অৰুণা আছফ আলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
35 নং শাৰী: | 35 নং শাৰী: | ||
==পুৰস্কাৰ প্ৰাপ্ত বঁটা== |
==পুৰস্কাৰ প্ৰাপ্ত বঁটা== |
||
==মৃত্যু== |
|||
18:28, 5 January 2013ৰ সংস্কৰণ
অৰুণা আছফ আলী | |
---|---|
অৰুণা আছফ আলী | |
জন্ম | ১৬ জুলাই, ১৯০৯ কলকা, পাঞ্জাৱ, বৃটিছ ভাৰত (এতিয়াহাৰিয়ানা) |
মৃত্যু | ২৯ জুলাই, ১৯৯৬ (৮৭ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
শিক্ষানুষ্ঠান | Sacred Heart Convent |
পেচা | Indian independence activist, শিক্ষক |
অৰুণা আছফ আলী(ইংৰাজী: Aruna Asaf Ali) (১৯০৮-১৯৯৬)বিশিষ্ট মুক্তি যুঁজাৰু, সমাজ কৰ্মী তথা আগৰণুৱা মহিলা নেত্ৰী অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁলৈ ১৯৯১ চনত জৱহৰলাল নেহেৰু বঁটা প্ৰদান কৰা হয়। ১৯৯৭ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল আৰু শান্তিৰ বাবে অৰিহণা আগবঢ়োৱা বাবে ১৯৭৫ চনত তেওঁক লেলিন শান্তি বঁটাৰে বিভূষিত কৰা হয়।। সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে তেওঁ লোৱা প্ৰচেষ্টাৰ বাবে ১৯৫৫ চনত তেওঁক ছোভিয়েট দেশে নেহৰু পুৰস্কাৰেৰে সন্মানিত কৰিছিল। তেওঁ দিল্লী মহানগৰৰ প্ৰথম মহিলা মেয়ৰ আছিল। তেওঁ জাতীয় মহিলা ফেডাৰেচনৰ সভানেত্ৰীও আছিল। তেওঁ জাতীয় মহিলা কনফাৰেন্সৰ লগতো জড়িত আছিল। তেওঁ দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী আছিল। তেওঁ ভাৰতৰ মুক্তি সংগ্ৰামী আছিল।[1]
জন্ম আৰু পৰিয়াল
শিক্ষা জীৱন
কৰ্মজীৱন
সংগ্ৰামী জীৱন
পুৰস্কাৰ প্ৰাপ্ত বঁটা
মৃত্যু
তথ্য সংগ্ৰহ
- ↑ সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ১২৩,১২৪.