১৯০০ চনত দেশভিত্তিক জনসংখ্যাৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(List of countries by population in 1900ৰ পৰা পুনঃনিৰ্দেশিত)
১৯০০ চনত জনসংখ্যাৰ ফালৰ পৰা দেশসমূহৰ মানচিত্ৰ (U.N.ৰ তথ্য মতে)
১৯০০ চনত জনসংখ্যাৰ ফালৰ পৰা দেশসমূহৰ মানচিত্ৰ (U.N.ৰ তথ্য মতে)

এই তালিকাখন ১৯০০ চনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আনুমানিকভাৱে প্ৰস্তুত কৰা হৈছে। সাম্প্ৰতিক কালৰ আনুমানিক তথ্যৰ বাবে জনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা চাওক। এই তালিকা খনত ১৯০০ চনৰ আৰম্ভনিত পৃথিৱীৰ বিভিন্ন দেশৰ জনসংখ্যাৰ তথ্য সমূহ সন্নিৱিষ্ট কৰা হৈছে।

মান দেশ ১৯০০
চনৰ আনুমানিক জনসংখ্যা[1][2]
-  বিশ্ব ১,৭০০,০০০,০০০
 চীন ৪১৫,০০০,০০০
-  ব্ৰিটিছ সাম্ৰাজ্য ৩৬৯,০০০,০০০
 ভাৰত (যুক্তৰাজ্য) ২০০,০০০,০০০
 ৰাছিয়া ১৩২,০০০,০০০
 আমেৰিকা যুক্তৰাষ্ট্ৰ ৭৬,২১২,১৬৮
 জাৰ্মানী ৫৬,০০০,০০০
 অষ্ট্ৰিয়া-হাংগেৰী ৫১,৩৫৬,৪৬৫
- নেডাৰলেণ্ডচ ওলন্দাজ সাম্ৰাজ্য ৫১,২৪৬,০০০
 ওলন্দাজ ইষ্ট ইণ্ডিছ (নেডাৰলেণ্ডছ/ বৰ্তমানৰ ইণ্ডোনেছিয়া) ৪৫,৫০০,০০০
 জাপান ৪২,০০০,০০০
 যুক্তৰাজ্য ৩৮,০০০,০০০
১০ ফ্ৰান্স ফ্ৰান্স ৩৮,০০০,০০০
১১  ইটালী ৩৩,০০০,০০০
১২  অট্টামান সাম্ৰাজ্য ৩০,৮৬০,০০০
১৩ স্পেইন স্পেইন ২০,৭৫০,০০০
১৪  ব্ৰাজিল ১৭,০০০,০০০
- পৰ্তুগাল পৰ্টুগীজ সাম্ৰাজ্য ১২,৪৩৪,০০০
১৫  মেক্সিকো ১২,০৫০,০০০ -
১৬  কোৰিয়া ১২,০০০,০০০
১৭ যুক্তৰাজ্য বাৰ্মা (যুক্তৰাজ্য) ৯,৬০৬,০০০
১৮ যুক্তৰাজ্য উত্তৰ নাইজেৰিয়া (যুক্তৰাজ্য) ৮,৫০০,০০০
১৯  ইজিপ্ত (যুক্তৰাজ্য/অট্টামান সাম্ৰাজ্য) ৮,০০০,০০০
২০ আমেৰিকা যুক্তৰাষ্ট্ৰ ফিলিপাইনছ (যুক্তৰাষ্ট্ৰ) ৮,০০০,০০০
২১ যুক্তৰাজ্য দক্ষিণ নাইজেৰিয়া (যুক্তৰাজ্য) ৭,৫০০,০০০
