কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান
![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
![]() কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যান, ভৰতপুৰ, ৰাজস্থান, ভাৰত | |
অৱস্থান | ভৰতপুৰ, ৰাজস্থান, ভাৰত |
নিকটতম চহৰ | আগ্ৰা, উত্তৰ প্ৰদেশ |
স্থানাংক | 27°10′00″N 77°31′00″E / 27.166667°N 77.516667°Eস্থানাংক: 27°10′00″N 77°31′00″E / 27.166667°N 77.516667°E |
মাটিকালি | 2,873 hectare, 29 km2 |
প্ৰতিস্থা | ১০ মাৰ্চ ১৯৮২ |
পৰ্যটক | 100,000 (in 2008)[1] |
কৰ্তৃপক্ষ | Rajasthan Tourism Development Corporation |
প্ৰকাৰ: | প্ৰাকৃতিক |
মাপকাঠী: | X |
অভিহিত: | ১৯৮৫(৯ ম বৰ্ষ) |
উদ্ধৃতি #: | ৩৪০ |
State Party: | ভাৰত |
Region: | এছিয়া-পেছিফিক |
কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Keoladeo National Park) ৰাজস্থানৰ সিন্ধু -গঙ্গা নদীৰ বৰ্ষাকালীন অৰণ্য জৈৱভৌগোলিক প্ৰদেশৰ মাজত অৱস্থিত।[2] এই উদ্যানৰ মাটিকালি ২,৭৮৩ হেক্টৰ। ১৯৮২ চনত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯০০ চনত ই মহাৰাজাসকলৰ হাঁহ চিকাৰৰ সংৰক্ষিত অঞ্চল আছিল। ১৯৫৬ চনত ই পক্ষী উদ্যানত পৰিণত হয়। ১৯৭২ চন পৰ্যন্ত মহাৰাজাসকলে ইয়াত চিকাৰ কৰাৰ অনুমতি আছিল। ১৯৮১ চনত ইয়াক ৰামসাৰ জলাহভূমি হিচাপে ঘোষণা কৰা হয়। ১৯৮৫ চনত ই প্ৰাকৃতিক সম্পত্তি হিচাপে (x) বিভাগত বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে।[3] জলাশয়ৰ তীৰৱৰ্তী অঞ্চলটিক দহটা অংশত ভাগ কৰা হৈছে। জলস্তৰ সঠিক ৰখাৰ বাবে পানী যোগানৰ নিয়ন্ত্ৰিত ব্যৱস্থাও গৃহীত হৈছে। আফগানিস্তান, তুৰ্কমেনিস্তান, চীন আৰু চাইবেৰিয়াৰ পৰা প্ৰায় ৩৬৪টি প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী ইয়ালৈ শীতকালত অহা দেখা যায়৷ সমগ্ৰ উদ্যানখন ১৭খন গাঁও আৰু ভৰতপুৰ নগৰৰদ্বাৰা বেষ্টিত।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "NPS Annual Recreation Visits Report". National Park Service. https://irma.nps.gov/Stats/SSRSReports/System%20Wide%20Reports/5%20Year%20Annual%20Report%20By%20Park.
- ↑ "Keoladeo National Park". UNESCO. http://whc.unesco.org/en/list/340। আহৰণ কৰা হৈছে: 2010-10-07.
- ↑ "Keoladeo National Park No.340" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/340.pdf। আহৰণ কৰা হৈছে: 2010-10-07.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Keoladeo National Park official site
- Keoladeo National Official Page
- Keoladeo National Park on board the Palace on Wheels
- Wildlife in India | Keoladeo National Park
- WCMC
- Reuters: Drought-ridden Indian bird park loses its birds. Version of 2007-Feb-25. Retrieved 2007-Feb-27.
- List of birds
- Information on birds and region
|