সদস্য বাৰ্তা:KhiLanTzi/archive

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


Please see Meta:Growing Local Language Content on Wikipedia (Project Tiger 2.0)/Writing Contest — গীতাৰ্থ বৰদলৈ (talk) 06:45, 5 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Gitartha.bordoloi: Thank you I will really try to give time, can you really tell me how many articles I have to submit on a large scale. As it would be especially my exam time. ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী 12:09, 5 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Please submit your Project Tiger 2.0 articles here. --SlowPhoton (talk) 13:29, 15 October 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Gitartha.bordoloi:  কৰা হ'ল Should I add the articles that were expanded as the part of Project Tiger 2.0 too? --ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী 15:10, 15 October 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Yes please. --SlowPhoton (talk) 15:38, 15 October 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অনুবাদ সম্পৰ্কে[সম্পাদনা কৰক]

আপোনাৰ অনুবাদ সমূহ ইংৰাজীৰ পৰা পোনপটীয়াকৈ বাংলা অনুবাদ হৈ আছে। আপুনি এই সম্পৰ্কে জ্ঞাত। অনুগ্ৰহ কৰি অলপ অলপকৈ অসমীয়ালৈ তৰ্জমা কৰিলে আপোনাৰ লগতে আনৰো সহায়ক হ'ব। by নয়ন জ্যোতি নাথ

@নয়ন জ্যোতি নাথ: চাওক- সদস্য_বাৰ্তা:নয়ন_জ্যোতি_নাথ#বঙালী_অনুবাদ --ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী 14:40, 6 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰবন্ধকাৰ পদক[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক
১০ + প্ৰবন্ধ যোগ দি অসমীয়া ৱিকিপিডিয়া সমৄদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদকটো আগবঢ়াবইছো। আশাকৰোঁ আপুনি এনেদৰেই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ ৰ’ব।

--জলি বৰা (talk) 03:05, 29 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অশেষ ধন্যবাদ,@Joli: বাইদেউ

প্ৰজেক্ট টাইগাৰ ২.০ | ধন্যবাদ[সম্পাদনা কৰক]

ধন্যবাদ
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 11:10, 21 January 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অশেষ ধন্যবাদ,@SlowPhoton:

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients[সম্পাদনা কৰক]

tiger face
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

এলজিবিটি সমাজ[সম্পাদনা কৰক]

প্ৰচাৰ মাধ্যমৰ অংশটো অলপো গুৰুত্বপূৰ্ণ আৰু মৌলিক হোৱা নাই, এই অংশৰ বিলুপ্তি বা সংশোধনৰ দাবী কৰোঁ। Nayan j Nath (talk) 16:25, 30 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Nayan j Nath: কোনটো শাৰীত কি ক্ৰুটি দেখিলে ভালকৈ ব্যাখ্যা কৰক।ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী
@KhiLanTzi: সম্পূৰ্ণ অংশটোৱেই অপ্ৰয়োজনীয়। ই মূল বিষয়ক প্ৰতিনিধিত্ব কৰা নাই, মূল লেখাৰ মৌলিকতা ৰক্ষা কৰিবলৈ এই সম্পূৰ্ণ অংশটো বিলুপ্তি কৰা প্ৰয়োজন বুলি ভাবো। Nayan j Nath (talk) 10:16, 2 October 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath: প্ৰয়োজনীয়তা নোহোৱাকে ইংৰাজী ৱিকিত দিছে জানো??ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় KhiLanTzi,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:08, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

Don't disturb me on Assamese wiki , thnx ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী 13:30, 16 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities[সম্পাদনা কৰক]

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

এলজিবিটি+[সম্পাদনা কৰক]