২২ থাইলেণ্ড ছিয়াম ৭,২০০,০০০
২৩ পাৰ্ছিয়া ৭,০০০,০০০
২৪  ৰোমানিয়া ৬,৬৩০,০০০
২৫  বেলজিয়াম ৬,১৩৬,০০০
২৬ ফ্ৰান্স ইণ্ডোচাইনা আন্নাম (ফ্ৰান্স) ৬,০০০,০০০
২৭ ফ্ৰান্স টংকিং (ফ্ৰান্স) ৬,০০০,০০০
২৮  আৰ্জেণ্টিনা ৫,৮০০,০০০
২৯ পৰ্তুগাল পৰ্টুগাল ৫,৭৫৮,০০০
৩০  নেডাৰলেণ্ডচ ৫,৬১৬,০০০
৩১  কানাডা (যুক্তৰাজ্য) ৫,৫০০,০০০
৩২  ছুইডেন ৫,১৪০,০০০
৩৩  আফগানিস্তান ৫,০০০,০০০
৩৪ ইজিপ্ত এংল’-ইজিপ্তিয়ান ছুডান (যুক্তৰাজ্য আৰু ইজিপ্ত) ৪,৮০০,০০০
৩৫  নেপাল ৪,৭৮৯,০০০
৩৬  কলম্বিয়া ৪,৬০৪,০০০
৩৭  তিব্বত ৪,২০০,০০০
৩৮ আৰবিয়া (প্ৰধানকৈ হেজাজ, নেজদ, হাড্ৰামৌট আৰু য়েমেন) ৪,২১৮,০০০
৩৯ মৰক্কো ৮,০০০,০০০[3]
৪০  এবিছিনিয়া ৪,০০০,০০০
৪১ ফ্ৰান্স আলজেৰিয়া (ফ্ৰান্স) ৪,০০০,০০০
৪২  অষ্ট্ৰেলিয়া (যুক্তৰাজ্য) ৪,০০০,০০০
৪৩ ছেইলন (যুক্তৰাজ্য) ৩,৭০০,০০০
৪৪  পেৰু ৩,৭০০,০০০
৪৫  ছুইজাৰলেণ্ড ৩,৫২৫,৩০০
৪৬ জাৰ্মান সাম্ৰাজ্য কেমেৰুণ (জাৰ্মানী) ৩,৫০০,০০০
৪৭ জাৰ্মান সাম্ৰাজ্য জাৰ্মান পূব আফ্ৰিকা (জাৰ্মানী) ৩,৫০০,০০০
৪৮ ফ্ৰান্স কচিন চাইনা (ফ্ৰান্স) ৩,২০০,০০০
৪৯ বুলগেৰিয়া বুলগেৰিয়া (অট্টমান সাম্ৰাজ্য) ৩,১৫৪,০০০
৫০  চিলি ২,৮৬৭,০০০
৫১ গ্ৰীচ গ্ৰীছ ২,৮০০,০০০
৫২ ফ্ৰান্স ছুডান (ফ্ৰান্স) ২,৮০০,০০০
৫৩  গল্ড ক'ষ্ট (যুক্তৰাজ্য) ২,৮০০,০০০
৫৪  ভেনিজুৱেলা ২,৭৪১,০০০
৫৫ ফ্ৰান্স মাদাগাস্কাৰ (ফ্ৰান্স) ২,৭০৬,৭০০
৫৬ জাৰ্মান সাম্ৰাজ্য ৰুৱান্দা উৰুণ্ডী (জাৰ্মানী) ২,৭০০,০০০
৫৭  ছাৰ্বিয়া ২,৬৫০,০০০
৫৮ পৰ্তুগাল পৰ্টূগীজ পূব আফ্ৰিকা (পৰ্টূগাল) ২,৬০০,০০০
৫৯ কেপ কলনি (যুক্তৰাজ্য) ২,৫০০,০০০
৬০ পৰ্তুগাল পৰ্টূগীজ পশ্চিম আফ্ৰিকা (পৰ্টূগাল) ২,৪০০,০০০
৬১ ফ্ৰান্স আপাৰ ভল্টা (ফ্ৰান্স) ২,৩৭৫,০০০
