ন'বেল বঁটা (২০০৮)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০০৮ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
য়'চিৰ' নাম্বু
(Yoichiro Nambu)
 আমেৰিকা যুক্তৰাষ্ট্ৰ য়'চিৰ' নাম্বুলৈ "উপপাৰমাণৱিক পদাৰ্থবিজ্ঞানত স্বত:স্ফূৰ্ত ভগ্ন শৃংখলাৰ গঠন আৱিষ্কাৰৰ বাবে" ("for the discovery of the mechanism of spontaneous broken symmetry in subatomic physics"), মাক'ট' কোবায়াছি আৰু ট'ছিহিডে মাছ্‌কাৱালৈ "ভগ্ন শৃংখলাৰ উৎস আৱিষ্কাৰৰ বাবে যিয়ে প্ৰকৃতিত উপলব্ধ কমেও তিনিটা পৰিয়ালৰ কোৱাৰ্ক কণাৰ অস্তিত্বৰ ভৱিষ্যত বাণী কৰিছিল" ("for the discovery of the origin of the broken symmetry which predicts the existence of at least three families of quarks in nature")
মাক'ট' কোবায়াছি
(Makoto Kobayashi)
 জাপান
ট'ছিহিডে মাছকাৱা
(Toshihide Maskawa)
 জাপান
ৰসায়ন বিজ্ঞান
অ'ছামু ছিম'মুৰা
(Osamu Shimomura)
 জাপান "সেউজীয়া পোহৰদায়ী প্ৰটিন GFP-ৰ আৱিষ্কাৰ আৰু বিকাশৰ বাবে" ("for the discovery and development of the green fluorescent protein, GFP")
মাৰ্টিন ছেল্‌ফি
(Martin Chalfie)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰ'জাৰ ওৱাই. চিয়েন
(Roger Y. Tsien)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ফিজিঅ'লজী বা মেডিচিন
হেৰাল্ড জুৰ হ'ছেন
(Harald zur Hausen)
 জাৰ্মানী হেৰাল্ড হ'ছেনলৈ "গৰ্ভাশয়দ্বাৰৰ কৰ্কট ৰোগ সৃষ্টিকাৰী হিউমেন পেপিল'মা ভাইৰাছৰ আৱিষ্কাৰৰ বাবে" ("for his discovery of human papilloma viruses causing cervical cancer") বেৰী-ছিন'ছি আৰু মণ্টেইনাৰলৈ যুটীয়া ভাৱে "হিউমেন ইমিউন'ডেফিচিয়েন্সী ভাইৰাছৰ আৱিষ্কাৰৰ বাবে" ("for their discovery of human immunodeficiency virus")
ফ্ৰাঙ্ক'য়া বেৰী-ছিন'ছি
(Françoise Barré-Sinoussi)
 ফ্ৰান্স
লু মণ্টেইনাৰ
(Luc Montagnier)
 ফ্ৰান্স
সাহিত্য
জঁ-মেৰী গুস্তাভ লে শ্লেজিঅ'
(Jean-Marie Gustave Le Clézio)
 ফ্ৰান্স "নৱ্য বহিৰ্গমন, কাব্যিক অভিযান আৰু ইন্দ্ৰিয়বিলাসৰ পৰমানন্দৰ লেখক, বৰ্তমান সভ্যতাৰ বাহিৰত আৰু পদানতাতো এক মানৱতা বিচৰা অভিযাত্ৰী" ("author of new departures, poetic adventure and sensual ecstasy, explorer of a humanity beyond and below the reigning civilization")
শান্তি
মাৰ্টি আহ্‌টিছাৰি
(Martti Ahtisaari)
 ফিনলেণ্ড "কেবাখনো মহাদেশ আগুৰি তিনিটা দশকতকৈও অধিক কাল আন্তৰ্জাতিক অঁৰিয়া-অঁৰি নিৰসনৰ বাবে তেখেতে কৰি যোৱা অতি গুৰুত্বপূৰ্ণ কৰ্মৰ বাবে" ("for his important efforts, on several continents and over more than three decades, to resolve international conflicts")
অৰ্থনীতি
পল ক্ৰুগ্‌মেন
(Paul Krugman)
 আমেৰিকা যুক্তৰাষ্ট্ৰ "বাণিজ্যৰ বিন্যাস আৰু অৰ্থনৈতিক সক্ৰিয়তাৰ স্থান সম্পৰ্কে কৰা বিশ্লেষণৰ বাবে" ("for his analysis of trade patterns and location of economic activity")

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]