফলন অনুপাত | 0.090 ± 0.0033 (V-band geometric) | ||||||||
| |||||||||
| বৰ্ণালীৰ ধৰণ | C | ||||||||
| আপাত মান | 6.7 to 9.32 | ||||||||
| পৰম মান (H) | 3.36 ± 0.02 | ||||||||
| কৌণিক ব্যাস | 0.84"[10] to 0.33"[8] | ||||||||
চেৰেছ (প্রতীক:
)[11] সৌৰজগতৰ সবাতোকৈ ক্ষুদ্ৰ আৰু গ্ৰহাণুবলয়ৰ একমাত্ৰ বাওনা গ্ৰহ। ইটালীয় জ্যোতিৰ্বিদ গুইছেপ্পি পিয়াজ্জিয়ে ১৮০১ খৃষ্টাব্দৰ প্ৰথম দিনাই (অৰ্থাত ১ জানুৱাৰী, ১৮০১) এই গ্ৰহটো আৱিস্কাৰ কৰিছিল [12]। চেৰেছ নামটোৰ উৎস হৈছে ৰোমান দেৱী চেৰেছ যাক শস্য, ফল-মূল তথা মাতৃস্নেহৰ দেৱী বুলি জনা যায়।
৯৫০ কিলোমিটাৰ ব্যাসৰ অধিকাৰী চেৰেছ গ্ৰহাণুপুঞ্জৰ সবাতোকৈ ডাঙৰ জ্যোতিষ্ক। গ্ৰহাণুপুঞ্জৰ সকলো গ্ৰহাণুৰ মুঠ ভৰৰ প্ৰায় এক-তৃতীয়াংশ ভৰ চেৰেছতেই আছে। সাম্প্ৰতিক পৰ্যবেক্ষনসমূহৰ পৰা জনা যায়, চেৰেছৰ পৃষ্ঠ সম্ভৱত পানী, বৰফ আৰু পানীত দ্ৰৱীভূত বিভিন্ন খনিজ পদাৰ্থৰ মিশ্ৰনৰ পৰা তৈয়াৰ হৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Schmadel, Lutz (2003). Dictionary of minor planet names (5th সম্পাদনা). প্ৰকাশক Germany: Springer. পৃষ্ঠা. 15. ISBN 978-3-540-00238-3. http://books.google.com/?id=KWrB1jPCa8AC&pg=PA15.
- ↑ seer-eez; সাঁচ:USdict.
- ↑ "Dictionary.com Unabridged (v 1.1)". Random House, Inc.. Archived from the original on 2007-03-13. https://web.archive.org/web/20070313094439/http://dictionary.reference.com/browse/CERES। আহৰণ কৰা হৈছে: 2007-09-26.
- ↑ Simpson, D. P. (1979). Cassell's Latin Dictionary (5th সম্পাদনা). প্ৰকাশক London: Cassell Ltd. পৃষ্ঠা. 883. ISBN 978-0-304-52257-6.
- ↑ "The MeanPlane (Invariable plane) of the Solar System passing through the barycenter". 2009-04-03. Archived from the original on 2009-04-20. https://web.archive.org/web/20090420194536/http://home.comcast.net/~kpheider/MeanPlane.gif। আহৰণ কৰা হৈছে: 2009-04-10. (produced with Solex 10 Archived 2015-05-24 at the Wayback Machine written by Aldo Vitagliano; see also Invariable plane)
- ↑ Yeomans, Donald K. (July 5, 2007). "1 Ceres". JPL Small-Body Database Browser. Archived from the original on 2015-11-15. https://web.archive.org/web/20151115202651/http://ssd.jpl.nasa.gov/sbdb.cgi?sstr=Ceres। আহৰণ কৰা হৈছে: 2009-04-10.—The listed values were rounded at the magnitude of uncertainty (1-sigma).
- ↑ "AstDyS-2 Ceres Synthetic Proper Orbital Elements". Department of Mathematics, University of Pisa, Italy. Archived from the original on 2011-11-21. https://web.archive.org/web/20111121225850/http://hamilton.dm.unipi.it/astdys/index.php?pc=1.1.6&n=1। আহৰণ কৰা হৈছে: 2011-10-01.
- ↑ 8.0 8.1 8.2 Calculated based on the known parameters
- ↑ Chamberlain, Matthew A.; Sykes, Mark V.; Esquerdo, Gilbert A. (2007). "Ceres lightcurve analysis – Period determination". Icarus খণ্ড 188 (2): 451–456. doi:10.1016/j.icarus.2006.11.025.
- ↑ Ceres Angular Size @ Feb 2009 Opposition: 974 km diam. / (1.58319 AU * 149 597 870 km) * 206265 = 0.84"
- ↑ JPL/NASA (2015-04-22). "What is a Dwarf Planet?". Jet Propulsion Laboratory. https://www.jpl.nasa.gov/infographics/what-is-a-dwarf-planet। আহৰণ কৰা হৈছে: 2022-01-19.
- ↑ Piazzi, Giuseppe (1801) (Italian ভাষাত). Risultati delle osservazioni della nuova Stella scoperta il dì 1 gennajo all'Osservatorio Reale di Palermo. প্ৰকাশক Palermo.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Movie of one Ceres rotation (processed Hubble images)
- How Gauss determined the orbit of Ceres Archived 2008-04-14 at the Wayback Machine from keplersdiscovery.com
- A simulation of the orbit of Ceres
- An up-to-date summary of knowledge about Ceres, plus an Earth-Ceres size comparison (the Planetary Society) Archived 2008-09-17 at the Wayback Machine
| সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
| বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
| বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
| সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা | ||||
| আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
| নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
| ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
| আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান | ||||||

