ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৪-১৫)
অৱয়ব
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
# | থিয়েটাৰ (প্ৰযোজক) | নাটক | নাট্যকাৰ | অভিনয়ত |
---|---|---|---|---|
১ | ৰাজশ্ৰী থিয়েটাৰ () |
গুণ্ডা | অভিজিত ভট্টাচাৰ্য | ৰবি শৰ্মা, মৃদুল চুতীয়া, অৰুণ বৰদলৈ, অৰ্চনা বৰা, দিব্যজ্যোতি ভৰালী, পপীপৰ্ণা, উৎপল ঠাকুৰীয়া, লাটুমণি ভূঞা, হেমন্ত হাজৰিকা, উৎপল দাস আৰু মিছ চুমী[1] |
ইতি নহয় মোৰ প্ৰেম | মৃদুল চুতীয়া | |||
কইনা সজাব কোনে | চিত্তৰঞ্জন পৰাশৰ | |||
২ | ইতিহাস থিয়েটাৰ[2] (অখিল কলিতা) |
পুলিচগিৰি | সমৰেন্দ্ৰ বৰ্মন | বিকি, সংগীতা ডেকা, কল্পনা শৰ্মা, তাৰক দাস, ভূপেন ডেকা, মুহী বৰা, জয়ন্ত শৰ্মা, হৰ্ষজ্যোতি দাস, নাজিমূল ইছলাম, ৰতন বৰ্মন আৰু ৰাজশ্ৰী বৰা[1] |
যুৱৰাজ | অভিজিত ভট্টাচাৰ্য | |||
দেৱী | হিল্লোল কুমাৰ পাঠক | |||
৩ | আশীৰ্বাদ থিয়েটাৰ[3] (ৰবীন নেওগ) |
কুৰুক্ষেত্ৰ] | অভিজিৎ ভট্টাচাৰ্য | ভৱেশ বৰুৱা, প্ৰাণজিৎ দাস, ৰবীন নেওগ, বিনয় ডেকা, দুলাল শৰ্মা, বন্দনা ডেকা, চিমি দাস ইত্যাদি[1] |
বিশ্বপ্ৰতাপ | ধ্ৰুৱজ্যোতি শৰ্মা | |||
বননিৰ লুকাভাকু | বিনয় ডেকা | |||
৪ | বৃন্দাবন থিয়েটাৰ (গণেশ ৰায় মেধি (বংকিম)) |
বোৱাৰী | অভিজিৎ ভট্টাচাৰ্য | যতীন বৰা, প্ৰয়াসী পৰাশৰ, মমী ডেকা, পৰাগ শৰ্মা, অঞ্জনজ্যোতি বেজ, জিতু বৰা, অৰুণ বৰা আদি[1] |
মা-কচম [4] | অভিজিৎ ভট্টাচাৰ্য | |||
অনামিকাৰ সপোন | অভিজিৎ ভট্টাচাৰ্য | |||
৫ | কহিনুৰ থিয়েটাৰ[5] (তপন লহকৰ/ ৰতন লহকৰ) |
ফুটপাথৰ ৰোমিঅ' | অভিজিৎ ভট্টাচাৰ্য | ৰাজকুমাৰ, মুনমী ফুকন, চিন্ময় কটকী, স্মাইলী বৰুৱা, হেমেন শৰ্মা, দীপক তালুকদাৰ, গিৰিজা শৰ্মা, যুতিকা ভূঞা আদি |
মৰমৰ জুই | অভিজিৎ ভট্টাচাৰ্য | |||
মুক্তি (লক্ষ্মীনাথ বেজবৰুৱাৰ মুক্তি গল্পৰ ওপৰত আধাৰিত) |
হেমন্ত দত্ত | |||
৬ | থিয়েটাৰ ভাগ্যদেৱী (সুবোধ মজুমদাৰ) |
বাদছাহ | চম্পক শৰ্মা | চম্পক শৰ্মা, অৰুণ বৰা, অৰুণ বেজবৰুৱা, যোগেশ কাশ্যপ, প্ৰমোদ চুতীয়া, সঞ্জীৱ বসুমতাৰী, মৃনাল দেৱ, সুৰৱী কটকী, মুন শইকীয়া, প্ৰিয়ংকা, ৰিতু আৰাইনা শৰ্মা, জুনজুন আৰু অৰূপ বৈশ্য আদি [4] |
মাত ভাইটি এবাৰ মাত | অভিজিৎ ভট্টাচাৰ্য | |||
মানুহে মানুহৰ বাবে | চম্পক শৰ্মা | |||
৬ | ৰূপকোঁৱৰ থিয়েটাৰ (ৰেকিব আহমেদ) |
জুলিয়াছ চিজাৰ | পংকজজ্যোতি ভূঞা | বাহাৰুল ইছলাম, জীৱেশ্বৰ ডেকা, হৰেণ মালাকাৰ, কৃষ্ণমণি নাথ, নীলিমা ডেকা, নৱাগতা বৰষা মালাকৰ, ৰাতুল দাস, স্বাগতা বৰুৱা আদি [4] |
মৰুৰ ৰজনীগন্ধা | হেমন্ত দত্ত | |||
সূৰ্যসেনা | নৰেন পাটগিৰী | |||
