পৃথিৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Earth (planet)ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
পৃথিৱী পৃথিৱীৰ জ্যোতিৰ্বৈজ্ঞানিক প্ৰতীক
A color image of Earth as seen from Apollo ১৭.Rotating earth (large).gif
পৃথিৱীৰ বিখ্যাত "নীলা মাৰ্বল"ৰ চিত্ৰ, এপোলো ১৭ পৰা তোলা
বিৱৰণ
বিশেষণ পাৰ্থিৱ
কক্ষপথৰ বৈশিষ্ট্য
যুগ জে২০০০
অপসূৰ ১৫২,০৯৭,৭০১ কিমি
(১.০১৫ ৭১০ ৩৩৩ ৫ এইউ)
৯৪ ৫০৯ ১৩০ মাইল
অনুসূৰ ১৪৭,০৯৮,০৭৪ কিমি
(০.৯৮৩ ২৮৯ ৮৯১ ২ এইউ)
৯১,৪০২,৭২৫ মাইল
অৰ্ধ-মুখ্য অক্ষ ১৪৯,৫৯৭,৮৮৭.৫ কিমি
(১.০০০ ০০০ ১১২ ৪ এইউ)
৯২,৯৫৫,০৪১ মাইল
উৎকেন্দ্ৰতা ০.০১৫ ৭১০ ২১৯
গড় কক্ষীয় দ্ৰুতি ২৯.৭৮৩ কিমি/ছে
(১০৭,২১৮ কিমি/ঘ)
নতি
(সৌৰ বিষুবৰ সৈতে ৭.২৫°)
উদ্বিন্দুৰ দ্ৰাঘিমা ৩৪৮.৭৩৯ ৩৫°
অনুসূৰৰ উৎপত্তি ১১৪.২০৭ ৮৩°
উপগ্ৰহসমূহ ১ (চন্দ্ৰ)
ভৌতিক বৈশিষ্ট্যসমূহ
গড় ব্যাসাৰ্ধ ৫,৩৭২.৭৯৭ কিমি
বিষুৱীয় ব্যাসাৰ্ধ ৫,৩৭৮.১৩৭ কিমি
মেৰু ব্যাসাৰ্ধ ৫,৩৫৫.৭৫২ কিমি
পৃষ্ঠৰ ক্ষেত্ৰফল ৫১০,০৫৫,৫০০ কিমি²
আয়তন ১.০৮৩ ২০৭ ৩×10১২ কিমি³
ভৰ ৫.৯৭৪২×10২৪ কিলোগ্ৰাম
গড় ঘনত্ব ৫,৫১৫.৩ কেজি/মি³
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ ৯.৭৮০ ১ মি/সে²]]
(০.৯৯৭ ৩২ g)
পলায়ন বেগ ১১.১৮৫ কিমি/সে (≅৩৯,৫০০ কিমি/ঘ)
নাক্ষত্ৰিক ঘূৰ্ণনকাল ০.৯৯৭ ২৫৮ দিন (২৩.৯৩৪ ঘন্টা)
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ ৪৫৫.১১ মি/সে
অক্ষীয় ঢাল ২৩.৪৩৯ ২৮১°
উত্তৰ মেৰুৰ বিষুৱাংশ অসংজ্ঞায়িত°
উত্তৰ মেৰুৰ বিষুৱলম্ব +৯০°
প্ৰতিফলন অনুপাত ০.৩৫৭
পৃষ্ঠৰ তাপমাত্ৰা ন্যূনতম মধ্যমীয়া সৰ্বোচ্চ
কেলভিন ১৮৫ কে ২৮৭ কে ৩৩১ কে
ছেলছিয়াচ -৮৮.৩ °ছে ১৪ °ছে ৫৭.৭ °ছে
বায়ুমণ্ডল
পৃষ্ঠৰ চাপ ১০১.৩ কিলোপাষ্কেল
আয়তন অনুসৰি সংযুতি ৭৮.০৮% নাইট্ৰ’জেন
২০.৯৪% অক্সিজেন
০.৯৩% আৰ্গন
০.০৩৮% কাৰ্বন ডাই অক্সাইড
বিৰল বাষ্প (জলবায়ুৰ সৈতে পৰিবৰ্তন হয়)]J

ই এটা মধ্যমীয়া আকাৰৰ গ্ৰহ

সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয়৷ সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ৷

