ন'বেল বঁটা (১৯৯০)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৯০ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
No free image man (as).png
জেৰ'ম আই. ফ্ৰীডমেন
Jerome I. Friedman
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"প্ৰট'ন আৰু বদ্ধ নিউট্ৰনৰ ওপৰত ইলেকট্ৰনৰ গভীৰ অস্থিতিস্থাপক বিচ্ছুৰণ সম্পৰ্কীয় তেখেতসকলৰ অগ্ৰণী পৰীক্ষালানিৰ বাবে, যিবোৰ কণা পদাৰ্থবিজ্ঞানৰ কোৱাৰ্ক আৰ্হিৰ বিকাশৰ বাবে অতি আৱশ্যকীয় আছিল" ("for their pioneering investigations concerning deep inelastic scattering of electrons on protons and bound neutrons, which have been of essential importance for the development of the quark model in particle physics")
No free image man (as).png
হেনৰী ডব্লিউ. কেণ্ডেল
Henry W. Kendall
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
No free image man (as).png
ৰিচাৰ্ড ই. টেইলৰ
Richard E. Taylor
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
ৰসায়ন বিজ্ঞান
No free image man (as).png
ইলিয়াছ জেম্‌ছ কৰী
Elias James Corey
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"জৈৱ সংশ্লেষণৰ তত্ব আৰু প্ৰণালী-ৰ বিকাশৰ বাবে" ("for his development of the theory and methodology of organic synthesis")
ফিজিঅ'লজী বা মেডিচিন
No free image man (as).png
জোছেফ ই. মুৰে
Joseph E. Murray
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"মানৱ দেহৰ ৰোগ নিৰসনৰ বাবে অংগ আৰু কোষ প্ৰতিস্থাপনৰ দিশত তেওঁলোকে কৰা আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning organ and cell transplantation in the treatment of human disease")
No free image man (as).png
ই. ড'নেল টমাছ
E. Donnall Thomas
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
সাহিত্য
Octavio Paz - 1988 Malmö.jpg
অক্টাৱিয়' পাছ
Octavio Paz
 মেক্সিকো "উন্মুখ দিগন্ত বিয়পা শক্তিশালী লেখাবোৰৰ বাবে, চিত্তাকৰ্ষক বুদ্ধিমত্তা আৰু মানৱীয় সমস্ততা যাৰ বৈশিষ্ট" ("for impassioned writing with wide horizons, characterized by sensuous intelligence and humanistic integrity")
নোবেল শান্তি বঁটা
No free image man (as).png
মিখাইল ছেৰ্গেয়েভিচ্‌ গৰ্বাচেভ
Mikhail Sergeyevich Gorbachev
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"শান্তি প্ৰতিষ্ঠাৰ বাবে তেখেতে লোৱা অগ্ৰণি ভূমিকাৰ বাবে, যিয়ে আন্ত:ৰাষ্ট্ৰীয় সমাজৰ বৰ্তমানত বিশেষ গুৰত্ব লাভ কৰিছে" ("for his leading role in the peace process which today characterizes important parts of the international community")
অৰ্থনীতি বিজ্ঞান
No free image man (as).png
হেৰী এম. মাৰ্ক'ৱিট্‌জ
Harry M. Markowitz
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"ব্যৱস্থাপনা অৰ্থনীতি বিষয়ত তেওঁলোকে কৰা অগ্ৰণী গৱেষণাৰ বাবে" ("for their pioneering work in the theory of financial economics")
No free image man (as).png
মাৰ্টন এইচ. মিলাৰ
Merton H. Miller
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
No free image man (as).png
উইলিয়াম এফ. ছাৰ্পি
William F. Sharpe
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]