সমললৈ যাওক

সাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Literacy rate map of India, 2011.[1]
ভাৰতৰ ৰাজ্যসমূহত সাক্ষৰতাৰ হাৰ- ২০১১ (সেউজীয়া) আৰু ২০০১ (নীলা)। লগতে ভাৰতৰ সাক্ষৰতাৰ হাৰো প্ৰদৰ্শিত।

ভাৰতৰ বিভিন্ন প্ৰান্তত সাক্ষৰতাৰ হাৰ অসমান। তলৰ তালিকাখনত ২০১১ আৰু ২০০১ চনৰ জনগণনা অনুযায়ী সাক্ষৰতাৰ হাৰ, সকলো মিলাই, পুৰুষ আৰু মহিলাৰ বাবে দেখুৱা হৈছে। তদুপৰি দশকত পৰিলক্ষিত সাল-সলনি উল্লেখ কৰা হৈছে।[2][3] ২০১১ৰ জনগণনা অনুযায়ী কেৰালা এই তালিকাৰ শীৰ্ষত- সমগ্ৰ জনসংখ্যা আৰু মহিলাৰ মাজত। পুৰুষৰ ক্ষেত্ৰত পুডুচেৰী শীৰ্ষত। সকলো মিলাই আৰু পুৰুষৰ ক্ষেত্ৰত বিহাৰ সৰ্বনিম্ন আৰু পুৰুষৰ ক্ষেত্ৰত ৰাজস্থান সৰ্বনিম্ন।[2]

স্থানভাৰত/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল২০১১ৰ জনগণনা অনুযায়ী সাক্ষৰতাৰ হাৰ (%)২০০১ৰ জনগণনা অনুযায়ী সাক্ষৰতাৰ হাৰ (%)দশকত হাৰত সাল-সলনি (pp)
1কেৰালা93.9190.863.05
2লাক্ষাদ্বীপ92.2886.665.62
3মিজোৰাম91.5888.802.78
4ত্ৰিপুৰা87.75[টোকা 1]73.1914.56
5গোৱা87.4082.015.39
6দমন আৰু দিউ87.0778.188.89
7পুডুছেৰী86.5581.245.31
8চণ্ডীগড়86.4381.944.49
9দিল্লী86.3481.674.67
10আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ86.2781.304.97
11হিমাচল প্ৰদেশ83.7876.487.30
12মহাৰাষ্ট্ৰ82.9176.886.03
13ছিক্কিম82.2068.8113.39
14তামিলনাডু80.3373.456.88
15নাগালেণ্ড80.1166.5913.52
16মণিপুৰ79.8569.939.92
17উত্তৰাখণ্ড79.6371.628.01
18গুজৰাট79.3169.1410.17
19দাদৰা আৰু নগৰ হাভেলী77.6557.6320.02
20পশ্চিমবঙ্গ77.0868.648.44
21পঞ্জাব76.6869.657.03
22হাৰিয়ানা76.6467.918.73
23কৰ্ণাটক75.6066.648.96
24মেঘালয়75.4862.5612.92
25ওড়িশা73.4563.0810.37
26অসম73.1863.259.93
27ছত্তীছগঢ়71.0464.666.38
28মধ্য প্ৰদেশ70.6363.746.89
29উত্তৰ প্ৰদেশ69.7256.2713.45
30জম্মু আৰু কাশ্মীৰ68.7455.5213.22
31ঝাড়খণ্ড67.6353.5614.07
32 অন্ধ্ৰপ্ৰদেশ 67.35[টোকা 2]----
33ৰাজস্থান67.0660.416.65
34অৰুণাচল প্ৰদেশ66.9554.3412.61
35তেলঙ্গানা66.5[টোকা 3]65.80.7
36বিহাৰ63.824815.82
  1. In September 2013, the State Government of Tripura claimed that the state has surpassed Kerala as the most literate state in India, with a literacy rate of 94.65%.[4][5]
  2. As per a state government report (based on the 2011 census data), literacy rate of Andhra Pradesh was recorded as 67.35%.[6]
  3. Census 2011 data was calculated for unified Andhra Pradesh. As per Times of India report which quoted the literacy rates of Telangana as 66.5%.[7]
  • In September 2014, the State Government of Tripura claimed that the state has surpassed Kerala as the most literate state in India, with a literacy rate of 97.65%.[4][5]
  • As per a government report dated May 2014 (based on the 2011 census data), literacy rate of Andhra Pradesh is 67.4%.[6]
  • Census 2011 data was calculated for unified Andhra Pradesh. As per Times of India report which quoted the literacy rates of Telangana as 68.5%.[7]

উদ্ধৃতি

[সম্পাদনা কৰক]