এন.ই. টিভি
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| এন.ই. টিভি | |
|---|---|
| এন.ই.টিভিৰ প্ৰতীক | |
| উদ্বোধন | ২০০৩ |
| গৰাকী | পজিটিভ টেলিভিজন প্ৰাইভেট লিমিটেড |
| শ্ল'গান | Follow the leader |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া, বাংলা, ইংৰাজী, হিন্দী |
| সম্প্ৰচাৰৰ অঞ্চল | উত্তৰ-পূব ভাৰত |
| মুখ্য কাৰ্যালয় | এ.কে. আজাদ ৰ'ড, ৰিহাবাৰী, গুৱাহাটী, অসম, ভাৰত |
| ভগ্নী কেন্দ্ৰসমূহ | এন.ই. হাই-ফাই, এন.ই. বাংলা, হাই টিভি, ফ'কাচ টিভি, হমাৰ টিভি |
| ৱেবছাইট | www.netvindia.com |
| উপলদ্ধতা | |
| কৃত্ৰিম উপগ্ৰহ | |
| ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) | চেনেল ৭৮০ |
| ডিচ টিভি (ভাৰত) | চেনেল ৮৫৫ |
| এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল ৬২০ |
| টাটা স্কাই (ভাৰত) | চেনেল ৮৯৫ |
| চান ডাইৰেক্ট (ভাৰত) | চেনেল ৬৯১[1] |
এন.ই. টিভি (ইংৰাজী: NETV) উত্তৰ-পূব ভাৰতৰ প্ৰথমটো চেটেলাইট নিউজ চেনেল[1]। এই চেনেলত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, মণিপুৰী, নাগামিজ, বড়ো, মিজো, গাৰো, কাৰ্বি, ডিমাছা, নেপালী, ৰংমেই নাগা, ক'ক বৰক আৰু চাদ্ৰী ভাষাত বাতৰি পৰিৱেশন কৰা হয়[1]।
সূচী |
উল্লেখযোগ্য অনুষ্ঠান [সম্পাদনা কৰক]
এই নিউজ চেনেলটোত দৈনিক বিভিন্ন ধৰনৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। তলত দিয়া অনুষ্ঠানৰ তালিকাখন আগষ্ট ২০১২ চলি থকা কাৰ্যসূচী অনুসৰি দেখুওৱা হৈছে[1]।
- গুড মৰ্ণিং নৰ্থ ইষ্ট
- খিচিৰি সংবাদ
- ভাগ্য লিপি
- বিস্মিত এপলক
- সুৰৰ পানচৈ
- ৰংচ'ৰা
- TV য়ে TV য়ে
- বক্স অফিচ মিটাৰ
- ভয়েচ অব অসম
উপলব্ধতা [সম্পাদনা কৰক]
| ডি টি এইচ | ছেনেল ক্ৰমাংক |
|---|---|
| এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | ৬২০ |
| ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) | ৭৮০ |
| ডিছ টিভি (ভাৰত) | ৮৫৫ |
| চান ডাইৰেক্ট ডি টি এইচ (ভাৰত) | ৬৯১ |
| টাটা স্কাই (ভাৰত) | ৮৯৫ |
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 1.3 "এন ই টি ভি". P O S I T I V T E L E V I S I O N P V T . LT D.. NE Television. ২০০৫-০৬. http://www.netvindia.com/। আহৰণ কৰা হৈছে: September 26, 2012.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
|
|||||||||||