সমললৈ যাওক

বিশ্ব পৰ্যটন মূল্যাংকণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই (UNWTO) তেওঁলোকৰ বিশ্ব পৰ্যটন বেৰোমিটাৰ প্ৰকাশনৰ অংশ হিচাপে "বিশ্ব পৰ্যটন মূল্যাংকণ" সম্পাদনা কৰে, ই বছেৰেকত তিনিবাৰ প্ৰকাশ পায়। এই প্ৰকাশনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ভূখণ্ডলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা, পৰ্যটনৰপৰা সংগ্ৰহ কৰা ৰাজহ আৰু পৰ্যটন ব্যয়ৰ হিচাপ চাই দেশসমূহৰ মূল্যাংকণ কৰি এখন ৰেংকিং তালিকা প্ৰস্তুত কৰা হয়।

২০১১ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমন

[সম্পাদনা কৰক]

২০১১ চনত সমগ্ৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ সংখ্যা আছিল ৯৮৩ নিযুত, আৰু এই পৰিমাণ ২০১০ চনৰ ৯৪০ নিযুততকৈ ৪.৬% বেছি আছিল।[1][2] ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:[3][4]

ৰেংকদেশUNWTO
ভূখণ্ড
আন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
আন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
বৃদ্ধি
(2010 to
2011)
১ ফ্ৰান্সইউৰোপ৭৯.৫ মিলিয়ন৭৭.১ মিলিয়ন+৩.০%
২ আমেৰিকা যুক্তৰাষ্ট্ৰউত্তৰ আমেৰিকা৬২.৩ মিলিয়ন৫৯.৮ মিলিয়ন+৪.২%
৩ চীনএছিয়া৫৭.৬ মিলিয়ন৫৫.৭ মিলিয়ন+৩.৪%
৪ স্পেইনইউৰোপ৫৬.৭ মিলিয়ন৫২.৭ মিলিয়ন+৭.৬%
৫ ইটালীইউৰোপ৪৬.১ মিলিয়ন৪৩.৬ মিলিয়ন+৫.৭%
৬ তুৰস্কইউৰোপ২৯.৩ মিলিয়ন২৭.০ মিলিয়ন+৮.৭%
৭ যুক্তৰাজ্যইউৰোপ২৯.২ মিলিয়ন২৮.৩ মিলিয়ন+৩.২%
৮ জাৰ্মানীইউৰোপ২৮.৪ মিলিয়ন২৬.৯ মিলিয়ন+৫.৫%
৯ মালয়েছিয়াএছিয়া২৪.৭ মিলিয়ন২৪.৬ মিলিয়ন+০.৬%
১০ মেক্সিকোউত্তৰ আমেৰিকা২৩.৪ মিলিয়ন২৩.৩ মিলিয়ন+০.৫%
টোকা: সম্পূৰ্ণ ৰেংকিঙৰ কাৰণে UNWTO বিশ্ব পৰ্যটন বেৰোমিটাৰ চাওক।[2]


আফ্ৰিকা আৰু মধ্য পূব

[সম্পাদনা কৰক]

আফ্ৰিকা

[সম্পাদনা কৰক]

২০১১ চনতআফ্ৰিকালৈ ৫০.১৭ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটিছিল আৰু এই পৰিমাণ ২০১০ চনৰ পৰিমাণতকৈ ০.৯% বেছি আছিল। ৰেংকিং তালিকাৰ আফ্ৰিকাৰ শীৰ্ষৰ ১০ খন দেশ আছিল:[2]

ৰেংকদেশআন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
১ মৰক্কো৯.৩৪ মিলিয়ন
২ দক্ষিণ আফ্ৰিকা৮.৩৪ মিলিয়ন
৩ তুনিছিয়া৪.৭৮ মিলিয়ন
৪ আলজেৰিয়া২.৪০ মিলিয়ন
৫ জিম্বাৱৱে২.২৪ মিলিয়ন[5]
৬ বৎচোৱানা২.১৫ মিলিয়ন
৭ মজাম্বিক১.৭২ মিলিয়ন
৮ নাইজেৰিয়া১.৫৬ মিলিয়ন
৯ কেনিয়া১.৪৭ মিলিয়ন
১০ নামিবিয়া০.৯৮ মিলিয়ন


মধ্য পূব

[সম্পাদনা কৰক]

২০১১ চনত মধ্য পূবলৈ ৫৫.৪৪ নিযুততকৈও অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটিছিল,[note 1] আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৮% কম আছিল। ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:[2][6]