৬২  নৰৱে (চুৱেদেনৰ সৈতে একত্ৰিত) ২,২৪০,০০০
৬৩  ডেনমাৰ্ক ২,১৮২,০০০
৬৪ তুনিছিয়া টুনিছ (ফ্ৰান্স) ১,৮৯০,০০০
৬৫  উগাণ্ডা (যুক্তৰাজ্য) ১,৮০০,০০০
৬৬  কেনিয়া (যুক্তৰাজ্য) ১,৭০০,০০০
৬৭ ফ্ৰান্স ফ্ৰান্স গিনিয়া (ফ্ৰান্স) ১,৬০০,০০০
৬৮ ফ্ৰান্স নাইজাৰ (ফ্ৰান্স) ১,৫৭০,০০০
৬৯ কম্বোডিয়া (ফ্ৰান্স) ১,৫০০,০০০
৭০ আমেৰিকা যুক্তৰাষ্ট্ৰ কিউবা (যুক্তৰাষ্ট্ৰ) ১,৫০০,০০০
৭১  বলিভিয়া ১,৫০০,০০০
৭২  দক্ষিণ আফ্ৰিকা ১,৪০০,০০০
৭৩  ইকুৱেডৰ ১,২৭১,০০০
৭৪ ৰাছিয়া বুখাৰা (ৰাছিয়া) ১,২৫০,০০০
৭৫ ফ্ৰান্স ছেনেগাল (ফ্ৰান্স) ১,২৩০,০০০
৭৬ যুক্তৰাজ্য নাটাই (যুক্তৰাজ্য) ১,২০০,০০০
৭৭  এল চালভাড’ৰ ১,১১৬,৩০০
৭৮ আমেৰিকা যুক্তৰাষ্ট্ৰ পৰ্ট ৰিক’ (যুক্তৰাজ্য) ১,১০০,০০০
৭৯  গুৱেটমালা ১,০৪৬,০০০
৮০  উৰুগুৱে ১,০২৬,০০০
৮১ যুক্তৰাজ্য চিয়েৰা লিয়ন (যুক্তৰাজ্য) (including protectorate) ১,০০০,০০০
৮২  নিউজিলেণ্ড (যুক্তৰাজ্য) ৯৬৭,০০০
৮৩ ফ্ৰান্স আইভৰি কষ্ট (ফ্ৰান্স) ৯৫০,০০০
৮৪ জাৰ্মান সাম্ৰাজ্য টগ’লেণ্ড (জাৰ্মানী) ৯২০,০০০
৮৫ যুক্তৰাজ্য মালায়া (যুক্তৰাজ্য) ৯০০,০০০
৮৬ ন্যাসালেণ্ড (যুক্তৰাজ্য) ৮৫০,০০০
৮৭  জামাইকা (যুক্তৰাজ্য) ৮২০,০০০
৮৮ ফ্ৰান্স চাঁদ (ফ্ৰান্স) ৮১০,০০০
৮৯  উত্তৰ ৰ’দিছিয়া (যুক্তৰাজ্য) ৭৭০,০০০
৯০  দক্ষিণ ৰ’দিছিয়া (যুক্তৰাজ্য) ৭৩৪,০০০
৯১  পাৰাগুৱে ৭১৫,০০০
৯২  লাইবেৰিয়া ৬৬৪,০০০
৯৩ ফ্ৰান্স অবাংহুই-চৰ (ফ্ৰান্স) ৬৩০,০০০
৯৪  ডমিনিকান গণৰাজ্য ৬১০,০০০
৯৫ ফ্ৰান্স দাহমে (ফ্ৰান্স) ৫৭০,০০০
৯৬  ষ্ট্ৰেইটছ ছেটেলমেন্টচ (যুক্তৰাজ্য) ৫৫০,০০০
৯৭ ফ্ৰান্স লাওচ (ফ্ৰান্স) ৫৫০,০০০
৯৮ ফ্ৰান্স মৌৰেটেনিয়া (ফ্ৰান্স) ৫৪০,০০০
৯৯  নিকাৰাগুৱা ৫১৫,০০০
১০০  হন্দুৰাছ ৫০৫,০০০
১০১ মুষ্কট আৰু অমান ৫০০,০০০
১০২ চৰাৱক ৫০০,০০০
