ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী
Indian Institute of Information Technology, Guwahati
भारतीय सूचना प्रौद्योगिकी संस्थान गुवाहाटी
স্থাপিত ২০১৩
ধৰণ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব
চেয়াৰমেন সুব্ৰমণিয়ম ৰামাদৰাই[1]
সঞ্চালক অধ্যাপক গৌতম বৰুৱা[2]
স্নাতক শিক্ষাৰ্থী ১৮০
স্নাতকোত্তৰ শিক্ষাৰ্থী ১০
স্থান গুৱাহাটী, অসম, ভাৰত
25°25′51″N 81°46′14″E / 25.430854°N 81.770607°E / 25.430854; 81.770607স্থানাংক: 25°25′51″N 81°46′14″E / 25.430854°N 81.770607°E / 25.430854; 81.770607
চৌহদ চহৰাঞ্চল, সাঁচ:Convert/LoffAoffDbSonNa
ৰং নীলা
উপনাম IIITG
ৱেবছাইট www. iiitg.ac.in

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী(Indian Institute of Information Technology,Guwahati বা IIIT-G) অসমৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদ্বাৰত্বত(PPP-mode)[3] প্ৰতিষ্ঠা কৰা হৈছে।

শিক্ষা[সম্পাদনা কৰক]

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীয়ে কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰম(Computer Science and Engineering) আৰু অণুবিদ্যুৎ আৰু দুৰসংযোগ পাঠ্যক্ৰমৰ(Electronics and Communication Engineering) প্ৰযুক্তিবিদ্যাৰ স্নাতক(B.Tech) ডিগ্ৰী প্ৰদান কৰে।[4] উপৰোক্ত সকলো বিভাগত নামভৰ্তি সংযুক্ত প্ৰৱেশ পৰীক্ষা-মুখ্যৰ(JEE-MAIN) দ্বাৰা কৰা হয়।

২০১৫ চনৰ পৰা প্ৰতিষ্ঠানখনে প্ৰযুক্তিবিদ্যাৰ স্নাতক অথবা স্নাতকোত্তৰ(B.Tech বা M.Tech) সম্পূৰ্ণ কৰা শিক্ষাৰ্থীক গৱেষণামুলক ডক্টৰেট পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুবিধা আগবঢ়াইছে।[5]

বিভাগসমূহ[সম্পাদনা কৰক]

  • কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ (Department of Computer Science and Engineering)
  • অণুবিদ্যুৎ আৰু দুৰসংযোগ অভিযান্ত্ৰিক বিভাগ (Department of Electronics & Communication Engineering)
  • গণিত বিভাগ (Department of Mathematics)
  • অৰ্থনীতি বিভাগ (Department of Economics)
  • ইংৰাজী বিভাগ(Department of English)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]