বৰাক নদী
|
|
দেশসমূহ
|
ভাৰত, বাংলাদেশ
|
প্ৰদেশসমূহ
|
অসম, মণিপুৰ
|
|
উপনৈ
|
- বাঁওদিশত
|
সোণাই নদী, ঘাগৰা নদী (Ghagra River), কাটাখাল নদী (Katakhal River), ধলেশ্বৰী নদী (Dhaleswari River)
|
- সোঁদিশত
|
জিৰি নদী (Jiri River), চিৰি নদী (Chiri River), মধুৰা নদী (Madhura River), জাতিংগা নদী ( Jatinga River)
|
চহৰ
|
শিলচৰ
|
|
|
উৎস
|
মুক্ৰু (Mukru) [1]
|
- অৱস্থান
|
বৰাইল শ্ৰেণী, ভাৰত
|
মোহনা
|
বংগোপসাগৰ
|
- অৱস্থান
|
গংগা ব-দ্বীপ, বাংলাদেশ
|
- স্থানাঙ্ক
|
25°13′24″N 89°41′41″E / 25.22333°N 89.69472°E / 25.22333; 89.69472
|
|
দৈৰ্ঘ্য
|
৯০০ কিমি (৫৬০ মাইল) [2]
|
|
বৰাক নদী (ইংৰাজী: Barak River, বঙালী: বরাক নদী) হৈছে দক্ষিণ অসমৰ মুখ্য নদী। মণিপুৰ পাৰ্বত্য অঞ্চলৰ লোকসকল বিশেষকৈ এই নদীৰ ওপৰতে নিৰ্ভৰশীল।[1] বৰাইল শ্ৰেণীৰ মুক্ৰু (Mukru) নামৰ ঠাইৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে।[1] নদীখনৰ দৈৰ্ঘ্য হৈছে ৯০০ কিঃমিঃ (৫৬০ মাইল)।
ৰাষ্ট্ৰীয় জলপথৰ মৰ্যাদা[সম্পাদনা কৰক]
অসমৰ বৰাক নদীক ৰাষ্ট্ৰীয় জলপথ-৬ হিচাপে স্বীকৃতি দিবলৈ ভাৰত চৰকাৰক প্ৰস্তাৱ দিয়া হৈছে। স্বীকৃতি পালে এই নদীয়েদি বাণিজ্যৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।
|
---|
| ব্ৰহ্মপুত্ৰ |
উত্তৰ বাহিনী উপনৈ | |
---|
| দক্ষিণ বাহিনী উপনৈ | |
---|
| |
---|
| বৰাক |
উত্তৰ পাৰৰ উপনৈ | |
---|
| দক্ষিণ পাৰৰ উপনৈ | |
---|
|
---|
|