সদস্য:দিব্য দত্ত/প্ৰাপ্ত পদক

    অসমীয়া ৱিকিপিডিয়াৰ পৰা

    ১. প্ৰতিভাবান নবাগত লেখক পদক: আগষ্ট, ২০১৪

    Exceptional newcomer.jpg প্ৰতিভাবান নবাগত লেখক পদক
    প্ৰাণী, জগৎ (জীৱবিজ্ঞান), পৰ্ব (জীৱবিদ্যা) শীৰ্ষক প্ৰবন্ধ সৃষ্টি তথা অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়ালৈ আপুনি যি অৱদান আগবঢ়াইছে, তাৰ স্বীকৃতি স্বৰূপে আপোনালৈ এই সামান্য পদক আগবঢ়োৱা হ'ল। আশা কৰোঁ, অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰিবলৈ আপুনি নিৰন্তৰ সেৱা আগবঢ়াই যাব। বাবুল বৈশ্য 15:48, 16 আগষ্ট 2014 (UTC)

    ২. অক্লান্ত কৰ্মী পদক: নৱেম্বৰ, ২০১৪

    Tireless Contributor Barnstar.gif অক্লান্ত কৰ্মী পদক
    ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া 11:20, 5 নৱেম্বৰ 2014 (UTC)

    ৩. এই মাহৰ ৱিকিপিডিয়ান: নৱেম্বৰ, ২০১৪

    Barnstar mex gold.png এই মাহৰ ৱিকিপিডিয়ান
    অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে নৱেম্বৰ, ২০১৪ মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

    ৪. এই মাহৰ ৱিকিপিডিয়ান: মাৰ্চ, ২০১৫

    Barnstar mex gold.png এই মাহৰ ৱিকিমিডিয়ান
    অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

    অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ

    ৫. বিশেষ বঁটা (শলাগনি): জুন, ২০১৫

    SpecialBarnstar.png বিশেষ বঁটা
    শেহতীয়া ভাবে আপুনি ইমান কাম কৰি আছে যে আপোনাক ধন্যবাদ নজনাই নোৱাৰিলোঁ। আশাকৰোঁ আপোনাৰ এই উদ্যম অক্ষুণ্ন থাকিব। প্রভাকৰ শৰ্মা নেওগ (talk) 14:49, 24 জুন 2015 (UTC)

    ৬. এই মাহৰ ৱিকিপিডিয়ান: জুন, ২০১৫

    Barnstar mex gold.png এই মাহৰ ৱিকিমিডিয়ান
    অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

    অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ


    ৭. অনুপ্ৰাণিত ৱিকিপিডিয়ান: আগষ্ট, ২০১৫

    Quill pen.PNG

    অনুপ্ৰাণিত ৱিকিপিডিয়ান


    অসমীয়া ৱিকিপিডিয়াত তোমাৰ একাণপতিয়া অৱদান দেখি আমি অভিভূত হৈছোঁ। তোমাৰ নিস্বাৰ্থ অৱদানৰ বাবে এই সামান্য উপহাৰ আগবঢ়ালোঁ"
    প্রভাকৰ শৰ্মা নেওগ (talk) 09:07, 12 August 2015 (UTC)

    ৮. এই মাহৰ ৱিকিপিডিয়ান: অক্টোবৰ, ২০১৫

    Barnstar mex gold.png এই মাহৰ ৱিকিমিডিয়ান
    অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

    অসমীয়া ৱিকিমিডিয়াৰ সদস্যবৃন্দ

    ৯. জীৱবিজ্ঞানৰ ভোটাতৰা পদক: অক্টোবৰ, ২০১৫

    Bio barnstar2.png জীৱবিজ্ঞানৰ ভোটাতৰা
    জীৱবিজ্ঞান সম্পৰ্কীয় ভালেমান উপযুক্ত প্ৰবন্ধৰে অসমীয়া ৱিকিক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালো৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ জলি বৰা (talk) 22:45, 29 October 2015 (ইউ.টি.চি.)

    ১০. The Asian Month Barnstar: ডিচেম্বৰ, ২০১৫

    Asia medal.svg The Asian Month Barnstar
    Thanks for your great contribution in Wikipedia Asian Month 2015! AddisWang (talk) 04:16, 2 December 2015 (ইউ.টি.চি.)

    ১১. অক্লান্ত কৰ্মী পদক: মে' ২০১৬

    Tireless Contributor Barnstar.gif অক্লান্ত কৰ্মী পদক
    ৱিকিপিডিয়া আৰু ৱিকিউৎসত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্প দুটাক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব। — গীতাৰ্থ বৰদলৈ (talk) 18:51, 31 মে' 2016 (ইউ.টি.চি.)

    ১২. ফটোগ্ৰাফাৰৰ পদক: মাৰ্চ, ২০১৯

    Photographer Barnstar.png ফটোগ্ৰাফাৰৰ পদক
    যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ বাবে উপযোগী বহুতো মূল্যৱান চিত্ৰ যোগ দি আপুনি আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে এই পদক প্ৰদান কৰিলো৷ আগলৈকে একেই উৎসাহেৰে কাম কৰি যাব বুলি আশা ৰাখিছোঁ৷-- জলি বৰা (talk) 17:40, 31 March 2019 (ইউ.টি.চি.)

    ১৩. কাৰিকৰী পদক: মে', ২০১৯

    Barnstar - technical works.svg কাৰিকৰী বিশেষজ্ঞ পদক
    'অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

    অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ_
    — গীতাৰ্থ বৰদলৈ (talk) 09:09, 31 May 2019 (ইউ.টি.চি.)

    ১৪. ফুলকোঁৱৰ পদক: জুন, ২০১৯

    MOSBarnstar.png ফুলকোঁৱৰ পদক
    ফুল সম্পৰ্কীয় ভালেমান উপযুক্ত প্ৰবন্ধৰে অসমীয়া ৱিকিক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অজয় দাস (বাৰ্তা) 11:37, 21 June 2019 (ইউ.টি.চি.)

    ১৫. টাইগাৰ প্ৰবন্ধকাৰ পদক: জানুৱাৰী, ২০২০

    Emoji u1f42f.svg টাইগাৰ প্ৰবন্ধকাৰ পদক
    প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি বাঘৰ দৰে উদ্দ্যমেৰে ২৭ টা প্ৰবন্ধ যোগ দি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ৷ অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয়। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 10:57, 21 January 2020 (ইউ.টি.চি.)

    ১৬. ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰ: এপ্ৰিল, ২০২০

    Wiki Loves Women Barnstar.svg ৱিকি লাভ্‌ছ ৱুমেন পদক
    প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ৷ আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫ টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 04:43, 3 April 2020 (ইউ.টি.চি.)

    ১৭. কাৰিকৰী বিশেষজ্ঞ পদক: মে', ২০২০

    Barnstar - technical works.svg কাৰিকৰী বিশেষজ্ঞ পদক
    অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

    অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ - চাণক্য (বাৰ্তা) 04:45, 30 May 2020 (ইউ.টি.চি.)