ন'বেল বঁটা (২০১৩)
অৱয়ব
২০১৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
# | শাখা | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
---|---|---|---|---|---|
১ | পদাৰ্থ বিজ্ঞান | ফ্ৰঁচোৱা এংলাৰ্ট François Englert |
সাঁচ:Country data belgium | "পৰমাণুতকৈ ক্ষুদ্ৰ কণিকাৰ ভৰ উদ্ভৱৰ কাৰণ সম্পৰ্কে তেওঁলোকে দিয়া তাত্বিক বাখ্যাৰ বাবে, যি বাখ্যা অতি সম্প্ৰতি চাৰ্ন লাৰ্জ হেড্ৰন কলাইডাৰ-ত ATLAS আৰু CMS পৰীক্ষণৰ সময়ত ভৱিষ্যবাণী কৰা কণিকাৰ উপস্থিতি নিশ্চিত কৰি কৰা হয়" (""for the theoretical discovery of a mechanism that contributes to our understanding of the origin of mass of subatomic particles, and which recently was confirmed through the discovery of the predicted fundamental particle, by the ATLAS and CMS experiments at CERN's Large Hadron Collider"") | |
পিটাৰ ডব্লিউ. হিগ্ছ Peter W. Higgs |
যুক্তৰাজ্য | ||||
২ | ৰসায়ন বিজ্ঞান | মাৰ্টিন কেৰ্প্লাছ Martin Karplus |
অষ্ট্ৰিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ |
"জটিল ৰাসায়নিক প্ৰণালীৰ বহুমাত্ৰিক আৰ্হিৰ বিকাশৰ বাবে" ("for the development of multiscale models for complex chemical systems") | |
মাইকেল লেভিট্ Michael Levitt |
আমেৰিকা যুক্তৰাষ্ট্ৰ ইজৰাইল যুক্তৰাজ্য | ||||
এৰিয়া ৱাৰ্শ্বেল Arieh Warshel |
ইজৰাইল আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
৩ | ফিজিঅ'লজী বা মেডিচিন | জেম্ছ ই. ৰথম্যান James E. Rothman |
আমেৰিকা যুক্তৰাষ্ট্ৰ | কোষৰ অন্তৰ্গত এক গুৰুত্বপূৰ্ণ পৰিবাহী তন্ত্ৰ ভেছিক্ল-ৰ (vesicle) মাজেৰে পৰিবহন প্ৰক্ৰিয়াৰ আৱিষ্কাৰৰ বাবে ("for their discoveries of machinery regulating vesicle traffic, a major transport system in our cells") | |
ৰেণ্ডি ডব্লিউ. স্কেকম্যান Randy W. Schekman |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
থমাছ চি. শ্ব্যুধফ Thomas C. Südhof |
জাৰ্মানী আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
৪ | সাহিত্য | এলিচ মুন্ৰ' Alice Munro |
কানাডা | "সাম্প্ৰতিক চুটি গল্পৰ বিশাৰদ" ("master of the contemporary short story") | |
৫ | ন'বেল শান্তি বঁটা | ৰাসায়নিক অস্ত্ৰৰ নিষিদ্ধকৰণ সংস্থা Organization for the Prohibition of Chemical Weapons |
সদৰ কাৰ্যালয়ঃ দ্যা হেগ, নেদাৰলেণ্ড | ৰাসায়নিক অস্ত্ৰ নিৰ্মূল কৰাৰ বাবে তেওঁলোকে কৰা অহোপৰুষাৰ্থৰ বাবে ("for its extensive efforts to eliminate chemical weapons") | |
৬ | ৰসায়ন বিজ্ঞান | ইউজিন এফ. ফামা Eugene F. Fama |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "সম্পদৰ মূল্যৰ ওপৰত তেওঁলোকে কৰা অভিজ্ঞানিক বিশ্লেষণৰ বাবে" ("for their empirical analysis of asset prices") | |
লাৰ্ছ পিটাৰ হেনছেন Lars Peter Hansen |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
ৰবাৰ্ট জে. শ্বিলাৰ Robert J. Shiller |
আমেৰিকা যুক্তৰাষ্ট্ৰ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ন'বেল বঁটা বিজয়ী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|