১০৩ পৰ্তুগাল পৰ্টূগীজ ভাৰত (পৰ্টূগাল) ৪৭৫,০০০
১০৪ ইটালী ইটালীয়ান ছোমালিলেণ্ড (ইটালী) ৪০০,০০০
১০৫ ৰাছিয়া খিৱা (ৰাছিয়া) ৪০০,০০০
১০৬ অৰেঞ্জ অৱ ষ্টেট ৪০০,০০০
১০৭ যুক্তৰাজ্য টেৰৰিটি অৱ পাপুৱা (যুক্তৰাজ্য, দে ফেক্ট’ অষ্ট্ৰেলিয়া) ৪০০,০০০
১০৮ যুক্তৰাজ্য বাচুট’লেণ্ড (যুক্তৰাজ্য) ৩৮৩,০০০
১০৯ যুক্তৰাজ্য মৰিছাছ (যুক্তৰাজ্য) ৩৭৫,০০০
১১০ স্পেইন কেনাৰী দ্বীপপুঞ্জ (স্পেইন) ৩৬০,০০০
১১১  কষ্টা ৰিকা ৩৪১,৬০০
১১২  হংকং (যুক্তৰাজ্য) ৩২৫,০০০
১১৩ মণ্টেনেগ্ৰ ৩২০,০০০
১১৪ যুক্তৰাজ্য ট্ৰিনিডাদ আৰু টবাগো (যুক্তৰাজ্য) ৩২০,০০০
১১৫ ক্ৰীট (অট্টমান সাম্ৰাজ্য) ৩১০,০০০
১১৬  উত্তৰ বোৰ্নিঅ’ (যুক্তৰাজ্য) ৩০০,০০০
১১৭  ব্ৰিটিছ গায়ানা (যুক্তৰাজ্য) ৩০০,০০০
১১৮ ব্ৰিটিছ ছোমালিলেণ্ড (যুক্তৰাজ্য) ৩০০,০০০
১১৯ পৰ্তুগাল পৰ্টূগীজ টিমোৰ (পৰ্টূগাল) ৩০০,০০০
১২০  ভূটান ২৮০,০০০
১২১ ফ্ৰান্স ফ্ৰান্স ভাৰত (ফ্ৰান্স) ২৮০,০০০
১২২ ফ্ৰান্স মধ্য কংগো বা ফ্ৰান্স কংগো (ফ্ৰান্স) ২৮০,০০০
১২৩ পৰ্তুগাল আজৰ’ছ (পৰ্টূগাল) ২৬০,০০০
১২৪  লাক্সেমবাৰ্গ ২৫২,০০০
১২৫ যুক্তৰাজ্য ঝাঞ্জিবাৰ (যুক্তৰাজ্য আৰু অমান) ২৫০,০০০
১২৬ যুক্তৰাজ্য ছাইপ্ৰাছ (যুক্তৰাজ্য) ২৪০,০০০
১২৭  নিউফাউণ্ডলেণ্ড (যুক্তৰাজ্য) ২৩০,০০০
১২৮ ফ্ৰান্স গেবন (ফ্ৰান্স) ২৪০,০০০
১২৯ ইটালী এৰিট্ৰেয়া (ইটালী) ২২০,০০০
১৩০ জাৰ্মান সাম্ৰাজ্য জাৰ্মান দক্ষিণ পশ্চিম আফ্ৰিকা (জাৰ্মানী) ২১০,০০০
১৩১ পৰ্তুগাল পৰ্টূগীজ গুইনিয়া (পৰ্টূগাল) ২০০,০০০
১৩২  মালটা (যুক্তৰাজ্য) ১৯৫,০০০
১৩৩ ফ্ৰান্স গুৱাদেওলৌপ (ফ্ৰান্স) ১৯০,০০০
১৩৪ জাৰ্মান সাম্ৰাজ্য জাৰ্মান নিউ গুইনিয়া (জাৰ্মানী) ১৮৮,০০০
১৩৫ ফ্ৰান্স কং-চৌ-ৱান (ফ্ৰান্স) ১৮৫,০০০
১৩৬ ফ্ৰান্স মাৰ্টিনিকিউ (ফ্ৰান্স) ১৮৫,০০০
