এলিফেণ্টা গুহাসমূহ
![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এলিফেণ্ট গুহাসমূহ | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
![]() এলিফেণ্ট গুহাত খোদিত ত্ৰিমূৰ্তিৰ মূৰ্তি | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | (i)(iii) |
উদ্ধৃতি | 244 rev |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | দক্ষিণ এছিয়া |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮৭ (১১শ অধিবেশন) |
স্থানাংক: 18°57′30″N 72°55′50″E / 18.95833°N 72.93056°E এলিফেণ্টা গুহাসমূহ (ইংৰাজী: Elephanta Caves)মাৰাঠী - ঘাৰাপূৰী - গুহা নগৰী। মুম্বাইৰ এলিফেণ্ট দ্বীপ বা গুহা দ্বীপ এটি গুহাভাস্কৰ্যৰ সমষ্টি। ই মুম্বাইৰপৰা ১০ কি.মি. পূৱে অৱস্থিত। আৰব সাগৰৰ এটি বাহুৰ ওপৰত অৱস্থিত এই দ্বীপটিত গুহাসমূহ দুটি শ্ৰেণীত বিভক্ত। প্ৰথম শ্ৰেণীটো বৃহৎ, এই শ্ৰেণীত পাঁচটা হিন্দু গুহা অৱস্থিত। দ্বিতীয় শ্ৰেণীটো ক্ষুদ্ৰতৰ, ইয়াত দুটা বৌদ্ধ গুহা আছে। হিন্দু গুহাসমূহত প্ৰস্তৰখোদিত ভাস্কৰ্য আছে। এইসমূহ হিন্দু শৈৱ্য সম্প্ৰদায়ৰ প্ৰধান দেবতা শিৱৰ মূৰ্তি আছে। পঞ্চমৰপৰা অষ্টম শতাব্দীৰ মধ্যবৰ্তী সময়ত এই প্ৰস্তৰখোদিত ভাস্কৰ্য নিৰ্মিত হয়। এইসমূহৰ নিৰ্মাণকৰ্তাৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। বেচাল্ট পাথৰৰ কুন্দত এই গুহাসমূহ নিৰ্মিত। ১৯৭০-ৰ দশকত পুনঃনবীকৰণৰ পাছত ১৯৮৭ চনত এই গুহাসমূহৰ শিল্পকৰ্ম সংৰক্ষণৰ উদ্দেশ্যে ইয়াক ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।[1][2]
ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]
এলিফেণ্টা দ্বীপ অথবা ঘাৰাপূৰী , মুম্বাই বন্দৰৰ পৰা প্ৰায় ১১ কি.মি. পূব দিশে আৰু ট্ৰম্বেৰ পৰা প্ৰায় ৯.৭ কি.মি. দক্ষিণত অৱস্থিত। এই দ্বীপে প্ৰায় ১০ বৰ্গ কি.মি. ( উচ্চ জোৱাৰ ভাটা) বা ১৬ বৰ্গ কি.মি. ( নিম্ন জোৱাৰ ভাটা) অঞ্চল অধিকাৰ কৰি আছে। এই দ্বীপৰ দক্ষিণে ঘাৰাপূৰী নামৰ এখন সৰু গাঁও আছে। এই দ্বীপলৈ নিতৌ গে'টৱে অৱ ইণ্ডিয়াৰ পৰা যন্ত্ৰ চালিত নৌকা সেৱা ব্যৱস্থা আছে। এলিফেণ্টা দ্বীপ সোমবাৰে বন্ধ থাকে। এলিফেণ্টা দ্বীপ দীঘলে প্ৰায় ২.৪ কি.মি. , ইয়াত ৫০০ ফুট (১৫০ মি) উচ্চতাৰ ২টা পাহাৰ আছে। এই দ্বীপৰ মাজভাগতে উত্তৰৰ পৰা দক্ষিণলৈ এখন ক্ষুদ্ৰ নদী বৈ গৈছে। ইয়াত অৱস্থিত পাহাৰত বিস্তাৰিত অঞ্চলজুৰি হাবিৰ লগতে আম, তেতেলী, পাম্ গছ দেখা যায়। পাহাৰৰ নিম্ন অঞ্চলত ধান খেতি কৰা দেখা যায়। সমুদ্ৰ তীৰ অঞ্চল বোকা আৰু বালিৰে গঠিত, লগতে মেংগ্ৰভৰ জোপোহা বিস্তাৰিত হৈ আছে।
References[সম্পাদনা কৰক]
- ↑ "Elephanta Caves" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/244.pdf। আহৰণ কৰা হৈছে: 2010-11-06.
- ↑ "Elephanta Caves". World Heritage: Unesco.org. http://whc.unesco.org/en/list/244। আহৰণ কৰা হৈছে: 2010-11-06.
- Books
- Carmel Berkson. Elephanta: the cave of Shiva. Motilal Banarsidass Publ.. ISBN 978-81-208-1284-0. http://books.google.co.in/books?id=_RYqq7um0hcC&printsec=frontcover&dq=elephanta&cd=4#v=onepage&q=&f=false.
- Charles Dillard Collins. The iconography and ritual of Śiva at Elephanta. SUNY Press.. ISBN 978-0-88706-773-0. http://books.google.co.in/books?id=pQNi6kAGJQ4C&pg=PA25&dq=elephanta&cd=2#v=onepage&q=&f=false.
External links[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত Elephanta Caves সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
সাঁচ:Caves around Mumbai সাঁচ:Mumbai topics সাঁচ:Indian Buddhist Caves সাঁচ:Tourist attractions in Mumbai
|
সাঁচ:Historical places of Chalukyas সাঁচ:Historical places of Rashtrakuta
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত এলিফেণ্ট গুহা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|
- Hindu World Heritage Sites
- World Heritage Sites in India
- Hindu temples in Maharashtra
- Shiva temples
- Chalukya dynasty
- Indian rock-cut architecture
- Buddhist Caves
- Buddhist monasteries in India
- Caves of Maharashtra
- Former populated places in India
- Buddhist pilgrimages
- Visitor attractions in Maharashtra
- Caves containing pictograms in India
- পোখালি (ভাৰত)
- ভাৰতৰ পৰ্যটনস্থলী
- ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান