ন'বেল বঁটা (১৯৯৬)
অৱয়ব
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই সাঁচ আৰু চিত্ৰৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই সাঁচ আৰু চিত্ৰৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
১৯৯৬ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
# | শাখা | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
---|---|---|---|---|---|
১ | পদাৰ্থ বিজ্ঞান | ডেভিড এম. লী David M. Lee |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"হিলিয়াম-৩ -ৰ ক্ষেত্ৰত অতিতৰলতা আৱিষ্কাৰৰ বাবে" ("for their discovery of superfluidity in helium-3") | |
ডগলাছ ড. ওছেৰ'ফ Douglas D. Osheroff |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। | ||||
ৰবাৰ্ট চি. ৰিচাৰ্ডছন Robert C. Richardson |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। | ||||
২ | ৰসায়ন বিজ্ঞান | ৰবাৰ্ট এফ. কাৰ্ল কনিষ্ঠ Robert F. Curl Jr. |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"ফুলেৰিনসমূহৰ আৱিষ্কাৰৰ বাবে" ("for their discovery of fullerenes") | |
ছাৰ হেৰল্ড ডব্লিউ. ক্ৰোট' Sir Harold W. Kroto |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। | ||||
ৰিচাৰ্ড এ. স্মলী Richard E. Smalley |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। | ||||
৩ | ফিজিঅ'লজী বা মেডিচিন | পিটাৰ চি. ড'হাৰ্টী Peter C. Doherty |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"কোষৰ দ্বাৰা চালিত প্ৰতিৰোধী ব্যৱস্থাৰ বিশিষ্টতা আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning the specificity of the cell mediated immune defence") | |
ৰ'ল্ফ এম. জিংকাৰনে'জেল Rolf M. Zinkernagel |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। | ||||
৪ | সাহিত্য | ৱিছলাৱা জেমবৰ্ছ্কা Wislawa Szymborska |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"সেই কবিতাৰ বাবে যিয়ে সুনিৰ্দিষ্ট ব্যংগৰ মাজেৰে ঐতিহাসিক আৰু জৈৱিক প্ৰসংগক পোহৰলৈ আনে মানৱ বাস্তৱৰ কিছু ভগ্নাংশক।" ("for poetry that with ironic precision allows the historical and biological context to come to light in fragments of human reality") | |
৫ | ন'বেল শান্তি বঁটা | কাৰ্ল'ছ ফিলিপ হিমেনেছ বেলো Carlos Filipe Ximenes Belo |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"পূৱ টিম'ৰৰ সংঘৰ্ষৰ ন্যায়িক আৰু শান্তিপূৰ্ণ সমাধানৰ বাবে তেওঁলোকে কৰা কামৰ বাবে" ("for their work towards a just and peaceful solution to the conflict in East Timor") | |
জোছ ৰেম'ছ-হ'ৰ্টা José Ramos-Horta |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। | ||||
৬ | অৰ্থনীতি বিজ্ঞান | জেমছ এ. মিৰলেছ James A. Mirrlees |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"অসমত তথ্যৰ ভিতৰৰ কাৰক সম্বন্ধীয় তেওঁলোকৰ বুনিয়াদী গৱেষণাৰ বাবে" ("for their fundamental contributions to the economic theory of incentives under asymmetric information") | |
উইলিয়াম ভাইক্ৰে William Vickrey |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ন'বেল বঁটা বিজয়ী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|