|
জাৰিকৰা শাসক |
লিপিৰ নাম |
সময় |
উদ্ধাৰ হোৱা স্থান |
| ১ |
সুৰেন্দ্ৰবৰ্মন |
উমাচল শৈল শাসন |
খৃ: পঞ্চম শতিকা |
নীলাচল পাহাৰ, গুৱাহাটী |
| ২ |
বসুন্ধৰবৰ্মন |
নগাজৰী খনিকৰ গাঁৱ পাষাণ লিপি (প্ৰথম খণ্ড) |
খৃ: পঞ্চম শতিকা |
গোলাঘাট জিলাৰ সৰু পথাৰৰ খনিকৰ গাঁও |
| ৩ |
বসুন্ধৰ বৰ্মণ |
নগাজৰী খনিকৰ গাঁও পাষাণ লিপি (দ্বিতীয় খণ্ড) |
খৃ: পঞ্চম শতিকা |
গোলাঘাট জিলাৰ সৰু পথাৰৰ খনিকৰ গাঁও |
| ৪ |
শ্ৰীৰত্নবৰ্মণ |
আলিছিগা-টেঙানি পাষাণ লিপি |
খৃ: পঞ্চম শতিকা |
আলিছিগা টেঙানি, বৰপথাৰ ,গোলাঘাট |
| ৫ |
বসুন্ধৰ বৰ্মন |
আলিছিগা-টেঙানি মাটিৰ মোহৰ |
খৃ: পঞ্চম শতিকা |
আলিছিগা টেঙানি, বৰপথাৰ , গোলাঘাট |
| ৬ |
ভূতিবৰ্মন |
বৰগংগা শৈল শাসন |
খৃ: ষষ্ঠ শতিকা |
বৰগংগা নদী, নগাঁৱৰ ডবকাৰপৰা ২৮ কিমি উত্তৰ-পূবে |
| ৭ |
ভাস্কৰ বৰ্মণ |
ডুবি তাম্ৰশাসন আৰু ছিল |
খৃ: সপ্তম শতিকা |
বৰপেটা জিলাৰ ডুবি গাঁও, পাঠশালা ৰেল ষ্টেচনৰপৰা ৫ কিমি আঁতৰত |
| ৮ |
ভাস্কৰবৰ্মণ |
নিধানপুৰ তাম্ৰশাসন |
খৃ: সপ্তম শতিকা |
চিলেট জিলাৰ বনিয় বজাৰ থানাৰ নিধানপুৰ গাঁও, বাংলাদেশ |
| ৯ |
ভাস্কৰবৰ্মণ |
নালন্দা মাটিৰ মোহৰ |
খৃ: সপ্তম শতিকা |
নালন্দা, (site no. 1) বৌদ্ধবিহাৰ ১ নং |
| ১০ |
ৰজাৰ নাম উল্লেখ নাই |
দেওপানী বিষ্ণুমূৰ্তি লিপি |
খৃ: অষ্টম শতিকা |
দেওপানী, গোলাঘাট জিলা |
| ১১ |
শ্ৰীজীৱৰা |
শংকৰ-নাৰায়ণ মূৰ্তি লিপি |
খৃ: অষ্টম শতিকা |
দেওপানী, গোলাঘাট জিলা |
| ১২ |
শ্ৰীজীৱৰা |
কৃষ্ণ-দুৰ্গা পাষান মূৰ্তি লিপি |
খৃ: অষ্টম শতিকা |
কাছমাৰি পথাৰৰ বিশ্ৰামপুৰ |
| ১৩ |
দীঘলেখবৰ্মন |
হৰি-হৰ মূৰ্তি লিপি |
খৃ: অষ্টম শতিকা |
দেওপানী, গোলাঘাট জিলা |
| ১৪ |
শ্ৰীকুমাৰ |
তাম্ৰ ঘণ্টা লিপি |
খৃ: অষ্টম শতিকা |
গুৱাহাটী |
| ১৫ |
শ্ৰীজীৱৰজা |
নগাঁও খণ্ডিত তাম্ৰ শাসন |
খৃ: অষ্টম শতিকা |
নগাঁও |
| ১৬ |
হৰ্জৰ বৰ্মণ |
তেজপুৰ শৈল শাসন |
৫১০ গুপ্তাব্দ (=৮১০ খৃষ্টাব্দ) |
তেজপুৰ |
| ১৭ |
হৰ্জৰবৰ্মণ |
হয়ুণ্ঠাল তাম্ৰ শাসন |
খৃ: নৱম শতিকা |
হয়ুণ্ঠাল, কাৰ্বি আংলং |
| ১৮ |
হৰ্জৰবৰ্মণ |
কুৰুৱাবাহী তাম্ৰ শাসন |
খৃ: নৱম শতিকা |
কুৰুৱাবাহী সত্ৰ, নগাঁও |
| ১৯ |
বনমালবৰ্মাদেৱ |
