ন'বেল বঁটা (১৯৯২)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৯২ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
জৰ্জেছ চাৰ্পাক
Georges Charpak
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"তেখেতে আৱিষ্কাৰ আৰু বিকাশ কৰা কণা সংসূচকৰ বাবে, বিশেষকৈ বহুতাঁৰযুক্ত অনুপাতিক প্ৰকোষ্ঠৰ বাবে" "("for his invention and development of particle detectors, in particular the multiwire proportional chamber")
ৰসায়ন বিজ্ঞান
ৰুডল্ফ এ. মাৰ্কাছ
Rudolph A. Marcus
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"ৰাসায়নিক প্ৰণালীত ইলেক্ট্ৰন পৰিবহন বিক্ৰিয়াৰ তত্বলৈ তেখেতে আগবঢ়োৱা অৱদানৰ বাবে" ("for his contributions to the theory of electron transfer reactions in chemical systems")
ফিজিঅ'লজী বা মেডিচিন
এড্‌মাণ্ড এইচ. ফিছাৰ
Edmond H. Fischer
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি হিচাপে পৰাবৰ্তনীয় প্ৰ'টিন ফছফৰিলেছন সম্পৰ্কীয় তেখেতসকলৰ আৱিষ্কাৰৰ বাবে" ( "for their discoveries concerning reversible protein phosphorylation as a biological regulatory mechanism")
এড্‌ৱিন জি. ক্ৰেব্‌ছ
Edwin G. Krebs
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
সাহিত্য
ডেৰেক ৱালকট
Derek Walcott
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"মহত্ত্বতাৰে আলোকিত, ঐতিহাসিক দূৰদৃষ্টিসম্পন্ন তেখেতৰ কবিতা সমস্তৰ বাবে, যিবোৰ বহুসংস্কৃতিৰ প্ৰতি সমানে দায়বদ্ধ" ("for a poetic oeuvre of great luminosity, sustained by a historical vision, the outcome of a multicultural commitment")
ন'বেল শান্তি বঁটা
ৰিগ'বেৰ্টা মেঞ্চু টুম
Rigoberta Menchú Tum
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"দেশীয় জনগণৰ অধিকাৰক ভিত্তি কৰি সামাজিক ন্যায় আৰু নৃ-কৃষ্টীয় সমন্বয় বৃদ্ধিৰ বাবে তেখেতে কৰা কৰ্মৰ স্বীকৃতি স্বৰূপে" ("in recognition of her work for social justice and ethno-cultural reconciliation based on respect for the rights of indigenous peoples")
অৰ্থনীতি বিজ্ঞান
গেৰী এছ. বেকাৰ
Gary S. Becker
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক
"ক্ষুদ্ৰ অৰ্থনীতিৰ বিশ্লেষণক আৰু বহল পৰিসৰলৈ নি মানৱীয় আচাৰ আৰু অন্তৰাক্ৰিয়া বিশ্লেষণত প্ৰয়োগ কৰা, লগতে অবাণিজ্যিক আচাৰৰ ক্ষেত্ৰতো প্ৰয়োগ কৰাৰ বাবে" ("for having extended the domain of microeconomic analysis to a wide range of human behaviour and interaction, including nonmarket behaviour")


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]