ৰেংকদেশআন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
১ চৌদি আৰৱ১৭.৩৪ মিলিয়ন
২ ইজিপ্ত৯.৫০ মিলিয়ন
৩ সংযুক্ত আৰৱ আমিৰাত৮.১৩ মিলিয়ন[7]
৪ ছিৰিয়া|align="right"| 5.07 মিলিয়্ন
৫ বাহৰেইন৪.৯৪ মিলিয়ন[8]
৬ জৰ্ডান৩.৯৮ মিলিয়ন
৭ ইজৰাইল২.৮২ মিলিয়ন (দিনৰ আগমণকাৰীসকলক বাদ দি)[9][note 2]
৮ কাটাৰ১.৮৭ মিলিয়ন[10]
৯ লেবানন১.৬৬ মিলিয়ন
১০ ওমান১.৫২ মিলিয়ন[11]
টোকা
  1. ↑ UNWTO ই আফ্ৰিকা আৰু মধ্য পূবক একে ভূখণ্ড হিচাপে ধৰে।
  2. ↑ UNWTO ই ইজৰাইলক দক্ষিণ/মধ্য উপ ভূখণ্ড হিচাপে ধৰে।

আমেৰিকা

[সম্পাদনা কৰক]

২০১১ চনত আমেৰিকালৈ ১৫৫.৬ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটে, আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৩.৯% অধিক। ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:[2]

ৰেংকদেশআন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
১ আমেৰিকা যুক্তৰাষ্ট্ৰ৬২.৩৩ মিলিয়ন
২ মেক্সিকো২৩.৪০ মিলিয়ন
৩ কানাডা১৫.৯৮ মিলিয়ন
৪ আৰ্জেণ্টিনা৫.৬৬ মিলিয়ন
৫ ব্ৰাজিল৫.৪৩ মিলিয়ন
৬ ডমিনিকান গণৰাজ্য৪.৩১ মিলিয়ন
৭ পুৱেৰ্ট’ ৰিক’৩.৬৮ মিলিয়ন[12]
৮ চিলি৩.০৭ মিলিয়ন
৯ উৰুগুৱে২.৮৬ মিলিয়ন
১০ কিউবা|align="right"|২.৬৯ মিলিয়ন

এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয়

[সম্পাদনা কৰক]

২০১১ চনত এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহলৈ ২১৭ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ হয়, আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৬.১% অধিক। ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:[2]

ৰেংকদেশআন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
১ চীন৫৭.৫৮ মিলিয়ন
২ মালয়েছিয়া২৪.৭১ মিলিয়ন
৩ হংকং২২.৩২ মিলিয়ন
৪ থাইলেণ্ড১৯.১০ মিলিয়ন
৫ মাকাও১২.৯৩ মিলিয়ন
৬ ছিংগাপুৰ১০.৩৯ মিলিয়ন
৭ দক্ষিণ কোৰিয়া৯.৮০ মিলিয়ন
৮ ইণ্ডোনেছিয়া৭.৬৫ মিলিয়ন
৯ ভাৰত৬.২৯ মিলিয়ন
১০ জাপান৬.২২ মিলিয়ন

২০১১ চনত ইউৰোপলৈ ৫০৩.৯৬ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটে, আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৬.২% অধিক। ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:[2]

ৰেংকদেশআন্তঃৰাষ্ট্ৰীয়
পৰ্যটকৰ
আগমণ
(২০১১)[2]
১ ফ্ৰান্স৭৯.৫০ মিলিয়ন
২ স্পেইন৫৬.৬৯ মিলিয়ন
৩ ইটালী৪৬.১২ মিলিয়ন
৪ তুৰস্ক২৯.৩৪ মিলিয়ন
৫ যুক্তৰাজ্য২৯.১৯ মিলিয়ন
৬ জাৰ্মানী২৮.৩৫ মিলিয়ন
৭ অষ্ট্ৰিয়া২৩.০১ মিলিয়ন
৮ ৰাছিয়া২২.৬৯ মিলিয়ন
৯ ইউক্ৰেইন২১.৪২ মিলিয়ন
১০ গ্ৰীচ১৬.৪৩ মিলিয়ন

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ৰাজহ ২০১১

[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ৰাজহ ২০১১ চনত আগৰ বছৰতকৈ ৩.৮% বৃদ্ধি হৈ US$1.03 ট্ৰিলিয়ন (€740 বিলিয়ন) হয়গৈ।[1] বিশ্ব পৰ্যটন সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০১১ চনত পৰ্যটন ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষ ১০ খন দেশৰ তালিকা তলত দিয়া হ'ল।

