ন'বেল বঁটা বিজয়ী (ৰসায়ন বিজ্ঞান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ৰসায়ন বিজ্ঞান বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

বৰ্ষ আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
২০১২
Lefkowitz3.jpg
ৰবাৰ্ট জে. লেফ্‌ক'ৱিজ
(Robert J. Lefkowitz)
 মাৰ্কিন যুক্তৰাষ্ট্ৰ G-প্ৰ'টিন একত্ৰিত ৰিচেপ্টৰ সম্বন্ধীয় গৱেষণা ("for studies of G-protein-coupled receptors")[1]
Brian Kobilka (649437151).jpg
ব্ৰায়ান কে. ক'বিল্‌কা
(Brian K. Kobilka)
 মাৰ্কিন যুক্তৰাষ্ট্ৰ
২০১১
Nobel Prize 2011-Nobel interviews KVA-DSC 8037.jpg
ডেন স্বেখ্‌টমেন
(Dan Shechtman)
 ইছৰাইল "অৰ্দ্ধস্ফটিকৰ আৱিষ্কাৰৰ বাবে" ("for the discovery of quasicrystals".)[2]
২০১০
Richard Fred Heck cropped.jpg
ৰিচাৰ্ড এফ. হেক
(Richard F. Heck)
 মাৰ্কিন যুক্তৰাষ্ট্ৰ "জৈৱ সংশ্লেষণৰ বাবে পেলাডিয়াম অনুঘটকৰ দ্বাৰা প্ৰস্থীয় যুগ্মন" ("for palladium-catalyzed cross couplings in organic synthesis".)[3]
Ei-ichi Negishi 3.jpg
আই-ইচি নেগিছি
(Ei-ichi Negishi)
 জাপান
বাসস্থান:  মাৰ্কিন যুক্তৰাষ্ট্ৰ
Akira Suzuki 3.jpg
আকিৰা ছুজুকি
(Akira Suzuki)
 জাপান
অসমাপ্ত তালিকা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Nobel Prize in Chemistry 2012". Nobelprize.org. 11 Oct 2012 http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2012/
  2. "The Nobel Prize in Chemistry 2011". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2011/
  3. "The Nobel Prize in Chemistry 2010". Nobelprize.org. 26 Oct 2012 http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2010/

বাহ্যিক সংযোগ[সম্পাদনা কৰক]