৭ | আৱাহন থিয়েটাৰ (কৃষ্ণ ৰয়) |
স্বামী | অভিজিৎ ভট্টাচাৰ্য | মৃদুল ভূঞা, অংকিতা, দেৱীস্মিতা, জোনালী, নিৰঞ্জন দাস, বিকাশ ভৰদ্বাজ, প্ৰণৱ শৰ্মা, চন্দন ডেকা, ঋতুৰাজ মহন্ত, মনোজ বৰ্মন, গীতাঞ্জলি বৰা, ভূপেন আৰু হেমাংগ আদি [6] |
মাজনিশা মনে মনে | অভিজিৎ ভট্টাচাৰ্য | |||
আকাশী গংগা | মুনিন বৰুৱা | |||
৮ | সূত্ৰধাৰ থিয়েটাৰ (ক্ষীৰোদ খনিকৰ) |
দাদা নাম্বাৰ ৱান | অৱতাৰ সিং | অতুল পাচনী, প্ৰদীপ বৰা, দ্বীপেন ভূঞা, জয়ন্ত জীৱন, বিকি কাশ্যপ, নিলোৎপল বৰা, ডিম্পল ফুকন, পৰমানন্দ, ৰাজু দাস, পূজা বৰা, মৌচুমী ফুকন, দেৱীমণি তামুলী, মিষ্টাৰ ভাস্কৰজ্যোতি আদি [6] |
মনৰ মৰম | নিৰ্মল দাস | |||
ধৰ্মযুদ্ধ | ধীৰাজ কাশ্যপ | |||
৯ | হেঙুল থিয়েটাৰ () |
মানস কন্যা | অভিজিৎ ভট্টাচাৰ্য | আকাশদ্বীপ, আঙুৰলতা, বিপুল বৰা, আলোকজ্যোতি, জীৱন হাতীকাকতী আদি [7] |
সেন্দূৰৰ ৰং কিয় ৰঙা | চিত্তৰঞ্জন পৰাশৰ | |||
আকৌ এদিন | ৰাজদ্বীপ | |||
১০ | ৰাজতিলক থিয়েটাৰ () |
ৰাং কুকুৰ | অভিজিৎ ভট্টাচাৰ্য | তপন দাস, মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, সঞ্জীৱ শৰ্মা, নিৰ্মল দত্ত, শ্ৰীমন্ত মাধৱ দত্ত, ৰাণী বেগম, মিতুল বালাজী, পঞ্চী বৰা আদি [8] |
উপলব্ধি | অভিজিৎ ভট্টাচাৰ্য | |||
মন্দাকিনী | ||||
১১ | বৰদৈচিলা থিয়েটাৰ () |
দমন | শ্যাম সুন্দৰ জালান | মুনমী কলিতা, নয়ন নিৰ্বাণ বৰুৱা, ফ্ৰেংকী বৰুৱা, জয়ন্ত দাস, পদ্ম বৰা, ভাস্কৰ বৰ্মণ, প্ৰিয়ংকা বৰুৱা, ওমৰ মোক্তাৱ, তপন শইকীয়া, অলকা মজুমদাৰ আদি [8] |
মাতাল ৰজা | অভিজিৎ ভট্টাচাৰ্য | |||
দাবী | ভাস্কৰ বৰ্মণ |
লগতে চাওক
[সম্পাদনা কৰক]- ২০১১ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা
- ২০১২ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা
- ২০১৩-১৪ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ১১ জুন, ২০১৪
- ↑ "ইতিহাসত "পুলিচগিৰি"". দৈনিক জনমভূমি: ৬ পৃষ্ঠা. ১৩ জুন ২০১৪.
- ↑ "আশীৰ্বাদৰ ব্যয়বহুল প্ৰস্তুতি". দৈনিক জনমভূমি: ৬ পৃষ্ঠা. ১৩ জুন ২০১৪.
- ↑ 4.0 4.1 4.2 'বহুমুখ', আমাৰ অসম কাকতৰ বুধবৰীয়া পৰিপূৰিকা, চিত্ৰবাণী পৃষ্ঠা, ২ জুলাই ২০১৪
- ↑ "কহিনুৰৰ বিশেষ পৰিকল্পনা "ফুটপাথৰ ৰোমিঅ'"". দৈনিক জনমভূমি: ৬ পৃষ্ঠা. ১৩ জুন ২০১৪.
- ↑ 6.0 6.1 সাংস্কৃতিকী, সপ্তাহান্তিক পৰিপূৰিকা, আমাৰ অসম, পৃঃ ৪, ৫ জুলাই, ২০১৪
- ↑ বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, বুধবৰীয়া পৰিপূৰিকা, আমাৰ অসম, পৃঃ ৪, ৯ জুলাই, ২০১৪
- ↑ 8.0 8.1 চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ১৬ জুন, ২০১৪
|