ৰেংকদেশUNWTO
ভূখণ্ড
আন্তঃৰাষ্ট্ৰীয়
পৰ্যটন
ৰাজহ
(২০১১)[13]
১ আমেৰিকা যুক্তৰাষ্ট্ৰউত্তৰ আমেৰিকা$১১৬.৩ বিলিয়ন
২ স্পেইনইউৰোপ$৫৯.৯ বিলিয়ন
৩ ফ্ৰান্সইউৰোপ$৫৩.৮ বিলিয়ন
৪ চীনএছিয়া$৪৮.৫ বিলিয়ন
৫ ইটালীইউৰোপ$৪৩.০ বিলিয়ন
৬ জাৰ্মানীইউৰোপ$৩৮.৮ বিলিয়ন
৭ যুক্তৰাজ্যইউৰোপ$৩৫.৯ বিলিয়ন
৮ অষ্ট্ৰেলিয়াওছেনিয়া$৩১.৪ বিলিয়ন
৯ মাকাও (চীন)এছিয়া$২৭.৮ বিলিয়ন[14]
১০ হংকং (চীন)Asia$২৭.২ বিলিয়ন

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ব্যয় ২০১১

[সম্পাদনা কৰক]

বিশ্ব পৰ্যটন সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০১১ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয় কৰা শীৰ্ষ ১০ খন দেশৰ তালিকা এনেধৰণৰ:[2]

ৰেংকদেশUNWTO
ভূখণ্ড
আন্তঃৰাষ্ট্ৰীয়
পৰ্যটন
ব্যয়
(২০১১)[2]
১ জাৰ্মানীইউৰোপ$৮৪.৩ বিলিয়ন
২ আমেৰিকা যুক্তৰাষ্ট্ৰউত্তৰ আমেৰিকা$৭৯.১ বিলিয়ন
৩ চীনএছিয়া$৭২.৬ বিলিয়ন
৪ যুক্তৰাজ্যইউৰোপ$৫০.৬ বিলিয়ন
৫ ফ্ৰান্সইউৰোপ$৪১.৭ বিলিয়ন
৬ কানাডাউত্তৰ আমেৰিকা$৩৩.০ বিলিয়ন
৭ ৰাছিয়াইউৰোপ$৩২.৫ বিলিয়ন
৮ ইটালীইউৰোপ$২৮.৭ বিলিয়ন
৯ জাপানএছিয়া$২৭.২ বিলিয়ন
১০ অষ্ট্ৰেলিয়াওছেনিয়া$২৬.৯ বিলিয়ন


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "International tourism receipts surpass US$ 1 trillion in 2011" (Press release). UNWTO. 07 May 2012. Archived from the original on 16 March 2018. https://web.archive.org/web/20180316035644/http://media.unwto.org/en/press-release/2012-05-07/international-tourism-receipts-surpass-us-1-trillion-2011। আহৰণ কৰা হৈছে: 15 June 2012.
  2. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 "2012 Tourism Highlights". UNWTO. June 2012. Archived from the original on 9 July 2012. https://web.archive.org/web/20120709215809/http://mkt.unwto.org/sites/all/files/docpdf/unwtohighlights12enlr_1.pdf। আহৰণ কৰা হৈছে: 17 June 2012.
  3. ↑ "Interim Update". UNWTO World Tourism Barometer (UNWTO). April 2011. Archived from the original on 1 January 2015. https://web.archive.org/web/20150101005051/http://www.unwto.org/facts/eng/pdf/barometer/UNWTO_Barom11_iu_april_excerpt.pdf। আহৰণ কৰা হৈছে: 26 June 2011.
  4. ↑ "2011 Highlights". UNWTO World Tourism Highlights (UNWTO). June 2011. Archived from the original on 13 January 2012. https://web.archive.org/web/20120113021355/http://mkt.unwto.org/sites/all/files/docpdf/unwtohighlights11enlr.pdf। আহৰণ কৰা হৈছে: 2 July 2011.
  5. ↑ Latest available statistics from 2010
  6. ↑ "Recovery Confirmed, but Growth Remains Uneven". UNWTO World Tourism Barometer (UNWTO) খণ্ড 8 (2). June 2010. Archived from the original on 3 September 2015. https://web.archive.org/web/20150903225411/http://www.unwto.org/facts/eng/pdf/barometer/UNWTO_Barom10_2_en.pdf। আহৰণ কৰা হৈছে: 20 June 2012.
  7. ↑ Data is for Dubai only
  8. ↑ Latest available statistics from 2007
  9. ↑ "Table 2: Tourist Arrivals in Israel (1)". Israel Central Bureau of Statistics. http://www1.cbs.gov.il/hodaot2012n/28_12_146t2.pdf। আহৰণ কৰা হৈছে: 21 June 2012.
  10. ↑ Latest available statistics from 2010
  11. ↑ Latest available statistics from 2009
  12. ↑ Latest available statistics from 2010
  13. ↑ "World's top destinations by international tourism receipts". World Tourism Barometer. UNWTO. May 2012. http://dtxtq4w60xqpw.cloudfront.net/sites/all/files/pdf/worlds_top_destinations_pr_27.pdf। আহৰণ কৰা হৈছে: 16 June 2012.
  14. ↑ Latest available statistics from 2010

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

সাঁচ:Tourism