অন্তহীন যাত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অন্তহীন যাত্ৰা
পৰিচালক মুন্না আহমেদ
চিত্ৰনাট্য দুলাল ৰয়
কাহিনী মামণি ৰয়ছম গোস্বামী
প্ৰযোজক প্ৰাঞ্জল ভৰালী
ছবি ভৰালী
অভিনয়ত তপন দাস
প্ৰস্তুতি পৰাশৰ
জেৰিফা ৱাহিদ
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা শিৱাজী চৌধুৰী
সংগীত পৰিচালক ডাo হিতেশ বৰুৱা
প্ৰযোজনা
কোম্পানী
গাৰ্গী এণ্টাৰটেইনমেণ্ট কো. (প্ৰাইভেট) লিমিটেড
মুক্তি
২০০৪
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

অন্তহীন যাত্ৰা হৈছে ২০০৪ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। গাৰ্গী এণ্টাৰটেইনমেণ্ট কো. (প্ৰাইভেট) লিমিটেডৰ বেনাৰত প্ৰাঞ্জল ভৰালী আৰু ছবি ভৰালীয়ে প্ৰযোজনা কৰা ডo মামণি ৰয়ছম গোস্বামীৰ এটি গল্পৰ ভিত্তিত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে মুন্না আহমেদে। চিত্ৰনাট্য দুলাল ৰয়ৰ আৰু সংগীত ডাo হিতেশ বৰুৱাৰ। বোলছবিখন কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল।[1][2]

অভিনয়-শিল্পী[সম্পাদনা কৰক]

কলা-কুশলী[সম্পাদনা কৰক]

  • প্ৰযোজনা - প্ৰাঞ্জল ভৰালী, ছবি ভৰালী
  • পৰিচালনা - মুন্না আহমেদ
  • মুখ্য সহকাৰী পৰিচালনা - অনিন্দ্য কাশ্যপ
  • প্ৰযোজনা নিয়ন্ত্ৰণ - ভবেন বৰা
  • সম্পাদনা - শিৱাজী চৌধুৰী
  • সহ সম্পাদনা - অৰূপ কাকতী, সুজিত বৰা
  • সংগীত - ডাo হিতেশ বৰুৱা
  • সংগীত ব্যৱস্থাপনা - ডনী হাজৰিকা[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Antaheen Jatra releasing today". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304210212/http://docs.exdat.com/docs/index-384265.html?page=2। আহৰণ কৰা হৈছে: ২৪ জানুৱাৰী,২০১৩. 
  2. "WATCH ANTAHEEN JATRA (2004) FREE ONLINE". OV Guide. http://www.ovguide.com/antaheen-jatra-9202a8c04000641f80000000146a2adc#। আহৰণ কৰা হৈছে: ২৪ জানুৱাৰী, ২০১৩. 
  3. "Antaheen Jatra progressing fast". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304210212/http://docs.exdat.com/docs/index-384265.html?page=2। আহৰণ কৰা হৈছে: ২৪ জানুৱাৰী, ২০১৩.