ন'বেল বঁটা (২০০০)
অৱয়ব
২০০০ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
১ | পদাৰ্থ বিজ্ঞান | জোৰেছ আই. এলফেৰ'ভ Zhores I. Alferov |
বেলাৰুছ | "তথ্য আৰু সংযোগ প্ৰযুক্তিবিদ্যাৰ বুনিয়াদী গৱেষণাৰ বাবে"। জোৰেছ এলফেৰ'ভ আৰু হাৰ্বাৰ্ট ক্ৰ'মাৰলৈ "অসুষম অৰ্দ্ধপৰিবাহী আৱিষ্কাৰৰ বাবে, যাৰ ব্যৱহাৰ হয় উচ্চ-গতি আৰু পোহৰ-বৈদ্যুতিনবিদ্যাত" ("for basic work on information and communication technology". Zhores I. Alferov and Herbert Kroemer "for developing semiconductor heterostructures used in high-speed- and opto-electronics") | |
হাৰ্বাৰ্ট ক্ৰ'মাৰ Herbert Kroemer |
জাৰ্মানী আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
জেক এছ. কিল্বি Jack S. Kilby |
আমেৰিকা যুক্তৰাষ্ট্ৰ | জেক এছ. কিল্বিলৈ "সমন্বিত বৰ্তনী উদ্ভাৱনলৈ থকা তেখেতৰ অৰিহনাৰ বাবে" (Jack S. Kilby "for his part in the invention of the integrated circuit") | |||
২ | ৰসায়ন বিজ্ঞান | এলেন জে. হীজাৰ Alan J. Heeger |
আমেৰিকা যুক্তৰাষ্ট্ৰ | পৰিবাহী পলিমাৰৰ আৱিষ্কাৰ আৰু বিকাশৰ বাবে (for the discovery and development of conductive polymers) | |
এলেন জি. মেক্ডায়েৰ্মিড Alan G. MacDiarmid |
নিউজিলেণ্ড আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
হিডেকি শ্বিৰাকাৱা Hideki Shirakawa |
জাপান | ||||
৩ | ফিজিঅ'লজী বা মেডিচিন | এৰ্ভিড কাৰ্লছন Arvid Carlsson |
ছুইডেন | স্নায়ুতন্ত্ৰত সংকেত পৰাৰেশন-ৰ বিষয়ে তেওঁলোকে কৰা আৱিষ্কাৰসমূহৰ বাবে (for their discoveries concerning signal transduction in the nervous system) | |
পল গ্ৰীনগাৰ্ড Paul Greengard |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
এৰিক. আৰ. কেণ্ডেল Eric R. Kandel |
আমেৰিকা যুক্তৰাষ্ট্ৰ অষ্ট্ৰিয়া | ||||
৪ | সাহিত্য | গাও ঝিংজিয়ান Gao Xingjian |
চীন | এখেতৰ সাৰ্বজনীন গ্ৰহনীয়তা, তিক্ত অন্তৰ্ভীক্ষা আৰু ভাষিক প্ৰতিভাই চীনা উপন্যাস আৰু নাটকক নতুন পথ প্ৰদান কৰিবলৈ সক্ষম হৈছে (for an œuvre of universal validity, bitter insights and linguistic ingenuity, which has opened new paths for the Chinese novel and drama) | |
৫ | ন'বেল শান্তি বঁটা | কিম ডে-ঝং Kim Dae-jung |
দক্ষিণ কোৰিয়া | দক্ষিণ কোৰিয়া সমন্বিতে সমগ্ৰ পূৱ এছিয়াতে গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ অৰ্থে তেখেতে কৰা কৰ্মৰ বাবে, লগতে নৰ্থ কোৰিয়াৰ লগত শান্তি আৰু সহযোগিতাৰ বাতাৱৰণ উন্নত কৰাৰ বাবে তেখেতে কৰা প্ৰচেষ্টাৰ বাবে (for his work for democracy and human rights in South Korea and in East Asia in general, and for peace and reconciliation with North Korea in particular) | |
৬ | অৰ্থনীতি বিজ্ঞান | জেম্ছ জে. হেকমেন James J. Heckman |
আমেৰিকা যুক্তৰাষ্ট্ৰ | নিৰ্বাচিত নমুনা বিশ্লেষণৰ তত্ব আৰু প্ৰক্ৰিয়া বিকাশৰ বাবে (for his development of theory and methods for analyzing selective samples) | |
ডেনিয়েল এল. মেক্ফেডেন Daniel L. McFadden |
আমেৰিকা যুক্তৰাষ্ট্ৰ | স্বতন্ত্ৰ নিৰ্বাচনৰ বিশ্লেষণৰ বাবে তত্ব আৰু প্ৰক্ৰিয়াৰ বিকাশৰ বাবে (for his development of theory and methods for analyzing discrete choice) |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ন'বেল বঁটা বিজয়ী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|