নমস্কাৰ, পোনপ্ৰথমে এলজিবিটি+ সম্পৰ্কীয় প্ৰবন্ধসমূহত হাত ফুৰোৱাৰ বাবে ধন্যবাদ। কিন্তু আপুনি কৰা সম্পাদনা সমূহত কিছুমান সংজ্ঞাগত ভুল চকুত পৰিছে। যেনে আপুনি গে কেৱল পুৰুষ সমকামী ক্ষেত্ৰত ব্যৱহাৰ কৰিছে। কিন্তু এই শব্দটোৱে পুৰুষ, মহিলা আনকি সমকামী যিকোনো প্ৰৱণতাকো বুজায়। আকৌ কোনোবা এঠাইত দেখিলোঁ যৌন অভিমুখীতাৰ পাঁচটা প্ৰকাৰৰ বিষয়ে। যৌন অভিমুখীতা যিহেতু যৌন বৰ্ণালীত অন্তৰ্ভুক্ত সেয়েহে ইয়াৰ বিশ্বজনীন পাঁচটা ভাগ নাই। কোনোবায়ে পাঁচটা বুলি উল্লেখ কৰিলেও সেয়া সৰ্বসন্মতিক্ৰমে গ্ৰহণযোগ্য নহয়। বহুকেইটা গৱেষণা পত্ৰিকাত ১৫+ যৌন অভিমুখীতা আছে বুলি উল্লেখ কৰিছে। যিহেতু প্ৰবন্ধবোৰ আৰম্ভ কৰোঁতে সাধাৰণতে আন ৱিকিৰ অনুবাদ ব্যৱহাৰ কৰা হৈছে, সেয়ে ভুল তথ্য নাথাকিলে আঁতৰাই নিদিয়াটো ভাল। নতুন তথ্য উৎসৰ সহায়ত দিলে সেয়া নিশ্চয় গ্ৰহণযোগ্য। বিষয়টোৰ বিষয়ে অধিক গৱেষণা হোৱাৰ দৰকাৰ। শুভেচ্ছাৰে- অজয়  কথা-বতৰা 15:32, 11 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@অজয় দাস: Thnx এটা এটাকৈ বিষয়ৰ ওপৰত ব্যাখ্যা কৰি গৈছো, ব্যস্ততা বাবে মই একেলগে সকলো answer দিব নোৱাৰিম। গে' শব্দটো ১৯৬০ ৰ পূৰ্বে সমকামিতা বিষয়ত ব্যৱহাৰ হৈছিল যদিও বৰ্তমান ইয়াক পুৰুষ সমকামী বুজাবলৈ ব্যৱহাৰ কৰে। ২০০৪ চনত অক্সফৰ্ড university ৰ প্ৰকাশিত অভিধানত relating to or used by homosexuals: feminist, black, and gay perspectives বুলি উল্লেখ আছে। পিছে বৰ্তমান ব্যৱহৃত অনলাইন সংস্কৰণত homosexual (used especially of a man) উদাহৰণ :- ‘the city's gay and lesbian people’ বুলি আছে। যাৰ অৰ্থ বিশেষ ভাবে পুৰুষ সমকামী সকলক বুজাই আৰু উদাহৰণত লেছবিয়ান পৃথক ভাবে দিছে। এলজিবিটি সম্বন্ধীয় term সমূহ সলনি হৈ থাকে। সেয়ে পূৰ্বৰ ব্যৱহাৰসমূহ শব্দতত্ব অংশত দিব পাৰে। এটা সময়ত গুলপীয়া ত্ৰিভুজ ব্যৱহাৰ হৈছিল আৰু এতিয়া ৰামধেনু পতাকা। কিন্তু সেইবুলি আমি এতিয়া সময়ত ৰামধেনু পতাকা আঁতৰাই গুলপীয়া ত্ৰিভুজ নিশ্চয় মূল বিষয়ত দিব নোৱাৰো। আৰু বৰ্তমান গে' সকলে পুৰুষ সমকামিতাৰ পৰিচয়েৰে লেছবিয়ান , বাইৰ দৰে পৃথক পতাকাও ব্যৱহাৰ কৰিছে। আগলৈ --- ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী 16:36, 12 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi: আপুনি দিয়া উদাহৰণৰ আঁত ধৰি, homosexual (used especially of a man) বুলিলে 'সমকামী (বিশেষকৈ পুৰুষ)' এনেকৈ হ'ব। পিছে 'বিশেষকৈ' মানে 'কেৱল' (only) বুজায় জানোঁ? সেয়ে এইবিষয়ত সহমত হ'ব নোৱাৰিলোঁ। বাকী পতাকাৰ কথা বাৰু সুকীয়া। কিন্তু সেয়া হলেও গুলপীয়া ত্ৰিভূজ যিহেতু বিষয়টোৰ ইতিহাসৰ লগত জড়িত সেয়ে আঁতৰাই দিয়াতকৈ ইতিহাস হিচাপে ৰখা ভাল (কি প্ৰসংগত কৈছিল নুবুজিলোঁ যদিও পূৰ্বতে থকা প্ৰবন্ধৰ কীয়দংশ কাটি দিয়াত দেখিবলৈ দৃষ্টিকটু হৈছে, তেনে একো বিশেষ কাটিবলগীয়া নাছিল তেনেকৈ!)- অজয়  কথা-বতৰা 17:21, 12 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস:মই ব্যস্ততাৰ বাবে এইকেইদিন ৱিকিপিডিয়াত অহা নাছিলোঁ তাৰ বাবে reply কৰা নাছিলোঁ। অতীতত অসমীয়া ৱিকিপিডিয়া থকা হেতেন আমি psychiatric classification মতে সমকামিতা টু mental disorder বুলি দিব লগা হল হেতেন! এতিয়া এইটো fact ৰ কিবা ভিক্তি আছে জানো ? বাকী আপুনি যদি বিশেষকৈ মানিব পৰা নাই যদি ব্ৰেকেটত বিশেষকৈ লিখি দিব কিন্তু জনাই থওঁ আজিকালি প্ৰায় সকলো ঠাইতে গে' মানে পুৰুষ সমকামীকেই বুজাই। গুলপীয়া ত্ৰিভুজৰ কথা মই দি থৈছোঁ বাৰু বহুদিন আগতে চাব পাৰে এলজিবিটি প্ৰবন্ধত এতিয়াও আছে। আৰু যৌন অভিমুখিতাৰ প্ৰকাৰটোত আমি psychology আৰু psychiatry ৰ উৎসৰ পৰা গলে বেছি ভাল হব। 5 টা ভাগ এৰাই চলিব নোৱাৰি , বাকীবোৰ যেনে demisexuality , sapiosexuality এইবোৰত লিংগৰ কথা নাহে ব্যক্তিত্বৰ কথাহে আহে। ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে[সম্পাদনা কৰক]

প্ৰিয় KhiLanTzi,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
[[:m:Wikimedia Foundation elections committee|নিৰ্বাচন কমি