১৩৭  বাৰ্বাড'ছ (যুক্তৰাজ্য) ১৮২,০০০
১৩৮ ফ্ৰান্স ৰিইউনিয়্ন (ফ্ৰান্স) ১৭৮,০০০
১৩৯ যুক্তৰাজ্য গাম্বিয়া (যুক্তৰাজ্য) ১৬৫,০০০
১৪০  পৰ্তুগাল মেদেইৰা (পৰ্টূগাল) ১৬০,০০০
১৪১  হাৱালী (যুক্তৰাজ্য) ১৫৪,০০০
১৪২ স্পেইন স্পেনিজ গুইনিয়া (বা ৰিঅ’ মুন্নী) (স্পেইন) ১৫০,০০০
১৪৩ পৰ্তুগাল কেপ ভাৰ্ডে (পৰ্টূগাল) ১৪০,০০০
১৪৪ যুক্তৰাজ্য ব্ৰিটিছ চলমান দ্বীপপুঞ্জ (যুক্তৰাজ্য) ১৩৫,০০০
১৪৫ ফিজি (যুক্তৰাজ্য) ১২৫,০০০
১৪৬ ফ্ৰান্স কমৰছ (ফ্ৰান্স) ১১২,০০০
১৪৭ যুক্তৰাজ্য বেচুৱানালেণ্ড (যুক্তৰাজ্য) ৯০,০০০
১৪৮ যুক্তৰাজ্য ছুৱাজিলেণ্ড (যুক্তৰাজ্য) ৯০,০০০
১৪৯ নেডাৰলেণ্ডচ ছুৰীনাম (নেডাৰলেণ্ডছ) ৮৬,০০০
১৫০  আইচলেণ্ড (ডেনমাৰ্ক) ৮২,০০০
১৫১  পৰ্তুগাল মাকাউ (পৰ্টূগাল) ৮০,০০০
১৫২ যুক্তৰাজ্য বাহৰেইন (যুক্তৰাজ্য) ৭০,০০০
১৫৩ যুক্তৰাজ্য গ্ৰ্নেডা (যুক্তৰাজ্য) ৭০,০০০
১৫৪ যুক্তৰাজ্য ট্ৰুছিয়েল অমান (যুক্তৰাজ্য) ৭০,০০০
১৫৫  পৰ্তুগাল চাও টম আৰু প্ৰিন্সিপ (পৰ্টূগাল) ৬১,০০০
১৫৬ জাৰ্মান সাম্ৰাজ্য কিয়াওচৌ (জাৰ্মানী) ৬০,০০০
১৫৭  ভাৰত ছিক্কিম (ব্ৰিটিছ ভাৰত) ৬০,০০০
১৫৮  আইল অৱ মেন (যুক্তৰাজ্য) ৫৭,০০০
১৫৯ যুক্তৰাজ্য মালডিভেচ (যুক্তৰাজ্য) ৫৬,০০০
১৬০ যুক্তৰাজ্য বহামাছ (যুক্তৰাজ্য) ৫৫,০০০
১৬১  জাৰ্ছে (যুক্তৰাজ্য) ৫৪,০০০
১৬২ ফ্ৰান্স নিউ কেলেণ্ডনীয়া (ফ্ৰান্স) ৫৪,০০০
১৬৩ ফ্ৰান্স ফ্ৰান্স ছোমালিলেণ্ড (ফ্ৰান্স) ৫০,০০০
১৬৪ জাৰ্মান সাম্ৰাজ্য জাৰ্মান চলমন দ্বীপপুঞ্জ (জাৰ্মানী) ৫০,০০০
১৬৫ যুক্তৰাজ্য আৰু ফ্ৰান্স নিউ হেব্ৰিডছ (যুক্তৰাজ্য আৰু ফ্ৰান্সৰ মাজত অংশীদাৰিত্ব) ৫০,০০০
১৬৬ যুক্তৰাজ্য ছেইণ্ট লুছিয়া (যুক্তৰাজ্য) ৫০,০০০
১৬৭ যুক্তৰাজ্য ছেইণ্ট ভিনচেণ্ট আৰু দ্য গ্ৰেনেদাইনছ (যুক্তৰাজ্য) ৪৯,০০০
