সমললৈ যাওক

মুঠ ঘৰুৱা উৎপাদন অনুসৰি ভাৰতীয় ৰাজ্যৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই তালিকাত ভাৰতীয় ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ তালিকা আৰু লগতে মুঠ ঘৰুৱা উৎপাদনত বৃদ্ধিৰ হাৰো দৰ্শোৱা হৈছে।[1]

২৫০ বিলিয়ন ইউ এছ ডিৰে মহাৰাষ্ট্ৰ তালিকাৰ শীৰ্ষত, আৰু ৬০ মিলিয়ন ইউ এছ ডিৰে লক্ষদ্বীপ তালিকাৰ আটাইতকৈ তলত।

২০১৪-১৫ৰ তথ্য মিনিষ্ট্ৰি অৱ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইম্প্লিমেণ্টেচনৰপৰা লোৱা।

GDP of Indian States in 2013 - 14
Ranking State/UT GDP in 2014-15 (in crore rupees)
ভাৰত১২৫.৪১ লাখ কোটি (১.৭৬ ট্ৰিলিয়ন ডলাৰ)
1 মহাৰাষ্ট্ৰ১৬.৮ লাখ কোটি (২৩৫.৫৪ বিলিয়ন ডলাৰ)
2 তামিলনাডু৯.৭৬ লাখ কোটি (১৩৬.৮৪ বিলিয়ন ডলাৰ)
3 উত্তৰ প্ৰদেশ৯.৭৬ লাখ কোটি (১৩৬.৮৪ বিলিয়ন ডলাৰ)
4 পশ্চিমবঙ্গ৮.০০ লাখ কোটি (১১২.১৬ বিলিয়ন ডলাৰ)
5 গুজৰাট৭.৬৫ লাখ কোটি (১০৭.২৫ বিলিয়ন ডলাৰ)
6 কৰ্ণাটক৭.০২ লাখ কোটি (৯৮.৪২ বিলিয়ন ডলাৰ)
7 ৰাজস্থান৫.৭ লাখ কোটি (৭৯.৯১ বিলিয়ন ডলাৰ)
8 অন্ধ্ৰপ্ৰদেশ৫.২০ লাখ কোটি (৭২.৯ বিলিয়ন ডলাৰ)
9 মধ্যপ্ৰদেশ৫.০৮ লাখ কোটি (৭১.২২ বিলিয়ন ডলাৰ)
10 দিল্লী৪.৫১ লাখ কোটি (৬৩.২৩ বিলিয়ন ডলাৰ)
11 তেলঙ্গানা৪.৩০ লাখ কোটি (৬০.২৯ বিলিয়ন ডলাৰ)
12 বিহাৰ৪.০২ লাখ কোটি (৫৬.৩৬ বিলিয়ন ডলাৰ)
13 কেৰালা৩.৯৬ লাখ কোটি (৫৫.৫২ বিলিয়ন ডলাৰ)
14 হাৰিয়ানা৩.৮৯ লাখ কোটি (৫৪.৫৪ বিলিয়ন ডলাৰ)
15 পঞ্জাব৩.১৭ লাখ কোটি (৪৪.৪৪ বিলিয়ন ডলাৰ)
16 ওড়িশা২.৭২ লাখ কোটি (৩৮.১৩ বিলিয়ন ডলাৰ)
17 চণ্ডীগড়১.৮৫ লাখ কোটি (২৫.৯৪ বিলিয়ন ডলাৰ)
18 ঝাৰখণ্ড১.৭৩ লাখ কোটি (২৪.২৫ বিলিয়ন ডলাৰ)
19 অসম১.৫৯ লাখ কোটি (২২.২৯ বিলিয়ন ডলাৰ)
20 উত্তৰাখণ্ড১.২৩ লাখ কোটি (১৭.২৪ বিলিয়ন ডলাৰ)
21 জম্মু আৰু কাশ্মীৰ০.৮৭ লাখ কোটি (১২.২ বিলিয়ন ডলাৰ)
22 হিমাচল প্ৰদেশ০.৮৩ লাখ কোটি (১১.৬৪ বিলিয়ন ডলাৰ)
23 গোৱা০.৪৯ লাখ কোটি (৬.৮৭ বিলিয়ন ডলাৰ)
24 চণ্ডীগড়০.২৯ লাখ কোটি (৪.০৭ বিলিয়ন ডলাৰ)
25 ত্ৰিপুৰা০.২৭ লাখ কোটি (৩.৭৯ বিলিয়ন ডলাৰ)
26 মেঘালয়০.২২ লাখ কোটি (৩.০৮ বিলিয়ন ডলাৰ)
27 পুডুছেৰী০.২১ লাখ কোটি (২.৯৪ বিলিয়ন ডলাৰ)
28 নাগালেণ্ড০.১৮ লাখ কোটি (২.৫২ বিলিয়ন ডলাৰ)
29 মণিপুৰ০.১৪ লাখ কোটি (১.৯৬ বিলিয়ন ডলাৰ)
30 অৰুণাচল প্ৰদেশ০.১৪ লাখ কোটি (১.৯৬ বিলিয়ন ডলাৰ)
31 ছিক্কিম০.১২ লাখ কোটি (১.৬৮ বিলিয়ন ডলাৰ)
32 মিজোৰাম০.১ লাখ কোটি (১.৪ বিলিয়ন ডলাৰ)
33 আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ০.০৬২ লাখ কোটি (০.৮৭ বিলিয়ন ডলাৰ)
34 দাদৰা আৰু নগৰ হাভেলী০.০২৪৪ লাখ কোটি (০.৩৪ বিলিয়ন ডলাৰ)
35 দমন আৰু দিউ০.০১০৫৯ লাখ কোটি (০.১৫ বিলিয়ন ডলাৰ)
36 লক্ষদ্বীপ০.০০৪০৭ লাখ কোটি (০.০৬ বিলিয়ন ডলাৰ)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

References

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]