সমললৈ যাওক

প্ৰাগ নিউজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


প্ৰাগ নিউজ
উদ্বোধন ৪ মাৰ্চ, ২০০১
গৰাকী এ এম টেলিভিছন প্ৰাইভেট লিমিটেড
শ্ল'গান প্ৰাগৰ খবৰ প্ৰকৃত খবৰ
দেশ ভাৰত
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ ৰেঙণি
ৱেবছাইট pragnews.com
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল নং ৬১৭
ডিছ টিভি (ভাৰত) চেনেল নং ৭৭৯
টাটা স্কাই (ভাৰত) চেনেল নং ১৯৭৫
ভিডিঅ'কন ডি টি এইচ (ভাৰত) চেনেল নং ৮৪৬
কেবল টিভি
এচিচি চেনেল নং ১

প্ৰাগ নিউজ (ইংৰাজী: Prag News) উত্তৰ-পূব ভাৰতৰ অন্যতম পুৰণি চেটেলাইট বাতৰি চেনেল।[উদ্ধৃতিৰ প্ৰয়োজন] ২০০১ চনৰ ৪ মাৰ্চত এই চেনেলটো উদ্বোধন কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] প্ৰাগ নিউজৰ গৰাকী এ এম টেলিভিছন প্ৰাইভেট লিমিটেড আৰু ইয়াত অসমীয়া ভাষাত বাতৰি পৰিৱেশন কৰা হয়।[1]

বাতৰিৰ উপৰিও এই চেনেলত বিভিন্ন সংগীত আৰু বিনোদনৰ অনুষ্ঠান, চলচ্চিত্ৰ, ধাৰাবাহিক আদি পৰিৱেশন কৰা হয়।

মুখ্য ব্যক্তি

[সম্পাদনা কৰক]
  • সঞ্জীৱ নাৰায়ণ, মুখ্য পৰিচালন সঞ্চালক
  • প্ৰশান্ত ৰাজগুৰু, মুখ্য সম্পাদক

উল্লেখযোগ্য অনুষ্ঠান

[সম্পাদনা কৰক]
  • মেজমেল
  • যোগাত্মক দৃষ্টিৰে
  • সাক্ষাৎ
  • সবিশেষ
  • প্ৰতিপক্ষ
  • আমাৰ ভূপেন দা
  • বিশ্বৰ আজব খবৰ
  • সুৰ তাল লই
  • ভিজন প্ৰাগ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "About Us". pragnews.com. https://pragnews.com/dynamic/page/About-U। আহৰণ কৰা হৈছে: September 15, 2024. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]