ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)/Archive/5

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

অনুবাদ টেগ সম্পৰ্কে মতদান[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি এই আলোচনাখিনি পঢ়ি চাওক। লগত দিয়া টেগৰ প্ৰস্তাবিত নমুনাটোৰ (বাকচৰ মাজত দিয়া) বাখ্যাখিনি পঢ়ি তলত আপোনাৰ মতামত দিয়ক। (ভোট দিবলৈ ~~~~ -এনেকৈ লিখিলেই হ'ল।)

ভোট দিয়াৰ বাহিৰেও কিবা ক'বলগা থাকিলে একেবাৰে তলত, ("অন্যান্য"-ৰ তলত) লিখে যেন।

প্রভাকৰ শৰ্মা নেওগ (talk) 08:25, 10 জানুৱাৰী 2014 (UTC)

উপযুক্ত হৈছে[সম্পাদনা কৰক]
  1. প্রভাকৰ শৰ্মা নেওগ (talk) 08:25, 10 জানুৱাৰী 2014 (UTC)
  1. নিয়ৰপৰশ (talk) 10:47, 10 জানুৱাৰী 2014 (UTC)
  2. হীৰক নয়ন ভূঞা (talk) 13:15, 14 নৱেম্বৰ 2014 (UTC)
দীঘল হৈছে[সম্পাদনা কৰক]


কথাখিনিৰ প্ৰয়োজন নাই[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

এইটো আলোচনা কৰা বস্তুহে। জাননী এখনক লৈ মোৰ মতে ভোটদানৰ প্ৰয়োজন নাই। — গীতাৰ্থ বৰদলৈ (talk) 16:18, 10 জানুৱাৰী 2014 (UTC)

ৱিকিমিডিয়াৰ সভাৰ বাবে আমাৰ প্ৰাৰ্থী[সম্পাদনা কৰক]

ভাৰতত ৱিকিমিডিয়াৰ ভৱিষ্যত কৰ্মপন্থাৰ বিষয়ে আলোচনা আৰু পৰিকল্পনাৰ বাবে অহা ৪ আৰু ৫ অক্টোবৰত বেংগালুৰুত এখন সভা অনুষ্ঠিত হ'ব। তালৈ আমাৰ অসমীয়া ৱিকিপিডিয়াৰ এগৰাকী সক্ৰিয় সম্পাদক জলি বৰা যোৱাৰ কথা আছিল যদিও অসুবিধাবশতঃ তেওঁ সেয়া বাতিল কৰিবলগীয়া হ'ল। এতিয়া অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক আৰু অভিজ্ঞ অৱদানকাৰী বিষ্ণু শইকীয়া সেই সভালৈ যাবৰ বাবে সন্মত হৈছে। আনুষ্ঠানিকভাৱে তেওঁক মনোনয়ন সাব্যস্ত কৰিবলৈ তলত "হয়" বা আন মন্তব্য লিখি অনুগ্ৰহ কৰি আপোনাৰ স্বাক্ষৰ কৰক। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 07:07, 25 ছেপ্টেম্বৰ 2014 (UTC)

মন্তব্য[সম্পাদনা কৰক]

  • হয় Ani ttbr (talk) 13:04, 25 ছেপ্টেম্বৰ 2014 (UTC)
  • হয় --অনুপম শৰ্মা 13:30, 25 ছেপ্টেম্বৰ 2014 (UTC)
  • হয়--Boranitul (talk) 16:43, 25 ছেপ্টেম্বৰ 2014 (UTC)
  • hoi - Priyanka Shekhar Chaliha


বাংলা ৱিকিমিডিয়াৰ সভাৰ বাবে আমাৰ প্ৰাৰ্থী[সম্পাদনা কৰক]

Bengali Wikipedia 10th Anniversary Celebration Conference 2015 লৈ আমাৰ অসমীয়া ৱিকিপিডিয়াৰ এগৰাকী সক্ৰিয় সম্পাদক আৰু অভিজ্ঞ অৱদানকাৰী মঞ্জিল কোঁৱৰ সেই সভালৈ যাবৰ বাবে সন্মত হৈছে। আনুষ্ঠানিকভাৱে তেওঁক মনোনয়ন সাব্যস্ত কৰিবলৈ তলত "হয়" বা "নহয়"ত আপোনাৰ স্বাক্ষৰ কৰক। লগতে আন কোনোৱে যদি সেই সভালৈ যাবলৈ ইচ্ছুক (বাংলা ৱিকি সন্মিলনৰ আয়োজকসকলে আমাৰ সম্প্ৰদায়ৰ পৰা ৫ জন সদস্য নিমন্ত্ৰণ কৰিছে) তেন্তে ইয়াত তেওঁ অতি সোনকালে প্ৰস্তাৱ ৰাখে যেন। ধন্যবাদ। বিষ্ণু শইকীয়া 11:10, 5 ডিচেম্বৰ 2014 (UTC)

হয়[সম্পাদনা কৰক]

