কিফিৰে
অৱয়ব
এই প্ৰবন্ধটো সদৰ ঠাই খনৰ বিষয়ে। জিলাৰ বাবে কিফিৰে জিলা চাওক।
| কিফিৰে | |||
| — নগৰ — | |||
| স্থানাঙ্ক | 25°53′57″N 94°46′51″E / 25.8992°N 94.7808°E | ||
| দেশ | |||
| ৰাজ্য | নাগালেণ্ড | ||
| জিলা | কিফিৰে | ||
| জনসংখ্যা • ঘনত্ব |
11,799 (2011[update]) • 1,311 /কিমি২ (3,395 /বৰ্গ মাইল) | ||
| সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
| মাটিকালি • উচ্চতা |
>9 km2 (3 sq mi) • 896 m (2,940 ft) | ||
|
ক'ড
| |||
| ৱেবছাইট | http://kiphire.nic.in | ||
কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট) উচ্চতাত অৱস্থিত৷[1]
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]কিফিৰে জিলাখন নাগালেণ্ডৰ টুৱেনচাং জিলাৰ পৰা পৃথক কৰাৰ পিছত কিফিৰে নগৰ জিলাখনৰ সদৰঠাই হিচাপে স্বীকৃত হয়৷ এই নগৰখন নাগালেণ্ডৰ ৰাজধানী ক’হিমাৰ পৰা ২৫৪ কিমি দুৰত্বত অৱস্থিত৷ এই জিলাতে নাগালেণ্ড ৰাজ্যৰ সৰ্বোচ্চ পৰ্বত মাউন্ট চাৰামাটি অৱস্থিত৷[1]
জনসংখ্যা
[সম্পাদনা কৰক]কিফিৰে নগৰৰ অধিকাংশ লোকেই চাংটাম (Sangtam), ইমচুংগাৰ (Yimchunger) আৰু চেমা (Sema) নগা জনজাতিৰ লোক৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "আৰ্কাইভ কপি". Archived from the original on 2020-10-09. https://web.archive.org/web/20201009020526/https://www.india9.com/i9show/Kiphire-14450.htm। আহৰণ কৰা হৈছে: 2018-11-12.
| ||||||||||||||||||||