পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়
স্থাপিত ২০১৭
ধৰণ মহাবিদ্যালয়
অধ্যক্ষ ড° নৱজ্যোতি শৰ্মা
স্থান আমজোঙ্গা, গোৱালপাৰা, অসম, ভাৰত ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.pduamamjonga.ac.in

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় (ইংৰাজী: Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya) অসমৰ গোৱালপাৰা জিলাৰ আমজোঙ্গাত অৱস্থিত এখন বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান।[1] মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[2]

নামকৰণ[সম্পাদনা কৰক]

২০১৭ চনত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত গোৱালপাৰা জিলাৰ আমজোঙ্গাত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। এই শিক্ষানুষ্ঠানখনৰ নামকৰণ কৰা হয় দেশৰ এগৰাকী মহান চিন্তাবিদ, দাৰ্শনিক আৰু প্ৰখ্যাত সমাজবিজ্ঞানী পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামেৰে।[1]

বিভাগ[সম্পাদনা কৰক]

  • অসমীয়া
  • ইংৰাজী

বিজ্ঞান[সম্পাদনা কৰক]

  • প্ৰাণী বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • পদাৰ্থ বিজ্ঞান
  • গণিত
  • কম্পিউটাৰ বিজ্ঞান

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]