  1. বিষ্ণু শইকীয়া 11:10, 5 ডিচেম্বৰ 2014 (UTC)
  2. প্রভাকৰ শৰ্মা নেওগ (talk) 13:01, 5 ডিচেম্বৰ 2014 (UTC)
  3. হীৰক নয়ন ভূঞা (talk) 17:55, 5 ডিচেম্বৰ 2014 (UTC)
  4. দিব্য দত্ত (talk) 20:45, 5 ডিচেম্বৰ 2014 (UTC)
  5. জলি বৰা (talk) 17:34, 7 ডিচেম্বৰ 2014 (UTC)
  6. — গীতাৰ্থ বৰদলৈ (talk) 19:03, 7 ডিচেম্বৰ 2014 (UTC)
  7. অনিমেষ বৰা (talk) 19:42, 7 ডিচেম্বৰ 2014 (UTC)
  8. উদ্দীপতালুকদাৰ (talk) 17:37, 18 ডিচেম্বৰ 2014 (UTC)

নহয়[সম্পাদনা কৰক]


Commons:Wiki_Loves_Food[সম্পাদনা কৰক]

ফেচবুকত কৰা Yohann Thomas আৰু Sujay Chandra ৰ অনুৰোধমৰ্মে তেওঁলোকৰ তলৰ প্ৰস্তাৱটো ৰাইজৰ চ’ৰালৈ অপৰিৱৰ্তত ভাৱে আগবঢ়াইছো, মোক volunteer হিচাপে ইচ্ছা কৰা বাবে মই সন্মতি প্ৰদান কৰিলো। আপোনালোকৰ মাজৰ পৰাও এই প্ৰকল্পৰ বাবে তেওঁলোকে সমৰ্থন আশা কৰিছে| মতামত ব্যক্ত কৰিব বুলি আশা কৰিলো। বিষ্ণু শইকীয়া 12:48, 9 এপ্ৰিল 2015 (UTC)

"Greetings from Wikimedia India. We at Wikimedia India are Planning a unique public photo competition on Wikimedia Commons called as Wiki Loves Food (WLF)The aim of this project is to improve the quality of pictures of different cuisines of India & the world.To ensure full Participation of the whole Indian Community, we invite 2 nominations from each Language community.

Please find more details on this link.

https://commons.wikimedia.org/wiki/Commons:Wiki_Loves_Food

Since this competition will be starting from 15th April, I invite your community to nominate two individuals from your members to participate in this event. For any doubts, please feel free to email Ravishankar Ayyakkannu (ravidreams@wikimedia.in)

Nominated candidates can put their names (wiki user id) at the following link

https://commons.wikimedia.org/wiki/Commons:Wiki_Loves_Food/Community_Nominations

Thanks"

মন্তব্য[সম্পাদনা কৰক]

Galicia 15 - 15 Challenge[সম্পাদনা কৰক]

Wikipedia:Galicia 15 - 15 Challenge is a public writing competition which will improve improve and translate this list of 15 really important articles into as many languages as possible. Everybody can help in any language to collaborate on writing and/or translating articles related to Galicia. To participate you just need to sign up here. Thank you very much.--Breogan2008 (talk) 13:38, 12 March 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Hi, you are invited to participate in the discussion on the proposal to make a banner through m: centralnotice to inform more people around the world about what the Turkish government has done about Wikipedia, ie all the language versions of Wikipedia are You are obscured, so in Turkey it is impossible to view the * .wikipedia.org site. To hope that the Turkish government will remove the block, it is necessary to raise awareness of this fact around the world because it is important to succeed in this mission because Wikipedia can not be seen in Turkey. With this message also for those interested, I invite him to sign the Wikimedian appeal.

If you have any questions or questions do not hesitate to contact me. Thanks best regards. --Samuele2002 (Talk!) 17:30, 18 মে' 2017 (ইউ.টি.চি.)

Automatic welcome message to new users in Assamese Wikipedia[সম্পাদনা কৰক]

Hello, I would like to propose to Assamese Wikipedia community to approve my request to welcome new users automatically with my bot WikitanvirBot. It will welcome new users once the account has been created. My bot already has a flag on Assamese Wikipedia as it used to do edit interwiki links. My bot has a long history of editing a lot of other Wikimedia projects.

Automatic welcome message would help this community to give the new account creators instant pointers and directions to start editing Wikipedia effectively as well as information on the right way to get help. I would suggest the community to build a Welcome Committee like page (similar to this). So people can get in touch with experienced editors if they have questions.

My thanks to community for the consideration. তানভিৰ 19:49, 14 মে' 2018 (ইউ.টি.চি.)

হয়[সম্পাদনা কৰক]

  1. দিব্য দত্ত (বাৰ্তা) 02:19, 16 মে' 2018 (ইউ.টি.চি.)
  2. বাবুল বৈশ্য (talk) 11:43, 20 মে' 2018 (ইউ.টি.চি.)
  3. Green signal from my side. Also requesting to use {{Template:আদৰণি}} in the automatic welcome message. — গীতাৰ্থ বৰদলৈ (talk) 17:18, 20 মে' 2018 (ইউ.টি.চি.)
  4. It will very nice!-অজয় দাস (বাৰ্তা) 02:22, 21 মে' 2018 (ইউ.টি.চি.)

নহয়[সম্পাদনা কৰক]

মন্তব্য[সম্পাদনা কৰক]

@Wikitanvir: Shall we proceed? — গীতাৰ্থ বৰদলৈ (talk) 07:19, 3 June 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Gitartha.bordoloi: Sure. We can. I hope to configure the bot soon. তানভিৰ 17:30, 3 June 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

I would like to inform the Assamese Wikipedia community that the bot has started working and it's doing it nicely. Thanks for your support. তানভিৰ 07:12, 9 June 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Thank you! — গীতাৰ্থ বৰদলৈ (talk) 15:54, 10 June 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]