ইলোৰা গুহাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ইলোৰা গুহাৰ পৰা পুনঃনিৰ্দেশিত)
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
ইলোৰা গুহাসমূহ
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম

কৈলাচান্থা মন্দিৰ (গুহা ১৬)
শিলৰ চুড়াৰ পৰা এক দৃশ্য
দেশ ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি (i) (iii) (vi)
উদ্ধৃতি ২৪৩
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল দক্ষিণ এছিয়া
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৩ (অজ্ঞাত অধিবেশন)
ইলোৰা গুহাসমূহ is located in Maharashtra
{{{alt}}}
India Maharashtraত ইলোৰা গুহাসমূহৰ অৱস্থিতি

ইলোৰা গুহাসমূহ (ইংৰাজী: Ellora Caves) বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ সাংস্কৃতিক কলাৰ একটি মিশ্ৰ কেন্দ্ৰ। ইলোৰা মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ চহৰৰ পৰা ৩০ কিলোমিটাৰ (১৮.৬ মাইল) দূৰত্বত অৱস্থিত এটা প্ৰত্নতাত্ত্বিক নিদৰ্শন[1]। ইয়াত মুঠ ৩৪টা মঠ আৰু মন্দিৰ আছে যিসমূহ উচ্চ থিয় দেৱালৰ গাত পৰস্পৰৰ প্ৰায় গাত লগা-লগিকৈ খোদিত। এই দেৱালৰ দৈৰ্ঘ্য ২ কিলোমিটাৰ। ৰাষ্ট্ৰকূট ৰাজবংশৰ দ্বাৰা ৬০০ পৰা ১০০০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত এই স্থাপত্যকলা ভাৰতৰ প্ৰাচীন সভ্যতাৰ শিল্পকৌশলৰ প্ৰতিফলন। ই সাংস্কৃতিক সম্পত্তি হিচাপে ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত[2]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]