ন'বেল বঁটা (২০০২)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

২০০২ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

পদাৰ্থ বিজ্ঞান
Raymond Davis, Jr 2001.jpg
ৰেমণ্ড ডেভিছ কনিষ্ঠ
Raymond Davis Jr.
 আমেৰিকা যুক্তৰাষ্ট্ৰ জ্যোতিৰ্পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে, বিশেষকৈ মহাজাগতিক নিউট্ৰিন'ৰ আৱিষ্কাৰৰ বাবে
("for pioneering contributions to astrophysics, in particular for the detection of cosmic neutrinos")
No free image man (as).png
মাছাট'শ্বি ক'শ্বিবা
Masatoshi Koshiba
 জাপান
RiccardoGiacconi.jpg
ৰিকাৰ্ড' জিয়েক'নি
Riccardo Giacconi
 ইটালী
 আমেৰিকা যুক্তৰাষ্ট্ৰ
জ্যোতিৰ্পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে, বিশেষকৈ মহাজাগতিক ৰঞ্জন ৰশ্মিৰ উৎস আৱিষ্কাৰৰ বাবে
("for pioneering contributions to astrophysics, which have led to the discovery of cosmic X-ray sources")
ৰসায়ন বিজ্ঞান
John B Fenn01.jpg
জন বি. ফেন
John B. Fenn
 আমেৰিকা যুক্তৰাষ্ট্ৰ "জৈৱিক বৃহৎ অণু-ৰ চিনাক্তকৰণ আৰু গাঠনিক বিশ্লেষণৰ বাবে নতুন পদ্ধতি বিকশিত কৰাৰ বাবে"

জন বি. ফেন আৰু ক'ইচি টানাকা-লৈ "জৈৱিক বৃহৎ অণুৰ ভৰ বৰ্ণালী বিশ্লেষণৰ বাবে কোমল বিশোষণ আয়নীভৱন পদ্ধতি বিকাশৰ বাবে"
কূৰ্ট ৱুথৰিখ্‌লৈ "দ্ৰৱত থকা জৈৱিক বৃহৎ অণুৰ ত্ৰিবীমিয় গঠন নিৰ্ণয়ৰ বাবে তেখেতে বিকাশ কৰা নিউক্লিয় চুম্বকীয় অনুনাদ বৰ্ণালীবীক্ষণৰ বাবে"
("for the development of methods for identification and structure analyses of biological macromolecules" John B. Fenn and Koichi Tanaka "for their development of soft desorption ionisation methods for mass spectrometric analyses of biological macromolecules" Kurt Wüthrich "for his development of nuclear magnetic resonance spectroscopy for determining the three-dimensional structure of biological macromolecules in solution")

No free image man (as).png
ক'ইচি টানাকা
Koichi Tanaka
 জাপান
Kurt wuethrich.jpg
কূৰ্ট ৱুথ্‌ৰিখ্‌
Kurt Wüthrich
 ছুইজাৰলেণ্ড
ফিজিঅ'লজী বা মেডিচিন
No free image man (as).png
ছিড্‌নী ব্ৰেনাৰ
Sydney Brenner
 দক্ষিণ আফ্ৰিকা "অংগৰ বিকাশ আৰু কোষৰ মৃত্যুৰ জিনীয় নিয়ন্ত্ৰণ সম্বন্ধীয় তেখেতসকলৰ গৱেষণাৰ বাবে"
("for their discoveries concerning genetic regulation of organ development and programmed cell death'")
No free image man (as).png
এইচ. ৰবাৰ্ট হৰ্ভিজ
H. Robert Horvitz
 আমেৰিকা যুক্তৰাষ্ট্ৰ
John Sulston.jpg
জন ই. ছাল্‌ছটন
John E. Sulston
 যুক্তৰাজ্য
সাহিত্য
Imre Kertész (1929-) Hungarian writer II. by Csaba Segesvári.JPG
ইম্‌ৰা কাৰ্টেছ
Imre Kertész
 হাংগেৰী "বুৰঞ্জীৰ নৃশংস স্বেচ্ছাচাৰীতাৰ বিপৰীতে ব্যক্তিৰ ঠুনুকা অভিজ্ঞতাক জীপাল কৰি তোলা তেখেতৰ লিখনীৰ বাবে"
("for writing that upholds the fragile experience of the individual against the barbaric arbitrariness of history")
ন'বেল শান্তি বঁটা
JimmyCarterPortrait2.jpg
জিমী কাৰ্টাৰ
Jimmy Carter
 আমেৰিকা যুক্তৰাষ্ট্ৰ "আন্তৰ্জাতিক সংঘাটৰ শান্তিপূৰ্ণ সমাধান, গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ অগ্গতি আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে তেখেত চলাই যোৱা কেবা দশক জোৰা অহৰহ প্ৰচেষ্টাৰ বাবে"
("for his decades of untiring effort to find peaceful solutions to international conflicts, to advance democracy and human rights, and to promote economic and social development")
অৰ্থনীতি বিজ্ঞান
Daniel KAHNEMAN.jpg
ডেনিয়েল কানেমেন
Daniel Kahneman
 আমেৰিকা যুক্তৰাষ্ট্ৰ
 ইজৰাইল
মনস্তাত্বিক গৱেষণাৰ জ্ঞান অৰ্থনীতিবিজ্ঞানত সন্নিবিষ্ট কৰাৰ বাবে, বিশেষকৈ অনিশ্চয়তাৰ মাজত মানুহৰ বিচাৰ ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে
("for having integrated insights from psychological research into economic science, especially concerning human judgment and decision-making under uncertainty")
VernonSmith2.jpg
ভাৰ্নন এল. স্মিথ
Vernon L. Smith
 আমেৰিকা যুক্তৰাষ্ট্ৰ অভিজ্ঞতালব্ধ অৰ্থনৈতিক বিশ্লেষণৰ ক্ষেত্ৰত প্ৰয়োগশালাৰ পৰীক্ষা প্ৰতিষ্ঠা কৰাৰ বাবে, বিশেষকৈ বৈকল্পিক বজাৰ গঠনৰ ওপৰত
("for having established laboratory experiments as a tool in empirical economic analysis, especially in the study of alternative market mechanisms")

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]