মাজ ৰাতি কেতেকী
অৱয়ব
মাজ ৰাতি কেতেকী Maj Rati Keteki | |
---|---|
পৰিচালক | সান্ত্বনা বৰদলৈ[1] |
ৰচনা | সান্ত্বনা বৰদলৈ |
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | ঘন শেখৰ ভি.এছ. |
সম্পাদনা | উষ্মা বৰদলৈ |
সংগীত পৰিচালক | অনুৰাগ শইকীয়া |
মুক্তি |
২৭ অক্টোবৰ ২০১৭ |
দৈৰ্ঘ্য |
১১৬ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
মাজ ৰাতি কেতেকী[2][3] (ইংৰাজী: Maj Rati Keteki) সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ।[4] ২০১৭ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা আদিল হুছেইনে।
অভিনয়ত
[সম্পাদনা কৰক]- আদিল হুছেইন
- ছাকিল ইমটিয়াজ
- মহেন্দ্ৰ ৰাভা
- সুলক্ষণা বৰুৱা
- ৰাহুল গৌতম শৰ্মা
মুক্তি
[সম্পাদনা কৰক]২০১৭ বৰ্ষৰ ২৭ অক্টোবৰত অসমৰ ছবিগৃহসমূহত চলচ্চিত্ৰখন বাণিজ্যিকভাৱে মুক্তি দিয়া হ'ব।
বঁটা
[সম্পাদনা কৰক]মাজ ৰাতি কেতেকীয়ে ২০১৬ চনৰ ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটাৰে সন্মানিত হয়।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Prantik Deka. "Santwana Bordoloi’s ‘Maj Rati Keteki’ Selected to Kerala Film Fest". Kothasobi.com. Archived from the original on 2017-05-15. https://web.archive.org/web/20170515140153/http://www.kothasobi.com/festival/santwana-bordolois-maj-rati-keteki-selected-kerala-film-fest/। আহৰণ কৰা হৈছে: 2017-05-06.
- ↑ Gopika KP (2016-12-14). "'Maj Rati Keteki' review: memory game". English.manoramaonline.com. http://english.manoramaonline.com/in-depth/iffk-2016-international-film-festival-of-kerala-thiruvananthapuram/movie-review/maj-rati-keteki-iffk-movie.html। আহৰণ কৰা হৈছে: 2017-05-06.
- ↑ admin (2016-11-22). "MAJ RATI KETEKI | International Film Festival of Kerala". Iffk.in. Archived from the original on 2017-05-02. https://web.archive.org/web/20170502175054/http://iffk.in/midnight-keteki-2/। আহৰণ কৰা হৈছে: 2017-05-06.
- ↑ "Santwana Bordoloi's to begin shooting for second film tomorrow | Business Standard News". Business-standard.com. 2015-12-15. http://www.business-standard.com/article/pti-stories/santwana-bordoloi-s-to-begin-shooting-for-second-film-tomorrow-115121500472_1.html। আহৰণ কৰা হৈছে: 2017-05-06.
- ↑ "64th NFA Catalogue". Directorate of Film Festivals, GOI. https://dff.gov.in/images/Documents/35_64th_NFA_2016_Catalogue.pdf। আহৰণ কৰা হৈছে: 10 April 2022.
|
|