ন'বেল বঁটা বিজয়ী (অৰ্থনীতি)
অৱয়ব
| এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। অৰ্থনীতি বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।
| বৰ্ষ | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
|---|---|---|---|---|
| ২০১২ | এলভিন ই. ৰথ (Alvin E. Roth) |
সুস্থিৰ বণ্টন আৰু বজাৰ ৰূপাঙ্কনৰ আচৰণ তত্বৰ বাবে("for the theory of stable allocations and the practice of market design")[1] | ||
| লয়ড এছ. ছেপ্লী (Lloyd S. Shapley) |
||||
| ২০১১ | টমাছ জে. ছাৰ্জেণ্ট (Thomas J. Sargent) |
"বৃহৎ অৰ্থনীতিৰ কাৰক আৰু ফলাফল সম্বন্ধীয় প্ৰায়োগিক গৱেষণাৰ বাবে" ("for their empirical research on cause and effect in the macroeconomy")[2] | ||
| ক্ৰিষ্ট'ফাৰ এ. ছিম্ছ (Christopher A. Sims) |
||||
| ২০১০ | পিটাৰ এ. ডায়েমণ্ড (Peter A. Diamond) |
"সন্ধানী ঘৰ্ষণৰ মাজেৰে কৰা বজাৰ অধ্যয়নৰ বাবে" ("for their analysis of markets with search frictions")[3] | ||
| ডেল টি. মৰ্টেনছেন (Dale T. Mortensen) |
||||
| ক্ৰিষ্ট'ফাৰ এ. পিছাৰিডেছ (Christopher A. Pissarides) |
||||
| অসমাপ্ত তালিকা | ||||
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Prize in Economic Sciences 2012". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/economics/laureates/2012/
- ↑ "The Prize in Economic Sciences 2011". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/economics/laureates/2011/
- ↑ "The Prize in Economic Sciences 2010". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/economics/laureates/2010/
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Official website of the Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel Archived 2009-10-17 at the Wayback Machine
- Official website of the Royal Swedish Academy of Sciences Archived 2008-12-16 at the Wayback Machine
- Official website of the Nobel Foundation
| ||||||||||||||||||||||