সূৰ্যমূৰ্তি লিপি |
খৃ: নৱম শতিকা |
কাকি, নগাঁও জিলা |
| ২০ |
বনমালবৰ্মাদেৱ |
তেজপুৰ তাম্ৰ শাসন |
খৃ: নৱম শতিকা |
তেজপুৰ |
| ২১ |
বনমালবৰ্মাদেৱ |
পৰ্বতীয়া তাম্ৰ শাসন |
খৃ: নৱম শতিকা |
পৰ্বতীয়া গাঁও, তেজপুৰৰ পৰা ৫ কিমি নিলগত |
| ২২ |
বনমালবৰ্মাদেৱ |
কলিয়াবৰ তাম্ৰ শাসন |
খৃ: নৱম শতিকা |
দিঘলীগাঁও, নগাঁও |
| ২৩ |
দান কৰোঁতাৰ নাম নাই |
ব্ৰঞ্জৰ সূৰ্য মূৰ্তি লিপি |
খৃ: নৱম শতিকা |
তিতাবৰৰ আমগুৰিখাট |
| ২৪ |
বলবৰ্মন |
উত্তৰ-বৰবিল তাম্ৰশাসন |
খৃ: নৱম শতিকা |
উত্তৰ বৰবিল গাঁও, হাওৰাঘাট, কাৰ্বি আংলং |
| ২৫ |
বলবৰ্মন (৩য়) |
উলুবাৰী তাম্ৰশাসন |
খৃ: নৱম শতিকা |
নাহৰহাবি মৌজাৰ উলুবাৰী গাঁও, দৰং জিলা |
| ২৬ |
বলবৰ্মন (৩য়) |
নগাঁও তাম্ৰশাসন |
খৃ: নৱম শতিকা |
সূতৰগাঁও, নগাঁৱৰপৰা ৯ কিমি নিলগত |
| ২৭ |
ৰত্নপালবৰ্মন |
চোৰাতবাৰী তাম্ৰশাসন |
খৃ: একাদশ শতিকা |
চোৰাতবাৰী, নগাঁও |
| ২৮ |
ৰত্নপালবৰ্মন |
বৰগাঁও তাম্ৰশাসন |
খৃ: একাদশ শতিকা |
বৰগাঁও মৌজাৰ নাহৰহাৰিগাঁও, তেজপুৰ |
| ২৯ |
ৰত্নপালবৰ্মন |
শুৱালকুছি তাম্ৰশাসন |
খৃ: একাদশ শতিকা |
শুৱালকুছী, কামৰূপ জিলা |
| ৩০ |
ইন্দ্ৰপালবৰ্মন |
গুৱাহাটী তাম্ৰশাসন |
খৃ: একাদশ শতিকা |
পাতি দৰং মৌজাৰ বৰপানাৰা গাঁও, গুৱাহাটী |
| ৩১ |
ইন্দ্ৰপালবৰ্মন |
গুৱাকুছি তাম্ৰশাসন |
খৃ: একাদশ শতিকা |
গুৱাকুছি গাঁও, নলবাৰী |
| ৩২ |
গোপালবৰ্মন |
গছতল স্তম্ভলিপি |
খৃ: একাদশ শতিকা |
গছতল গাঁও, ডবকা, নগাঁও জিলা |
| ৩৩ |
ধৰ্মপাল |
খনামুখ তাম্ৰশাসন |
খৃ: দ্বাদশ শতিকা |
বৰভগীয়া মৌজাৰ খনামুখ গাঁও, নগাঁও জিলা |
| ৩৪ |
ধৰ্মপাল |
শুভংকৰ পাটক তাম্ৰশাসন |
খৃ: দ্বাদশ শতিকা |
উদ্ধাৰ হোৱা স্থান জনা নাযায় |
| ৩৫ |
ধৰ্মপাল |
পুষ্পভদ্ৰা তাম্ৰশাসন |
খৃ: দ্বাদশ শতিকা |
উত্তৰ গুৱাহাটীৰ পুষ্পভদ্ৰা নদীৰ শুষ্ক তলিৰপৰা |
| ৩৬ |
বৈদ্যদেৱ |
কমৌলি তাম্ৰশাসন |
খৃ: দ্বাদশ শতিকা |
কমৌলি গাঁও, বাৰানসী |
| ৩৭ |
বল্লভদেৱ |
অসম তাম্ৰশাসন |
১১০৭ শকাব্দ (=খৃ: ১১৮৫) |
তেজপুৰ |
| ৩৮ |
পৃথু[2] |
কানাই বৰশী শৈল শাসন |
১১২৭ শকাব্দ (=খৃ: ১২০৬) |
উত্তৰ-গুৱাহাটী |
| ৩৯ |
সমুদ্ৰপাল |
আমবাৰী শৈল শাসন |
১১৫৪ শকাব্দ (=খৃ: ১২৩২) |
গুৱাহাটী |