সমললৈ যাওক

মণিপুৰৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Districts of Manipurৰ পৰা পুনঃনিৰ্দেশিত)
মণিপুৰৰ জিলাসমূহ

মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰক নখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।

প্ৰশাসন

[সম্পাদনা কৰক]

জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।

জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে।

জিলাসমূ্হ

[সম্পাদনা কৰক]

মণিপুৰৰ নখন জিলা হৈছে:

ক’ড জিলা সদৰ জনসংখ্যা
(২০১১)[1]
মাটিকালি
(বৰ্গ কিমি)
জনঘনত্ব
(প্ৰতি বৰ্গ কিমি)
ৱেবছাইট
BIবিষ্ণুপুৰবিষ্ণুপুৰ240,363496415ukhrul.nic.in
CCচুড়াচান্দপুৰচুড়াচান্দপুৰ271.2744,57450churachandpur.nic.in
CDচান্দেলচান্দেল144,0283,31737chandel.nic.in
EIপূব ইম্ফালপৰম্পত452,661710555imphaleast.nic.in
SEসেনাপতিসেনাপতি354,7723,269116Senapati.nic.in
TAতামেংলংতামেংলং140,1434,39125tamenglong.nic.in
THথৌবালথৌবাল420,517514713thoubal.nic.in
UKউখৰুলউখৰুল183,1154,54731ukhrul.nic.in
WIপশ্চিম ইম্ফাললম্ফেলপাত514,683519847imphalwest.nic.in

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Ranking of Districts by Population Size, 2001 and 2011" (XLS). The Registrar General & Census Commissioner, India, New Delhi-110011. 2010 - 2011. http://censusindia.gov.in/2011-prov-results/data_files/Manipur/statement1.xls আহৰণ কৰা হৈছে: 2011-09-18.