| দাদাচাহেব ফাল্কে বঁটা |
 |
| বঁটাৰ তথ্য |
| শ্ৰেণী |
ভাৰতীয় চলচিত্ৰ |
| প্ৰতিষ্ঠা |
১৯৬৯ |
| প্ৰথমবাৰ প্ৰদান |
১৯৬৯ |
| মুঠ প্ৰদানৰ সংখ্যা |
৪১ |
| প্ৰদানকৰ্তা |
ভাৰত চৰকাৰ |
| নগদ টকা |
২,০০০,০০০ |
| বৰ্ণনা |
জীৱনযোৰা সাধনাৰ বঁটা |
| প্ৰথম প্ৰাপ্তক |
দেবীকা ৰানী ১৯৬৯ চনত |
| অন্তিম প্ৰাপ্তক |
কে. বালাচন্দ্ৰ ২০১০ চনত |
ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ[1] স্মৃতি ৰক্ষাৰ্থে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়৷[2] ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু বিকাশৰ হকে উল্লেখযোগ্য বৰঙণিৰ স্বীকৃতিৰূপে এই বঁটা প্ৰদান কৰা হয়৷ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটাৰূপে স্বীকৃত এই বঁটাৰ অৰ্থমূল্য দুই লাখ টকা৷ ইয়াৰ লগতে বিজয়ীজনক এখন প্ৰশক্তি পত্ৰ আৰু এখন আলোৱান প্ৰদান কৰা হয়৷[3]
[সম্পাদনা কৰক] দাদাচাহেব ফাল্কে বঁটা লাভ কৰাসকল
| বছৰ |
বঁটাপ্ৰাপ্ত |
বৃত্তি |
| ১৯৬৯ |
দেবীকা ৰাণী |
অভিনেত্ৰী |
| ১৯৭০ |
বি এন চিৰকাৰ |
চলচ্চিত্ৰ প্ৰযোজক |
| ১৯৭১ |
পৃথিৰাজ কাপুৰ |
অভিনেতা |
| ১৯৭২ |
পংকজ মল্লিক |
সংগীত পৰিচালক |
| ১৯৭৩ |
সুলোচনা ৰুবি |
অভিনেত্ৰী |
| ১৯৭৪ |
বি এন ৰেড্ডী |
চলচ্চিত্ৰ পৰিচালক |
| ১৯৭৫ |
ধীৰেন গাঙ্গুলী |
অভিনেতা, চলচ্চিত্ৰ পৰিচালক |
| ১৯৭৬ |
কানন দেৱী |
অভিনেত্ৰী |
| ১৯৭৭ |
নীতি বসু |
চিত্ৰগ্ৰহণকাৰী, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ |
| ১৯৭৮ |
আৰ চি বোৰাল |
সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক |
| ১৯৭৯ |
ছোৰাব মোদী |
অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
| ১৯৮০ |
পি জয়ৰাজ |
অভিনেতা, চলচ্চিত্ৰ পৰিচালক |
| ১৯৮১ |
নৌশাদ আলি |
সংগীত পৰিচালক |
| ১৯৮২ |
এল. বি প্ৰসাদ |
অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
| ১৯৮৩ |
দুৰ্গা খোটে |
অভিনেত্ৰী |
| ১৯৮৪ |
সত্যজিত ৰায় |
চলচ্চিত্ৰ পৰিচালক |
| ১৯৮৫ |
ভি চান্তাৰাম |
অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
| ১৯৮৬ |
বি নাগী ৰেড্ডী |
চলচ্চিত্ৰ প্ৰযোজক |
| ১৯৮৭ |
ৰাজ কাপুৰ |
অভিনেতা, চলচ্চিত্ৰ পৰিচালক |
| ১৯৮৮ |
অশোক কুমাৰ |
অভিনেতা |
| ১৯৮৯ |
লতা মংগেশকাৰ |
নেপথ্য গায়িকা |
| ১৯৯০ |
এ নাগেশ্বৰ ৰাও |
অভিনেতা |
| ১৯৯১ |
বি এল পেন্দ্বাৰ কাৰ |
চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
| ১৯৯২ |
ভূপেন হাজৰিকা |
চলচ্চিত্ৰ পৰিচালক, নেপথ্য গায়ক |
| ১৯৯৩ |
মজৰুহ চুলতানপুৰী |
গীতিকাৰ |
| ১৯৯৪ |
দিলীপ কুমাৰ |
অভিনেতা |
| ১৯৯৫ |
ৰাজ কুমাৰ |
অভিনেতা |
| ১৯৯৬ |
শিৱাজী গণেশন |
অভিনেতা |
| ১৯৯৭ |
ৰামচন্দ্ৰ নাতায়ণজী দ্বিবেদী |
গীতিকাৰ |
| ১৯৯৮ |
বি আৰ চোপ্ৰা |
চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
| ১৯৯৯ |
হৃষীকেশ মুখাৰ্জী |
চলচ্চিত্ৰ পৰিচালক |
| ২০০০ |
আশা ভোছলে |
নেপথ্য গায়িকা |
| ২০০১ |
য়শ ছোপ্ৰা |
চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
| ২০০২ |
দেৱানন্দ |
অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক |
| ২০০৩ |
মৃনাল সেন |
চলচ্চিত্ৰ পৰিচালক |
| ২০০৪ |
আডোৰ গোপালকৃষ্ণন |
চলচ্চিত্ৰ পৰিচালক |
| ২০০৫ |
শ্যাম বেঙ্গল |
চলচ্চিত্ৰ পৰিচালক |
| ২০০৬ |
তপন শিনহা |
চলচ্চিত্ৰ পৰিচালক |
| ২০০৭ |
মান্না দে |
নেপথ্য গায়ক |
| ২০০৮ |
ভি. কে মুৰ্তি |
চিত্ৰগ্ৰহণকাৰী |
| ২০০৯ |
ডি. ৰামানাইডু |
চলচ্চিত্ৰ প্ৰযোজক |
| ২০১০ |
কে. বালাচন্দ্ৰ |
চলচ্চিত্ৰ পৰিচালক |
|
দাদাচাহেব ফাল্কে বঁটা
|
|
| ১৯৬৯-১৯৮০ |
|
|
|
| ১৯৮১-২০০০ |
|
|
| ২০০১-বৰ্তমানলৈ |
|
|
|
|
|
| অসামৰিক |
|
আন্তৰ্জাতিক
|
|
|
|
জাতীয়
|
|
|
|
ক্ষেত্ৰভিত্তিক
|
|
সাহিত্য
|
|
|
|
চলচ্চিত্ৰ
|
|
|
|
অনান্য কলা
|
|
|
|
ক্ৰীড়াভিত্তিক
|
|
|
|
|
|
| সামৰিক |
|
যুদ্ধসংক্ৰান্তীয়
|
|
|
|
শান্তিসংক্ৰান্তীয়
|
|
|
|
বিশেষ সেৱা
|
|
|
|
অনান্য
|
|
|
|