ন'বেল বঁটা (২০০৩)
অৱয়ব
২০০৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
১ | পদাৰ্থ বিজ্ঞান | এলেক্সি এ. এব্ৰিক'ছ'ভ Alexei A. Abrikosov |
ৰাছিয়া | "অতিপৰিবাহী আৰু অতিতৰলৰ তত্বৰ প্ৰতি আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে" ("for pioneering contributions to the theory of superconductors and superfluids") | |
ভিটালী এল. গিন্জবাৰ্গ Vitaly L. Ginzburg |
ৰাছিয়া | ||||
এণ্টনি জে. লেগেট Anthony J. Leggett |
আমেৰিকা যুক্তৰাষ্ট্ৰ যুক্তৰাজ্য | ||||
২ | ৰসায়ন বিজ্ঞান | পিটাৰ আগ্ৰে Peter Agre |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "কোষাৱৰণৰ প্ৰণালীসমূহ আৱিষ্কাৰৰ ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে" পিটাৰ আগ্ৰেলৈ "জল প্ৰণালীৰ আৱিষ্কাৰৰ বাবে" ৰড্ৰিক মেক্কিন'নলৈ "আয়ন প্ৰণালীৰ গঠন আৰু কাৰ্যপ্ৰণালী সম্বন্ধীয় গৱেষণাৰ বাবে" ("for discoveries concerning channels in cell membranes" Peter Agre "for the discovery of water channels" Roderick MacKinnon "for structural and mechanistic studies of ion channels") | |
ৰড্ৰিক মেক্কিন'ন Roderick MacKinnon |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
৩ | ফিজিঅ'লজী বা মেডিচিন | পল চি. লেটুৰবাৰ Paul C. Lauterbur |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "চুম্বকীয় অনুনাদ চিত্ৰণ (এম.আৰ.আই) আৱিষ্কাৰ সম্বন্ধীয় গৱেষণাৰ বাবে" ("for their discoveries concerning magnetic resonance imaging") | |
ছাৰ পিটাৰ মেন্ছফিল্ড Sir Peter Mansfield |
যুক্তৰাজ্য | ||||
৪ | সাহিত্য | জে. এম. কয়েৎজে John M. Coetzee |
দক্ষিণ আফ্ৰিকা অষ্ট্ৰেলিয়া |
"যিজনে কেইবাটাও বেশত বহিৰাগতৰ চমৎকাৰী আত্মোৎসৰ্গৰ বৰ্ণনা দিয়ে" ("who in innumerable guises portrays the surprising involvement of the outsider") | |
৫ | ন'বেল শান্তি বঁটা | ছিৰিণ ইবাডি Shirin Ebadi |
ইৰান | গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ হকে এখেতে চলাই যোৱা প্ৰচেষ্টাৰ বাবে। এই গৰাকী মহিলাই বিশেষকৈ স্ত্ৰী আৰু শিশুৰ অধিকাৰৰ বাবে সংগ্ৰাম চলাই আহিছে। ("for her efforts for democracy and human rights. She has focused especially on the struggle for the rights of women and children") | |
৬ | অৰ্থনীতি বিজ্ঞান | ৰবাৰ্ট এফ. ইংগল তৃত্বীয় Robert F. Engle III |
আমেৰিকা যুক্তৰাষ্ট্ৰ | উদ্বায়ী কাল-ভিন্নতাৰে অৰ্থনৈতিক কাল শ্ৰেণী বিশ্লেষণৰ (ARCH) প্ৰক্ৰিয়া সমূহৰ বাবে ("for methods of analyzing economic time series with time-varying volatility (ARCH)") | |
ক্লাইভ ডব্লিউ.জে. গ্ৰে’ঞ্জাৰ Clive W.J. Granger |
যুক্তৰাজ্য | অৰ্থনৈতিক কাল শ্ৰেণীক সাধাৰণ শৈলীৰে (সহসংৰোপন) বিশ্লেষণৰ কৰা প্ৰক্ৰিয়াসমূহৰ বাবে ("for methods of analyzing economic time series with common trends (cointegration)") |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ন'বেল বঁটা বিজয়ী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|