ন'বেল বঁটা (১৯৯২)
অৱয়ব
১৯৯২ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
# | শাখা | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
---|---|---|---|---|---|
১ | পদাৰ্থ বিজ্ঞান | জৰ্জেছ চাৰ্পাক Georges Charpak |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"তেখেতে আৱিষ্কাৰ আৰু বিকাশ কৰা কণা সংসূচকৰ বাবে, বিশেষকৈ বহুতাঁৰযুক্ত অনুপাতিক প্ৰকোষ্ঠৰ বাবে" "("for his invention and development of particle detectors, in particular the multiwire proportional chamber") | |
২ | ৰসায়ন বিজ্ঞান | ৰুডল্ফ এ. মাৰ্কাছ Rudolph A. Marcus |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"ৰাসায়নিক প্ৰণালীত ইলেক্ট্ৰন পৰিবহন বিক্ৰিয়াৰ তত্বলৈ তেখেতে আগবঢ়োৱা অৱদানৰ বাবে" ("for his contributions to the theory of electron transfer reactions in chemical systems") | |
৩ | ফিজিঅ'লজী বা মেডিচিন | এড্মাণ্ড এইচ. ফিছাৰ Edmond H. Fischer |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি হিচাপে পৰাবৰ্তনীয় প্ৰ'টিন ফছফৰিলেছন সম্পৰ্কীয় তেখেতসকলৰ আৱিষ্কাৰৰ বাবে" ( "for their discoveries concerning reversible protein phosphorylation as a biological regulatory mechanism") | |
এড্ৱিন জি. ক্ৰেব্ছ Edwin G. Krebs |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। | ||||
৪ | সাহিত্য | ডেৰেক ৱালকট Derek Walcott |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"মহত্ত্বতাৰে আলোকিত, ঐতিহাসিক দূৰদৃষ্টিসম্পন্ন তেখেতৰ কবিতা সমস্তৰ বাবে, যিবোৰ বহুসংস্কৃতিৰ প্ৰতি সমানে দায়বদ্ধ" ("for a poetic oeuvre of great luminosity, sustained by a historical vision, the outcome of a multicultural commitment") | |
৫ | ন'বেল শান্তি বঁটা | ৰিগ'বেৰ্টা মেঞ্চু টুম Rigoberta Menchú Tum |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"দেশীয় জনগণৰ অধিকাৰক ভিত্তি কৰি সামাজিক ন্যায় আৰু নৃ-কৃষ্টীয় সমন্বয় বৃদ্ধিৰ বাবে তেখেতে কৰা কৰ্মৰ স্বীকৃতি স্বৰূপে" ("in recognition of her work for social justice and ethno-cultural reconciliation based on respect for the rights of indigenous peoples") | |
৬ | অৰ্থনীতি বিজ্ঞান | গেৰী এছ. বেকাৰ Gary S. Becker |
নাগৰিকত্ব তথ্য অন্তৰ্ভুক্ত কৰক। |
"ক্ষুদ্ৰ অৰ্থনীতিৰ বিশ্লেষণক আৰু বহল পৰিসৰলৈ নি মানৱীয় আচাৰ আৰু অন্তৰাক্ৰিয়া বিশ্লেষণত প্ৰয়োগ কৰা, লগতে অবাণিজ্যিক আচাৰৰ ক্ষেত্ৰতো প্ৰয়োগ কৰাৰ বাবে" ("for having extended the domain of microeconomic analysis to a wide range of human behaviour and interaction, including nonmarket behaviour") |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ন'বেল বঁটা বিজয়ী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|