ন'বেল বঁটা বিজয়ী (ৰসায়ন বিজ্ঞান)
অৱয়ব
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ৰসায়ন বিজ্ঞান বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।
বৰ্ষ | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
---|---|---|---|---|
২০১২ | ৰবাৰ্ট জে. লেফ্ক'ৱিজ (Robert J. Lefkowitz) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | G-প্ৰ'টিন একত্ৰিত ৰিচেপ্টৰ সম্বন্ধীয় গৱেষণা ("for studies of G-protein-coupled receptors")[1] | |
ব্ৰায়ান কে. ক'বিল্কা (Brian K. Kobilka) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | |||
২০১১ | ডেন স্বেখ্টমেন (Dan Shechtman) |
ইজৰাইল | "অৰ্দ্ধস্ফটিকৰ আৱিষ্কাৰৰ বাবে" ("for the discovery of quasicrystals".)[2] | |
২০১০ | ৰিচাৰ্ড এফ. হেক (Richard F. Heck) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "জৈৱ সংশ্লেষণৰ বাবে পেলাডিয়াম অনুঘটকৰ দ্বাৰা প্ৰস্থীয় যুগ্মন" ("for palladium-catalyzed cross couplings in organic synthesis".)[3] | |
আই-ইচি নেগিছি (Ei-ichi Negishi) |
জাপান বাসস্থান: আমেৰিকা যুক্তৰাষ্ট্ৰ | |||
আকিৰা ছুজুকি (Akira Suzuki) |
জাপান | |||
অসমাপ্ত তালিকা |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Nobel Prize in Chemistry 2012". Nobelprize.org. 11 Oct 2012 http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2012/
- ↑ "The Nobel Prize in Chemistry 2011". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2011/
- ↑ "The Nobel Prize in Chemistry 2010". Nobelprize.org. 26 Oct 2012 http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2010/
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৰসায়নৰ ন’বেল বটা বিজয়ী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Official website of the Royal Swedish Academy of Sciences
- Official website of the Nobel Foundation
- Nobel Laureates and Universities at Nobelprize.org
|