অসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰ
অৱয়ব
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
এই তালিকাত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সাহিত্য, কলা, সংগীত, খেল, চলচ্চিত্ৰ আদি বিভিন্ন শিতানত প্ৰদান কৰা বঁটা আৰু সন্মানসমূহৰ তালিকা দিয়া হৈছে৷
চৰকাৰী বঁটাসমূহ
[সম্পাদনা কৰক]তলৰ বঁটাসমূহ অসম চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খ্যাতি অৰ্জন কৰা ব্যক্তি বা অনুষ্ঠানক প্ৰদান কৰে।[1]
নং | বঁটাৰ নাম | পৰ্যায় | প্ৰথম প্ৰদান | অন্তৰাল |
---|---|---|---|---|
১ | শ্ৰীমন্ত শংকৰদেৱ বঁটা | ৰাষ্ট্ৰীয় | ১৯৮৬ | ৩ বছৰ |
২ | আজান পীৰ বঁটা | ৰাষ্ট্ৰীয় | ২০০৪ | ২ বছৰ |
৩ | ফখৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা | ৰাষ্ট্ৰীয় | ২০০৫ | ২ বছৰ |
৪ | চুকাফা বঁটা | ৰাষ্ট্ৰীয় | ২০০৫ | ৩ বছৰ |
৫ | বীৰ চিলাৰায় বঁটা | ৰাষ্ট্ৰীয় | ২০০৬ | ৩ বছৰ |
৬ | কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণী বঁটা | ৰাষ্ট্ৰীয় | ২০০৬ | ২ বছৰ |
৭ | মাধৱদেৱ বঁটা | ৰাষ্ট্ৰীয় | ২০০৯ | ৩ বছৰ |
৮ | কালিচৰণ ব্ৰহ্ম বঁটা | ৰাষ্ট্ৰীয় | ২০০৯ | ২ বছৰ |
৯ | গোপীনাথ বৰদলৈ বঁটা | ৰাষ্ট্ৰীয় | ২ বছৰ | |
১০ | বিষ্ণু ৰাভা বঁটা | ৰাজ্যিক | ১৯৯৩ | বাৰ্ষিক |
১১ | শিল্পী বঁটা | ৰাজ্যিক | ১৯৯৯ | বাৰ্ষিক |
১২ | ৰাজ্যিক চলচ্চিত্ৰ বঁটা | ৰাজ্যিক | ১৯৯৯ | ২ বছৰ |
১৩ | নটসূৰ্য ফণী শৰ্মা বঁটা | ৰাজ্যিক | ২০০৪ | বাৰ্ষিক |
১৪ | অমলপ্ৰভা দাস বঁটা | ৰাজ্যিক | ২০০৬ | ৩ বছৰ |
১৫ | চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা | ৰাজ্যিক | ২০০৬ | ৩ বছৰ |
১৬ | সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা | ৰাজ্যিক | ২০০৮ | ৩ বছৰ |
১৭ | ড॰ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা | ৰাজ্যিক | ২০০৯ | ৩ বছৰ |
১৮ | অসম ৰত্ন | ৰাজ্যিক | ২০০৮ | ৩ বছৰ |
১৯ | বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা | ৰাজ্যিক | ২০০৯ | ৩ বছৰ |
২০ | গনেশ গগৈ বঁটা | ৰাজ্যিক | ২০০৯ | ৩ বছৰ |
২১ | মামণি ৰয়ছম বঁটা | ৰাজ্যিক | ২০১৩ | ৩ বছৰ |
২২ | সতী সাধনী বঁটা | ৰাজ্যিক | ২০১৫ | ৩ বছৰ |
২৩ | আহমেদ আলি বাসকান্দি বঁটা | ৰাজ্যিক | ২০১৫ | ৩ বছৰ |
২৪ | চৈয়দ আব্দুল মালিক বঁটা | ৰাজ্যিক | ২০১৫ | ৩ বছৰ |
২৫ | শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা | ৰাজ্যিক | ২০১৭ |
||২৬||অসম ৱিভূষন||ৰাজ্যিক ||২০২২||
আন বঁটা-সন্মানসমূহ
[সম্পাদনা কৰক]- অসম সাহিত্য সভাই প্ৰদান কৰা বিভিন্ন বঁটা আৰু সন্মান
- অসম উপত্যকা সাহিত্য বঁটা
- আনন্দৰাম বৰুৱা বঁটা
- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
- প্ৰকাশন পৰিষদ বঁটা
- প্ৰাগ চিনে বঁটা
- প্ৰণৱ বৰুৱা শিল্পী বঁটা
- প্ৰবীণা শইকীয়া বঁটা
- মুনীন বৰকটকী বঁটা
- ৰেনেছাঁ অসম বঁটা
- লাচিত বঁটা
- শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা
- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা
লগতে পঢ়ক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰসমূহ". অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ. https://culturalaffairs.assam.gov.in/as/frontimpotentdata/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9। আহৰণ কৰা হৈছে: ২৩ জানুৱাৰী ২০১৯.