ন'বেল বঁটা (২০১৩)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০১৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
ফ্ৰঁচোৱা এংলাৰ্ট
François Englert
সাঁচ:Country data belgium "পৰমাণুতকৈ ক্ষুদ্ৰ কণিকাৰ ভৰ উদ্ভৱৰ কাৰণ সম্পৰ্কে তেওঁলোকে দিয়া তাত্বিক বাখ্যাৰ বাবে, যি বাখ্যা অতি সম্প্ৰতি চাৰ্ন লাৰ্জ হেড্ৰন কলাইডাৰ-ত ATLAS আৰু CMS পৰীক্ষণৰ সময়ত ভৱিষ্যবাণী কৰা কণিকাৰ উপস্থিতি নিশ্চিত কৰি কৰা হয়" (""for the theoretical discovery of a mechanism that contributes to our understanding of the origin of mass of subatomic particles, and which recently was confirmed through the discovery of the predicted fundamental particle, by the ATLAS and CMS experiments at CERN's Large Hadron Collider"")
পিটাৰ ডব্লিউ. হিগ্‌ছ
Peter W. Higgs
 যুক্তৰাজ্য
ৰসায়ন বিজ্ঞান
মাৰ্টিন কেৰ্প্লাছ
Martin Karplus
 অষ্ট্ৰিয়া
 আমেৰিকা যুক্তৰাষ্ট্ৰ
"জটিল ৰাসায়নিক প্ৰণালীৰ বহুমাত্ৰিক আৰ্হিৰ বিকাশৰ বাবে"
("for the development of multiscale models for complex chemical systems")
মাইকেল লেভিট্‌
Michael Levitt
 আমেৰিকা যুক্তৰাষ্ট্ৰ
 ইজৰাইল
 যুক্তৰাজ্য
এৰিয়া ৱাৰ্শ্বেল
Arieh Warshel
 ইজৰাইল
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ফিজিঅ'লজী বা মেডিচিন জেম্‌ছ ই. ৰথম্যান
James E. Rothman
 আমেৰিকা যুক্তৰাষ্ট্ৰ কোষৰ অন্তৰ্গত এক গুৰুত্বপূৰ্ণ পৰিবাহী তন্ত্ৰ ভেছিক্‌ল-ৰ (vesicle) মাজেৰে পৰিবহন প্ৰক্ৰিয়াৰ আৱিষ্কাৰৰ বাবে
("for their discoveries of machinery regulating vesicle traffic, a major transport system in our cells")
ৰেণ্ডি ডব্লিউ. স্কেকম্যান
Randy W. Schekman
 আমেৰিকা যুক্তৰাষ্ট্ৰ
থমাছ চি. শ্ব্যুধফ
Thomas C. Südhof
 জাৰ্মানী
 আমেৰিকা যুক্তৰাষ্ট্ৰ
সাহিত্য
এলিচ মুন্‌ৰ'
Alice Munro
 কানাডা "সাম্প্ৰতিক চুটি গল্পৰ বিশাৰদ"
("master of the contemporary short story")
ন'বেল শান্তি বঁটা
ৰাসায়নিক অস্ত্ৰৰ নিষিদ্ধকৰণ সংস্থা
Organization for the Prohibition of Chemical Weapons
সদৰ কাৰ্যালয়ঃ দ্যা হেগ, নেদাৰলেণ্ড ৰাসায়নিক অস্ত্ৰ নিৰ্মূল কৰাৰ বাবে তেওঁলোকে কৰা অহোপৰুষাৰ্থৰ বাবে
("for its extensive efforts to eliminate chemical weapons")
ৰসায়ন বিজ্ঞান
ইউজিন এফ. ফামা
Eugene F. Fama
 আমেৰিকা যুক্তৰাষ্ট্ৰ "সম্পদৰ মূল্যৰ ওপৰত তেওঁলোকে কৰা অভিজ্ঞানিক বিশ্লেষণৰ বাবে"
("for their empirical analysis of asset prices")
লাৰ্ছ পিটাৰ হেনছেন
Lars Peter Hansen
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰবাৰ্ট জে. শ্বিলাৰ
Robert J. Shiller
 আমেৰিকা যুক্তৰাষ্ট্ৰ


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]