ইলোৰা গুহাসমূহ
অৱয়ব
(ইলোৰা গুহাৰ পৰা পুনঃনিৰ্দেশিত)
ইলোৰা গুহাসমূহ | |
---|---|
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
কৈলাচান্থা মন্দিৰ (গুহা ১৬) শিলৰ চুড়াৰ পৰা এক দৃশ্য | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | (i) (iii) (vi) |
উদ্ধৃতি | ২৪৩ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | দক্ষিণ এছিয়া |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮৩ (অজ্ঞাত অধিবেশন) |
Lua error in Module:Location_map at line 526: Unable to find the specified location map definition: "Module:Location map/data/India Maharashtra" does not exist. |
ইলোৰা গুহাসমূহ (ইংৰাজী: Ellora Caves) বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ সাংস্কৃতিক কলাৰ একটি মিশ্ৰ কেন্দ্ৰ। ইলোৰা মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ চহৰৰ পৰা ৩০ কিলোমিটাৰ (১৮.৬ মাইল) দূৰত্বত অৱস্থিত এটা প্ৰত্নতাত্ত্বিক নিদৰ্শন[1]। ইয়াত মুঠ ৩৪টা মঠ আৰু মন্দিৰ আছে যিসমূহ উচ্চ থিয় দেৱালৰ গাত পৰস্পৰৰ প্ৰায় গাত লগা-লগিকৈ খোদিত। এই দেৱালৰ দৈৰ্ঘ্য ২ কিলোমিটাৰ। ৰাষ্ট্ৰকূট ৰাজবংশৰ দ্বাৰা ৬০০ পৰা ১০০০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত এই স্থাপত্যকলা ভাৰতৰ প্ৰাচীন সভ্যতাৰ শিল্পকৌশলৰ প্ৰতিফলন। ই সাংস্কৃতিক সম্পত্তি হিচাপে ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত[2]।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Ellora Caves , India: Brief Description, UNESCO World Heritage Site". http://whc.unesco.org/en/list/243। আহৰণ কৰা হৈছে: 2010-11-06.
- ↑ "Ellora Caves: Advisory Body Evaluation" (pdf). UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/243.pdf। আহৰণ কৰা হৈছে: 2010-11-06.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ইলোৰা গুহা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Ellora Caves Tourist Guide Archived 2013-07-23 at the Wayback Machine
- Article on Ellora
- Ellora Art Architecture Archcelogy History Culture Study Archived 2010-03-28 at the Wayback Machine
- ELLORA.ind.in Archived 2013-07-28 at the Wayback Machine
- Video of the caves MTDC site
- Ellora Caves in UNESCO List
- Ellora Art Architecture Heritage and Culture Exhibition
- Ellora Caves, Kailasanatha Temple by Wondermondo