লেটিন ভাষাত এই গ্ৰহৰ নাম টেৰা (Terra)[1]

পৃথিৱীৰ নিজ কক্ষত আৱৰ্তন কৰিবৰ বাবে ২৩ ঘণ্টা ৫৬ মিনিট ৪.০১ ছেকেণ্ড সময় লয়৷ পৃথিৱীৰ এই আহ্নিক গতিৰ ফলত পৃথিৱীত দিন আৰু ৰাতি হয়৷ আনহাতে ই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন ৬ ঘণ্টা ৯ মিনিট ১০ ছেকেণ্ড সময় লয়৷

পৃথিৱীৰ পৃষ্ঠভাগ টান শিলেৰে গঠিত যদিও তাৰ ওপৰত মাটি আৰু পানী পোৱা যায়৷ এই শিলৰ খোলাটোৰ তলত পৃথিৱীৰ কেন্দ্ৰভাগ ক্ৰমান্বয়ে তপত৷

পৃথিৱীৰ বায়ুমণ্ডলত যথেষ্ট পৰিমাণে অক্সিজেন পোৱা যায়৷ তদুপৰি কাৰ্বন ডাই অক্সাইড জলীয় বাষ্প আৰু আন আন গেছো পোৱা যায়৷

সৌৰজগতৰ আটাইবোৰ গ্ৰহৰ ভিতৰত কেৱল পৃথিৱীতে জীৱ আছে৷

চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ

পৃথিৱীৰ খোলাটোত থকা বিভিন্ন মৌলৰ পৰিমাণ[সম্পাদনা কৰক]

মৌল পৰিমাণ
ছালফাৰ ০.০০৬ শতাংশ
মেংগানিজ ০.০০৯ শতাংশ
কাৰ্বন ০.০০৯ শতাংশ
ফছফৰাছ ০.১২ শতাংশ
হাইড্ৰ’জেন ০.১৪ শতাংশ
থ’ৰিয়াম ০.৬২ শতাংশ
মেগনেছিয়াম ২.০৭ শতাংশ
পটেছিয়াম ২.৫৮ শতাংশ
ছ’ডিয়াম ২.৪৩ শতাংশ
কেলছিয়াম ৩.৬৪ শতাংশ
আয়ৰন ৫.০৬ শতাংশ
এলুমিনিয়াম ৮.০৭ শতাংশ
ছিলিকন ২৭.৬১ শতাংশ
অক্সিজেন ৪৬.৪৬ শতাংশ

[2]


বহিঃসংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Oxford English Dictionary, 1st ed. "terra, n." Oxford University Press (Oxford), 1911.
  2. বিজ্ঞান জেউতি, ড° অনুপ কুমাৰ তালুকদাৰ, ড° মোহন চন্দ্ৰ কলিতা, ৩৫/৩, অক্টোৱৰ-নৱেম্বৰ, ২০০০
সূৰ্যবুধশুক্ৰচন্দ্ৰপৃথিৱীPhobos and Deimosমঙ্গলCeresThe asteroid beltবৃহস্পতিJupiter's natural satellitesশনিSaturn's natural satellitesইউৰেনাচUranus' natural satellitesNeptune's natural satellitesনেপচুনCharon, Nix, and Hydraপ্লুটোThe Kuiper beltDysnomiaএৰিছThe scattered discওৰ্ট মেঘSolar System XXVII.png
সূৰ্য

সৌৰ গোলক
সৌৰ আৱৰণ
হেলিওপজ
হাইড্ৰজেন দেৱাল
গ্ৰহসমূহ
= প্ৰাকৃতিক উপগ্ৰহ = বলয়সমূহ
বুধ শুক্ৰ পৃথিৱী মঙ্গল
বৃহস্পতি শনি ইউৰেনাচ নেপচুন
বাওনা গ্ৰহসমূহ চেৰেছ প্লুটো এৰিছ
সুক্ষ্ম
সৌৰ
জাগতিক
অৱয়ব
গ্ৰহাণু
(সুক্ষ্ম গ্ৰহ)
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী
বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা
আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ.
নেপচুন-
উত্তৰ
কুইপাৰ বেষ্টনীপ্লুটিনো: অৰকাচ · ইক্সিয়নকিউৱানো:
ধূমকেতু পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ
আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান