২০১৬
অৱয়ব
২০১৬ (MMXVI) এটি অধিবৰ্ষ যিটো শুক্ৰবাৰ দিনাখন আৰম্ভ। গ্ৰেগৰীয়ান বৰ্ষপঞ্জী অনুযায়ী, এয়া কমন এৰা আৰু আন্ন দমিনাইৰ ২০১৬তম বছৰ; ৩য় সহস্ৰাব্দৰ ১৬তম বছৰ আৰু ২১শ শতাব্দী; আৰু ২০১০ দশকৰ সপ্তম বছৰ।
সম্ভাৱ্য আৰু নিৰ্ধাৰিত ঘটনাৱলী
[সম্পাদনা কৰক]জুন
[সম্পাদনা কৰক]- ১১ জুন - ইউৰোপীয়ান চেম্পিয়ন শ্বীপ।
আগষ্ট
[সম্পাদনা কৰক]- ৫ আগষ্ট - গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ'ব।
মৃত্যু
[সম্পাদনা কৰক]জানুৱাৰী
[সম্পাদনা কৰক]- ৭ জানুৱাৰী - মুফতি মহম্মদ ছঈদ, জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী (জন্ম: ১৯৩৬)[1]
- ১০ জানুৱাৰী - ডেভিড বোয়ী, ইংৰাজ সঙ্গীতশিল্পী তথা অভিনেতা (জন্ম: ১৯৪৭)
- ১৩ জানুৱাৰী - জে এফ আৰ জেকব, ভাৰতীয় সেনাবাহিনীৰ উচ্চপদস্থ কৰ্মকৰ্তা (জন্ম: ১৯২৩)
- ১৬ জানুৱাৰী - আনন্দ চন্দ্ৰ দত্ত, ভাৰতীয় উদ্ভিদবিজ্ঞানী (জন্ম: ১৯২৩)
ফেব্ৰুৱাৰী
[সম্পাদনা কৰক]- ৯ ফেব্ৰুৱাৰী - সুশীল কৈৰালা, নেপালৰ ৩৭তম প্ৰধানমন্ত্ৰী (জন্ম: ১৯৩৯)
- ১৯ ফেব্ৰুৱাৰী - উমবেৰ্তো একো, ইটালীয় সাহিত্যিক, দাৰ্শনিক আৰু সংকেত বিশ্লেষক (জন্ম: ১৯৩২)
মাৰ্চ
[সম্পাদনা কৰক]- ৩ মাৰ্চ - মাৰ্টিন ক্ৰো, নিউজিলেণ্ডৰ ক্ৰিকেটাৰ আৰু ধাৰাভাষ্যকাৰ (জন্ম: ১৯৬২)
- ৪ মাৰ্চ - পূৰ্ণ এজিটক চাংমা, ভাৰতীয় ৰাজনীতিবিদ (জন্ম: ১৯৪৭)
- ৫ মাৰ্চ - ৰে টমলিনচন, মাৰ্কিন কম্পিউটাৰ প্ৰোগ্ৰামাৰ (জন্ম: ১৯৪১)
- ১২ মাৰ্চ - লয়েড চেপলে, নোবেল বিজয়ী মাৰ্কিন গণিত আৰু অৰ্থনীতিবিদ (জন্ম: ১৯২৩)
- ৩১ মাৰ্চ - ইমৰে কাৰ্টেজ, নোবেল বিজয়ী হাঙ্গেৰীয় লিখক (জন্ম: ১৯২৯)
এপ্ৰিল
[সম্পাদনা কৰক]- ১৯ এপ্ৰিল - ৱাল্টাৰ ক'ন, নোবেল বিজয়ী মাৰ্কিন পদাৰ্থবিজ্ঞানী (জন্ম: ১৯২৩)
- ২১ এপ্ৰিল - প্ৰিঞ্চ ৰজাৰ নেলচন, মাৰ্কিন সঙ্গীতশিল্পী (জন্ম: ১৯৫৮)
মে'
[সম্পাদনা কৰক]জুন
[সম্পাদনা কৰক]- ৫ জুন - মনোহৰ আইচ, ভাৰতীয় বডিবিল্ডাৰ (জন্ম: ১৯১২)
- ২২ জুন -
- সমীৰ ৰায়চৌধুৰী, ভাৰতীয় বাংলা সাহিত্যিক (জন্ম: ১৯৩৩)
