ন'বেল বঁটা (১৯৯৩)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৯৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
No free image man (as).png
ৰাছেল এ. হাল্‌ছ
Russell A. Hulse
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"এটা নতুন ধৰণৰ পাল্‌ছাৰৰ আৱিষ্কাৰৰ বাবে, যিয়ে মহাকৰ্ষণ অধ্যয়নৰ নতুন দিশ উন্মোচিত কৰিছে" ("for the discovery of a new type of pulsar, a discovery that has opened up new possibilities for the study of gravitation")
No free image man (as).png
জোছেফ এইচ. টেইলৰ কনিষ্ঠ
Joseph H. Taylor Jr.
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
ৰসায়ন বিজ্ঞান
No free image man (as).png
কেৰী বি. ম্যুলিছ
Kary B. Mullis
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
১৯৯৩ চনৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা আগবঢ়োৱা হৈছে "ডিএনএ-ভিত্তিক ৰসায়নৰ অন্তৰ্গত প্ৰণালীৰ বিকাশৰ বাবে দিয়া অৱদানৰ বাবে"। যুটীয়া ভাৱে দিয়া এইবাৰৰ বঁটাৰ আধা অংশ কেৰী বি. ম্যুলিছ-লৈ "পলিমেৰেজ শৃংখল বিক্ৰিয়া (PCR) আৱিষ্কাৰৰ বাবে", আৰু আধা অংশ মাইকেল স্মিথ-লৈ "অলিগ'নিউক্লিঅ'টাইড আধাৰিত, স্থান-চালিত পৰৱৰ্তীজনন-ক প্ৰতিষ্ঠিত আৰু বিকাশ কৰি প্ৰ'টিন সম্বন্ধীয় গৱেষণাৰ প্ৰতি আগবঢ়োৱাৰ বুনিয়াদী অৱদানৰ বাবে" (The Nobel Prize in Chemistry 1993 was awarded "for contributions to the developments of methods within DNA-based chemistry" jointly with one half to Kary B. Mullis "for his invention of the polymerase chain reaction (PCR) method" and with one half to Michael Smith "for his fundamental contributions to the establishment of oligonucleotide-based, site-directed mutagenesis and its development for protein studies".)
No free image man (as).png
মাইকেল স্মিথ
Michael Smith
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
ফিজিঅ'লজী বা মেডিচিন
No free image man (as).png
ৰিচাৰ্ড জে. ৰবাৰ্ট্‌ছ
Richard J. Roberts
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"বিপাটিত জিনৰ আৱিষ্কাৰৰ বাবে" ("for their discoveries of split genes")
No free image man (as).png
ফিলিপ এ. ছাৰ্প
Phillip A. Sharp
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
সাহিত্য
No free image man (as).png
ট'নি মৰিছন
Toni Morrison
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"দূৰদৰ্শী শক্তি আৰু কাব্যময়ী উপন্যাসেৰে যিজনে আমেৰিকাৰ বাস্তৱৰ এক আৱশ্যকীয় অংশক জীৱন্ত কৰি তোলে" ("who in novels characterized by visionary force and poetic import, gives life to an essential aspect of American reality")
ন'বেল শান্তি বঁটা
No free image man (as).png
নেলছন মেণ্ডেলা
Nelson Mandela
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"বৰ্ণভেদী শাসনৰ শান্তিপূৰ্ণ অৱসান ঘটাই এখন নতুন গণতান্ত্ৰিক দক্ষিণ আফ্ৰিকাৰ ভেঁটি স্থাপন কৰাৰ বাবে" ("for their work for the peaceful termination of the apartheid regime, and for laying the foundations for a new democratic South Africa")
No free image man (as).png
ফ্ৰেডেৰিক ৱিলেম দি ক্লাৰ্ক
Frederik Willem de Klerk
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
অৰ্থনীতি বিজ্ঞান
No free image man (as).png
ৰবাৰ্ট ডব্লিউ. ফ'গ্‌ল
Robert W. Fogel
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"অৰ্থনৈতিক তত্ব আৰু সাংখ্যিক পদ্ধতিৰ প্ৰয়োগৰ দ্বাৰা অৰ্থনৈতিক আৰু প্ৰাতিষ্ঠানিক পৰিৱৰ্তনক বিশ্লেষণ কৰি অৰ্থনৈতিক ইতিহাসৰ গৱেষণাক নবায়িত ৰূপ দিয়াৰ বাবে" ("for having renewed research in economic history by applying economic theory and quantitative methods in order to explain economic and institutional change")
No free image man (as).png
ডগ্‌লাছ চি. নৰ্থ
Douglass C. North
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]