ন'বেল বঁটা (১৯৯৮)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৯৮ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

পদাৰ্থ বিজ্ঞান
ৰবাৰ্ট বি. লাফলিন
Robert B. Laughlin
 আমেৰিকা যুক্তৰাষ্ট্ৰ "আংশিক আয়নীয় উত্তেজনা সম্বলিত এক নতুন ধৰণৰ কোৱাণ্টাম তৰল আৱিষ্কাৰৰ বাবে"
("for their discovery of a new form of quantum fluid with fractionally charged excitations")
হ'ৰ্ষ্ট এল. ষ্ট'ৰ্মাৰ
Horst L. Störmer
 জাৰ্মানী
ডেনিয়েল চি. চুই
Daniel C. Tsui
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰসায়ন বিজ্ঞান
ৱাল্টাৰ ক'ন
Walter Kohn
 আমেৰিকা যুক্তৰাষ্ট্ৰ "তেখেতে আগবঢ়োৱা ঘনত্ব ফলনৰ তত্বৰ বাবে"
("for his development of the density-functional theory")
জন এ. প'পল
John A. Pople
 ইংলেণ্ড "কোৱাণ্টাম ৰসায়নবিদ্যাত গাণনিক পদ্ধতিৰ বিকাশৰ বাবে"
("for his development of computational methods in quantum chemistry")
ফিজিঅ'লজী বা মেডিচিন
ৰবাৰ্ট এফ. ফাৰ্চগ'ট
Robert F. Furchgott
 আমেৰিকা যুক্তৰাষ্ট্ৰ "হৃদ-ৰক্তবাহী তন্ত্ৰত নাইট্ৰিক অক্সাইড অণুৱে সংকেতবাহকৰ কাম কৰে, এই আৱিষ্কাৰৰ বাবে"
("for their discoveries concerning nitric oxide as a signalling molecule in the cardiovascular system")
লুই জে. ইগ্‌নেৰ'
Louis J. Ignarro
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ফেৰিড মুৰাড
Ferid Murad
 আলবেনিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ
সাহিত্য
জোছ ছাৰামেগ'
José Saramago
 পৰ্তুগাল "যাৰ কল্পনা, দৰদ আৰু ব্যংগৰে পূৰ্ণ গাঁথাবোৰে আমাক বাস্তৱৰ ৰহস্যক আকৌ এবাৰ চাবলৈ বাধ্য কৰে"
("who with parables sustained by imagination, compassion and irony continually enables us once again to apprehend an elusory reality")
ন'বেল শান্তি বঁটা
জন হিউম
John Hume
 আয়াৰলেণ্ড "উত্তৰ আয়াৰলেণ্ডৰ সংঘাটৰ এক শান্তিময় সমাধানৰ বাবে তেওঁলোকে কৰা প্ৰচেষ্টাৰ বাবে"
("for their efforts to find a peaceful solution to the conflict in Northern Ireland")
ডেভিড ট্ৰিম্‌বল
David Trimble
 যুক্তৰাজ্য
অৰ্থনীতি বিজ্ঞান
অমৰ্ত্য সেন
Amartya Sen
 ভাৰত "কল্যাণকামী অৰ্থনীতিৰ প্ৰতি তেখেতে আগবঢ়োৱা অৱদানৰ বাবে"
("for his contributions to welfare economics")

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]