ডি. ৱাই. ৩৬৫
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| ডি. ৱাই. ৩৬৫ | |
|---|---|
ডি. ৱাই. ৩৬৫-ৰ ল'গ' |
|
| উদ্বোধনী | ৩০ অক্টোবৰ, ২০০৮ |
| গৰাকী | ব্ৰক্ষ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া, ইংৰাজী, হিন্দী, বাংলা |
| মূখ্য কাৰ্যালয় | বেতকুছি, বালাজী মন্দিৰৰ ওচৰত,ৰাষ্ট্রীয় ঘাই পথ ৩৭,গুৱাহাটী, অসম, ভাৰত |
| ৱেবছাইট | dy365.in |
ডি.ৱাই.৩৬৫ হৈ উত্তৰ-পূব ভাৰতৰ এক ব্যক্তিগত ছেটেলাইট টেলিভিছন চেনেল। এই চেনেলত অসমীয়া, ইংৰাজী, হিন্দী আৰু বাংলা ভাষাত বাতৰি পৰিৱেশন কৰা হয়।
[সম্পাদনা কৰক] উল্লেখযোগ্য অনুষ্ঠান
- ডি ৱাই মেডলি
- বিদেশত আপোন মানুহ
- ডি ৱাই দিহা
- ডি ৱাই পৰিক্ৰমা
- জুহাল
- অচিনাকি অসম
- ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ
- হিটলিষ্ট
- চুপতি ৩৬৫
- প্রসংগক্রমে
- একান্ত ব্যক্তিগত
- বিহুৰানী
|
|||||||||||