ন'বেল বঁটা (২০০৩)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০০৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

পদাৰ্থ বিজ্ঞান
AA Abrikosov ANL1.jpg
এলেক্সি এ. এব্ৰিক'ছ'ভ
Alexei A. Abrikosov
 ৰাছিয়া "অতিপৰিবাহী আৰু অতিতৰলৰ তত্বৰ প্ৰতি আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে"
("for pioneering contributions to the theory of superconductors and superfluids")
Виталий Лазаревич Гинзбург.jpg
ভিটালী এল. গিন্‌জবাৰ্গ
Vitaly L. Ginzburg
 ৰাছিয়া
Nobel Laureate Sir Anthony James Leggett in 2007.jpg
এণ্টনি জে. লেগেট
Anthony J. Leggett
 আমেৰিকা যুক্তৰাষ্ট্ৰ
 যুক্তৰাজ্য
ৰসায়ন বিজ্ঞান
Peter agre LR.png
পিটাৰ আগ্ৰে
Peter Agre
 আমেৰিকা যুক্তৰাষ্ট্ৰ "কোষাৱৰণৰ প্ৰণালীসমূহ আৱিষ্কাৰৰ ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে" পিটাৰ আগ্ৰেলৈ "জল প্ৰণালীৰ আৱিষ্কাৰৰ বাবে" ৰড্‌ৰিক মেক্‌কিন'নলৈ "আয়ন প্ৰণালীৰ গঠন আৰু কাৰ্যপ্ৰণালী সম্বন্ধীয় গৱেষণাৰ বাবে"
("for discoveries concerning channels in cell membranes" Peter Agre "for the discovery of water channels" Roderick MacKinnon "for structural and mechanistic studies of ion channels")
Roderick MacKinnon, M.D..jpg
ৰড্‌ৰিক মেক্‌কিন'ন
Roderick MacKinnon
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ফিজিঅ'লজী বা মেডিচিন
PaulLauterbur.jpg
পল চি. লেটুৰবাৰ
Paul C. Lauterbur
 আমেৰিকা যুক্তৰাষ্ট্ৰ "চুম্বকীয় অনুনাদ চিত্ৰণ (এম.আৰ.আই) আৱিষ্কাৰ সম্বন্ধীয় গৱেষণাৰ বাবে"
("for their discoveries concerning magnetic resonance imaging")
Peter Mansfield Leipzig.jpg
ছাৰ পিটাৰ মেন্‌ছফিল্ড
Sir Peter Mansfield
 যুক্তৰাজ্য
সাহিত্য
J.M. Coetzee.JPG
জে. এম. কয়েৎজে
John M. Coetzee
 দক্ষিণ আফ্ৰিকা
 অষ্ট্ৰেলিয়া
"যিজনে কেইবাটাও বেশত বহিৰাগতৰ চমৎকাৰী আত্মোৎসৰ্গৰ বৰ্ণনা দিয়ে"
("who in innumerable guises portrays the surprising involvement of the outsider")
ন'বেল শান্তি বঁটা
Ebadi.jpg
ছিৰিণ ইবাডি
Shirin Ebadi
 ইৰান গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ হকে এখেতে চলাই যোৱা প্ৰচেষ্টাৰ বাবে। এই গৰাকী মহিলাই বিশেষকৈ স্ত্ৰী আৰু শিশুৰ অধিকাৰৰ বাবে সংগ্ৰাম চলাই আহিছে।
("for her efforts for democracy and human rights. She has focused especially on the struggle for the rights of women and children")
অৰ্থনীতি বিজ্ঞান
Robert F. Engle.jpg
ৰবাৰ্ট এফ. ইংগল তৃত্বীয়
Robert F. Engle III
 আমেৰিকা যুক্তৰাষ্ট্ৰ উদ্বায়ী কাল-ভিন্নতাৰে অৰ্থনৈতিক কাল শ্ৰেণী বিশ্লেষণৰ (ARCH) প্ৰক্ৰিয়া সমূহৰ বাবে
("for methods of analyzing economic time series with time-varying volatility (ARCH)")
Clive Granger by Olaf Storbeck.jpg
ক্লাইভ ডব্লিউ.জে. গ্ৰে’ঞ্জাৰ
Clive W.J. Granger
 যুক্তৰাজ্য অৰ্থনৈতিক কাল শ্ৰেণীক সাধাৰণ শৈলীৰে (সহসংৰোপন) বিশ্লেষণৰ কৰা প্ৰক্ৰিয়াসমূহৰ বাবে
("for methods of analyzing economic time series with common trends (cointegration)")

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]