১৬৮ এডেন কলনি এদেন প্ৰটেক্টৰেট (যুক্তৰাজ্য) ৪৫,০০০
১৬৯ নেডাৰলেণ্ডচ নেডাৰলেণ্ডচ এণ্টাটলছ (নেডাৰলেণ্ডচ) ৪৪,০০০
১৭০  ব্ৰিটিছ অন্দুৰাছ (যুক্তৰাজ্য) ৪৫,০০০
১৭১ যুক্তৰাজ্য ছেইণ্ট কিট্টচ (নেভিছৰ সৈতে) (যুক্তৰাজ্য) ৪৫,০০০
১৭২  গুৱেৰনছে (যুক্তৰাজ্য) ৪২,০০০
১৭৩ যুক্তৰাজ্য কুৱেইট (যুক্তৰাজ্য) ৪০,০০০
১৭৪ স্পেইন ৰিঅ’ ডে অৰ’ (স্পেইন) ৪০,০০০
১৭৫ জাৰ্মান সাম্ৰাজ্য জাৰ্মান চমোৱা ৩৭,০০০
১৭৬ জাৰ্মান সাম্ৰাজ্য কেৰলিন দ্বীপপুঞ্জ (জাৰ্মানী) ৩৬,০০০
১৭৭ যুক্তৰাজ্য এণ্টিগুৱা (বাৰ্বুদা আৰু ৰেদন্দা ৰ সৈতে) (যুক্তৰাজ্য) ৩৫,০০০
১৭৮ যুক্তৰাজ্য ডমিনিকা (যুক্তৰাজ্য) ৩২,০০০
১৭৯ যুক্তৰাজ্য গিলবাৰ্টা দ্বীপপুঞ্জ (যুক্তৰাজ্য) ৩০,০০০
১৮০ ফ্ৰান্স ফ্ৰান্স পলিনেছিয়া (ফ্ৰান্স) ৩০,০০০
১৮১ যুক্তৰাজ্য গিব্ৰালটাৰ (যুক্তৰাজ্য) ২৯,০০০
১৮২ ডেনমাৰ্ক ডেনিছ ভাৰ্জিনা দ্বীপাপুঞ্জ (ডেনমাৰ্ক) ২৮,০০০
১৮৩ স্পেইন ফাৰনান্দ’ প’ (স্পেইন) ২৫,০০০
১৮৪ ফ্ৰান্স ফ্ৰান্স গুয়ানা (ফ্ৰান্স) ২৪,০০০
১৮৫ যুক্তৰাজ্য ব্ৰুনাই (যুক্তৰাজ্য) ২২,০০০
১৮৬ স্পেইন স্পেনিছ মৰক্কো (প্ৰধানকৈ চেটুৱা আৰু মেলিল্লা) (স্পেইন) ২২,০০০
১৮৭ যুক্তৰাজ্য চেইছেল্লেছ (যুক্তৰাজ্য) ২২,০০০
১৮৮  টংগা (যুক্তৰাজ্য- সংৰক্ষিত কিন্ত কলনি নহয়) ২১,০০০
১৮৯ যুক্তৰাজ্য বাৰ্মুডা (যুক্তৰাজ্য) ২০,০০০
১৯০  মনাকো ১৯,০০০
১৯১ ডেনমাৰ্ক ফাৰ’ দ্বীপপুঞ্জ (ডেনমাৰ্ক) ১৭,০০০
১৯২ জাৰ্মান সাম্ৰাজ্য মাইক্ৰ’নেছিয়া (জাৰ্মানী) ১৫,০০০
১৯৩ যুক্তৰাজ্য ৱিটুলেণ্ড (যুক্তৰাজ্য) ১৫,০০০
১৯৪ জাৰ্মান সাম্ৰাজ্য মাৰ্চাল দীপপুঞ্জ (জাৰ্মানী) ১৫,০০০
১৯৫ ডেনমাৰ্ক গ্ৰীণলেণ্ড (ডেনমাৰ্ক) ১৩,০০০
১৯৬ আমেৰিকা যুক্তৰাষ্ট্ৰ গুৱান (যুক্তৰাষ্ট্ৰ) ১২,০০০
১৯৭ যুক্তৰাজ্য Montserrat (যুক্তৰাজ্য) ১২,০০০