- আমজাদ ফৰিদ সাবৰি, পাকিস্তানি চুফি সঙ্গীতশিল্পী (জন্ম: ১৯৭৬)
জুলাই
[সম্পাদনা কৰক]- ১৮ জুলাই - মুবাৰক বেগম, ভাৰতীয় সঙ্গীতশিল্পী (জন্ম: ১৯৩৫)
- ২৮ জুলাই - মহাশ্বেতা দেৱী, ভাৰতীয় বাংলা কথাসাহিত্যিক আৰু মানৱাধিকাৰ আন্দোলনকৰ্মী (জন্ম: ১৯২৬)
আগষ্ট
[সম্পাদনা কৰক]- ১৯ আগষ্ট - সুব্ৰত বেনাৰ্জী, প্ৰাক্তন ভাৰতীয় ক্ৰিকেট আম্পায়াৰ (জন্ম: ১৯৪৫)
- ২৫ আগষ্ট - জেমচ ক্ৰোনিন, নোবেল বিজয়ী মাৰ্কিন নিউক্লীয় পদাৰ্থবিজ্ঞানী (জন্ম: ১৯৩১)
ছেপ্টেম্বৰ
[সম্পাদনা কৰক]- ১৬ ছেপ্টেম্বৰ - কাৰ্লো আজেলিও চিয়াম্পি, ইটালীৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী (জন্ম: ১৯২০)
অক্টোবৰ
[সম্পাদনা কৰক]- ১৩ অক্টোবৰ - ভূমিবল অতুলতেজ, থাইলেণ্ডৰ ৰজা (জন্ম: ১৯২৭)
- ২০ অক্টোবৰ - জুনকো তাবেই, জাপানী পৰ্বতাৰোহী আৰু প্ৰথম এভাৰেস্ট বিজয়ী নাৰী (জন্ম: ১৯৩৯)
নভেম্বৰ
[সম্পাদনা কৰক]- ৭ নভেম্বৰ - লিওনাৰ্ড কোহেন, কানাডীয় সঙ্গীতশিল্পী আৰু কবি (জন্ম: ১৯৩৪)
- ২৫ নভেম্বৰ -
- ফিডেল কাষ্ট্ৰ', কিউবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি (জন্ম: ১৯২৬)
ডিচেম্বৰ
[সম্পাদনা কৰক]- ৫ ডিচেম্বৰ - জয়ললিতা জয়ৰাম, ভাৰতীয় ৰাজনীতিবিদ (জন্ম: ১৯৪৮)
- ১৩ ডিচেম্বৰ - টমাচ শেলিং, নোবেল বিজয়ী মাৰ্কিন অৰ্থনীতিবিদ (জন্ম: ১৯২১)
- ২১ ডিচেম্বৰ - ছিডনি ডেভিড ড্ৰেল, মাৰ্কিন তাত্ত্বিক পদাৰ্থবিজ্ঞানী (জন্ম: ১৯২৬)
- ২৫ ডিচেম্বৰ - জৰ্জ মাইকেল, বিশ্ববিখ্যাত ইংৰাজী পপ গায়ক। (জন্ম: ১৯৬৩)[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Mufti Mohammad Sayeed, chief minister of Jammu and Kashmir, passes away at AIIMS Delhi". Indian Express. 7 January 2016. http://indianexpress.com/article/india/india-news-india/mufti-mohammad-sayeed-dies-jammu-and-kashmir/.
- ↑ https://www.theguardian.com/music/2016/dec/25/george-michael-pop-superstar-dies-at-53