শোণিতপুৰ ৰাজ্য
অৱয়ব
অসুৰ ৰাজ্য | |
|---|---|
| ??–??
| |
| ৰাজধানী | তেজপুৰ |
| Government | ৰাজতন্ত্ৰ |
| ঐতিহাসিক যুগ | বৈদিক যুগ |
• Established |
?? |
• Disestablished |
?? |
| অসমৰ ইতিহাস |
|---|
|
পৌৰাণিক কাল |
|
আদি মধ্যযুগ |
|
ঔপনিবেশিক কাল |
|
স্বাধীনোত্তৰ কাল |
| শ্ৰেণীসমূহ |
অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য বৈদিক যুগৰ এখন ৰাজ্য। কিংবদন্তি অনুসৰি মৰীচি হৈছে এই ৰাজ্যখনৰ প্ৰতিষ্ঠাপক। বৰ্তমান এই ঠাইখণ্ড অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত। এই ৰাজ্যখন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সমসাময়িক বুলি ধাৰণা কৰা হয়। পুৰাণ, মহাভাৰত আৰু অন্যান্য ধৰ্মীয় কাব্যসমূহত শোণিতপুৰৰ উল্লেখ আছে।[1] প্ৰবাদ আছে যে শোণিতপুৰৰ ৰজা বাণাসুৰে শত্ৰুৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি গড় বান্ধিছিল যাক অগ্নিগড় নামেৰে জনা গৈছিল।[2] পৌৰাণিক কাহিনী অনুসৰি বাণৰজাৰ একমাত্ৰ জীয়ৰি ঊষাই গোপনে দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক গোপনে বিয়া কৰোৱাৰ পৰিণতিত শোণিতপুৰত হৰি-হৰ যুদ্ধ অৰ্থাৎ শ্ৰীকৃষ্ণ আৰু শিৱৰ ভয়ংকৰ যুদ্ধ সংঘটিত হৈছিল।
ৰজাসকল
[সম্পাদনা কৰক]| ক্ৰমিক নং | নাম | সম্পৰ্কিত আখ্যান |
|---|---|---|
| ১ | মৰীচি | |
| ২ | কাশ্যপ | |
| ৩ | হিৰণ্যকশিপু | নৰসিংহ অৱতাৰ |
| ৪ | প্ৰহ্লাদ | |
| ৫ | বিৰোচন | |
| ৬ | বলি | বামণ অৱতাৰ (বলি চলন) |
| ৭ | বাণাসুৰ | হৰি-হৰ যুদ্ধ |