১৯৮ যুক্তৰাজ্য কাটাৰ (যুক্তৰাজ্য) ১১,০০০
১৯৯  ছান মাৰিণ' ১১,০০০
২০০  লাইচটেনষ্টাইন ১০,০০০
২০১  আন্দৰা ৬,০০০
২০২ নিউজিলেণ্ড কুক দ্বীপপুঞ্জ (যুক্তৰাজ্য) ৬,০০০
২০৩ আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকান চামোৱা (যুক্তৰাষ্ট্ৰ) ৬,০০০
২০৪ ফ্ৰান্স ৱালিছ আৰু ফুটুনা (ফ্ৰান্স) ৬,০০০
২০৫ তুৰ্কছ আৰু কেইকছ দ্বীপপুঞ্জ (যুক্তৰাজ্য) ৫,৫০০
২০৬ যুক্তৰাজ্য ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ (যুক্তৰাজ্য) ৫,০০০
২০৭ কেমেন দ্বীপপুঞ্জ (যুক্তৰাজ্য) ৫,০০০
২০৮ ফ্ৰান্স ছেইণ্ট পায়ৰে আৰু মিকুৱেলন (ফ্ৰান্স) ৫,০০০
২০৯ যুক্তৰাজ্য আংগুইলা (যুক্তৰাজ্য) ৪,৫০০
২১০ ছেইণ্ট হেলেনা (যুক্তৰাজ্য) ৪,৫০০
২১১ জাৰ্মান সাম্ৰাজ্য পালাও (জাৰ্মানী) ৪,০০০
২১২  নিউৱে (যুক্তৰাজ্য) ৪,০০০
২১৩ স্পেইন এলবে, এন্নবন আৰু কৰিচক’ (স্পেইন) ৩,০০০
২১৪ মৰেচনেট (Neutral territory) ৩,০০০
২১৫ জাৰ্মান সাম্ৰাজ্য মৰিয়ানা দীপপুঞ্জ (জাৰ্মানী) ২,৫০০
২১৬ যুক্তৰাজ্য এল্লিছ দ্বীপপুঞ্জ (যুক্তৰাজ্য) ২,৪০০
২১৭ ফাল্কলেণ্ড দ্বীপপুঞ্জ (যুক্তৰাজ্য) ২,৩০০
২১৮ জাৰ্মান সাম্ৰাজ্য নাৰাও (জাৰ্মানী) ১,৫০০
২১৯ ষ্ট্ৰেইটছ ছেটেলমেন্টচ খ্ৰীষ্টমাছ দ্বীপপুঞ্জ (যুক্তৰাজ্য) ৯০০
২২০ ষ্ট্ৰেইটছ ছেটেলমেন্টচ ককচ দ্বীপপুঞ্জ (যুক্তৰাজ্য) ৬৫০
২২১ যুক্তৰাজ্য টকেলাও দ্বীপপুঞ্জ (যুক্তৰাজ্য) ৫০০
২২২ পিট্কেইৰ্ণ দ্বীপসমূহ পিটকেইৰ্ন দ্বীপপুঞ্জ (যুক্তৰাজ্য) ১৭০
২২৩ ফ্ৰান্স গওষ্ট (ফ্ৰান্স) ১৫০
২২৪ যুক্তৰাজ্য এছেনচিয়ন দ্বীপপুঞ্জ (যুক্তৰাজ্য) ১০০
২২৫ যুক্তৰাজ্য ট্ৰিষ্টান দা চুনহা (যুক্তৰাজ্য) ৯৫
২২৬ যুক্তৰাজ্য ফনেক্স দ্বীপপুঞ্জ (যুক্তৰাজ্য) ৬৯


লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]